• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম, জানি থওক নহ’লে বিপদ আপোনাৰ

শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম, জানি থওক নহ’লে বিপদ আপোনাৰ

2 years ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

15 minutes ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

47 minutes ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

1 hour ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

2 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

3 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

4 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

13 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

14 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

14 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

15 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম, জানি থওক নহ’লে বিপদ আপোনাৰ

শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম, জানি থওক নহ’লে বিপদ আপোনাৰ

editor by editor
February 22, 2025
in জীৱনশৈলী
0
শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম, জানি থওক নহ’লে বিপদ আপোনাৰ
0
SHARES
779
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি। এইদিনটোত ভিন্ন প্ৰান্তত ভক্তসকলে আৰাধনা কৰে শিৱক। শিৱৰাত্ৰিৰ দিনা ১০টা কাম কৰাৰ পৰা বিৰত থাকিব লাগে ভক্তসকল। অন্যথা ৰুষ্ট হৈ পৰে মহাদেৱ। কি এই দহ কাম?

১. শিৱপূজাৰ দিনটোত স্নান কৰাৰ পূর্বে খাদ্য গ্ৰহণ কৰা অনুচিত। যিসকলে ব্ৰত নাৰাখে তেওঁলোকেও স্নান কৰাৰ পূর্বে খাব নালাগে খাদ্য।

২. মহাশিৱৰাত্ৰিৰ দিনটোত ক’লা ৰঙৰ কাপোৰ পিন্ধা অনুচিত। ক’লা ৰঙৰ কাপোৰ পিন্ধিলে অশুভ বুলি ধৰা হয়।

৩. শিৱলিংগৰ ওপৰত দিয়া প্ৰসাদ খোৱা অনুচিত। এই প্ৰসাদ গ্ৰহণ কৰিলে ধন হানি হোৱাৰ লগতে বেমাৰ হয় বুলি লোকবিশ্বাস আছে।

৪. শিৱলিংগৰ ওপৰত কেতিয়াও তুলসীপাত দিব নাপায়। শিৱলিংগৰ ওপৰত ঠাণ্ডা গাখীৰ ঢলা উচিত। গাখীৰ ৰখা পাত্ৰ সোণ, ৰূপ অথবা কাঁচৰ হোৱা উচিত। অৱশ্যে ষ্টীলৰ পাত্ৰ ভক্তসকলে ব্যৱহাৰ কৰিব পাৰে।

৫. ভগৱান শিৱৰ আৰতি কৰোঁতে কেতিয়াও কেতেকী আৰু চম্পা ফুল দিব নাপায়। কেতেকী ফুল বগা যদিও ভগৱান শিৱৰ পূজাত ইয়াৰ ব্যৱহাৰ নহয়।

৬. শিৱৰাত্ৰিৰ ব্ৰত ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ পিছদিনা ৰাতিপুৱালৈ থাকে। অৱশ্যে ব্ৰত ৰখাসকলে সূর্যাস্তৰ পিছত ফল আৰু গাখীৰ খাব পাৰে।

৭. শিৱ পূজাত আগবঢ়োৱা চাউল কেতিয়াও ভঙা হ’ব নালাগে। অক্ষত চাউল পূর্ণতাৰ প্ৰতীক। সেয়েহে শিৱ পূজাত চাউল আগবঢ়োৱাৰ আগত চাউলসমূহ ভালদৰে পৰীক্ষা কৰি লোৱা উচিত।

৮. শিৱলিংগৰ ওপৰত প্ৰথমে পঞ্চামৃত দিয়া উচিত। যিসকলে চাৰিপ্ৰহৰৰ পূজা কৰে, তেওঁলোকে প্ৰথম প্ৰহৰত পানী, দ্বিতীয় প্ৰহৰত দৈ, তৃতীয় প্ৰহৰত ঘিউ আৰু চতুর্থ প্ৰহৰত মৌ দিয়া উচিত।

৯. শিৱৰাত্ৰিত ৩খিলা পাত থকা বেলপাতহে শিৱক অর্পণ কৰা উচিত। ছিগা অথবা ফটা বেলপাত দিলে শিৱ অসন্তুষ্ট হয়।

১০. শিৱৰাত্ৰিত কেতিয়াও কুমকুমৰ তিলক লগাব নাপায়। মহাদেৱক প্ৰসন্ন কৰিবলৈ চন্দনৰ ফোট লগোৱা উচিত। অৱশ্যে ভক্তসকলে পার্বতী আৰু গণেশৰ মূর্তিৰ ওপৰত কুমকুমৰ ফোট লগাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
Next Post
ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

নিৰ্মীয়মাণ সুৰংগ ভাঙি আৱদ্ধ শ্ৰমিক, ভিতৰত একাধিক শ্ৰমিক আৱদ্ধ হোৱাৰ আশংকা

নিৰ্মীয়মাণ সুৰংগ ভাঙি আৱদ্ধ শ্ৰমিক, ভিতৰত একাধিক শ্ৰমিক আৱদ্ধ হোৱাৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.