• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Mahashivratri 2022 : কোন কোন ৰাশিৰ লোকৰ শিৰত ভগৱান শিৱৰ কৃপাদৃষ্টি থাকিব?

Mahashivratri 2022 : কোন কোন ৰাশিৰ লোকৰ শিৰত ভগৱান শিৱৰ কৃপাদৃষ্টি থাকিব?

4 years ago
শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

36 mins ago
৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

2 hours ago
১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

3 hours ago
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

4 hours ago
বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

5 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 days ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

2 days ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

2 days ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

2 days ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

2 days ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

2 days ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

Mahashivratri 2022 : কোন কোন ৰাশিৰ লোকৰ শিৰত ভগৱান শিৱৰ কৃপাদৃষ্টি থাকিব?

editor by editor
February 28, 2022
in অসম, ভাৰত
0
Mahashivratri 2022 : কোন কোন ৰাশিৰ লোকৰ শিৰত ভগৱান শিৱৰ কৃপাদৃষ্টি থাকিব?
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফাগুণ মাহৰ কৃষ্ণ চতুৰ্দশীত দেশৰ লগতে অসমতো মহাশিৱৰাত্ৰি পালন কৰা হয়।

 

এইবাৰ মহাশিৱৰাত্ৰি ১ মাৰ্চত মঙলবাৰে পৰিছে৷ হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, এই দিনটোত ভগৱান শিৱই পাৰ্বতীৰে বিবাহপাশত আৱদ্ধ হৈছিল। এই তিথিটো শিৱ ভক্তসকলে ভগৱান শংকৰৰ ভক্তিত বিলীন হৈ থাকে।  এই বছৰৰ মহাশিৱৰাত্ৰি এই চাৰিটা ৰাশিৰ জাতক–জাতিকাৰ বাবে অতি বিশেষ হ’ব।

মেষ ৰাশি : মেষ ৰাশিৰ লোকৰ ওপৰত এইবাৰ ভগৱান শিৱৰ বিশেষ কৃপাদৃষ্টি থাকিব। শিৱৰ কৃপা দৃষ্টিৰ বাবে তেওঁলোকে সকলো কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে৷ তেওঁলোকে নতুন চাকৰি পোৱাৰ যোগ আছে৷ লগতে ধন উপাৰ্জন আৰু সঞ্চয়ো কৰিব পাৰিব৷

 

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : আমেৰিকা-ব্ৰিটেইন আদিৰ তুলনাত ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ কিমান?

 

সিংহ ৰাশি : মহাশিৱৰাত্ৰিত  সিংহ ৰাশিৰ লোকৰ বাবেও অতি শুভ হ’ব। এই ৰাশিৰ ইচ্ছুকসকলে বিদেশত চাকৰি কৰাৰ সপোন পূৰণ হ’ব পাৰে। সম্পৰ্ক ভাল হোৱাৰ লগতে কৰ্মস্থলীতো সুফল পাব। সিদ্ধি নোহোৱা কামবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনা আছে।

 

তুলা ৰাশি : তুলা ৰাশিৰ লোকৰ বাবেও মহাশিৱৰাত্ৰি অতি শুভ হ’ব। চাকৰিত পদোন্নতি আশা আছে৷ সিদ্ধি নোহোৱা কাম সিদ্ধি হ’ব পাবলৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে।

 

মকৰ ৰাশি : মকৰ ৰাশিৰ লোকৰ বাবেও মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ বিশেষ কৃপা থাকিব। ভগৱান শিৱৰ আশীৰ্বাদত তেওঁলোকৰ সকলো কাম সমাধান হোৱাৰ সম্ভাৱনা আছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalLord ShivMahashivratriMahashivratri 2022Parvati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

November 10, 2025
৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?
জীৱনশৈলী

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

November 10, 2025
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য
অপৰাধ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

November 10, 2025
বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ
জীৱনশৈলী

বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

November 10, 2025
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি মহাশিৱৰাত্ৰি : কেইবজাৰ পৰা আৰম্ভ হ’ব পঞ্চক? কি কি নকৰিব সেই সময়ত?

আজি মহাশিৱৰাত্ৰি : কেইবজাৰ পৰা আৰম্ভ হ’ব পঞ্চক? কি কি নকৰিব সেই সময়ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.