• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোটিপতি মহুৱাৰ একাউণ্ট আছে বিদেশী বেংকতো, কৰ্পৰেটৰ চাকৰি এৰি ৰাজনীতিলৈ অহা মহুৱা মৈত্ৰৰ মুঠ সম্পত্তিৰ পৰিমান কিমান জানেনে?

কোটিপতি মহুৱাৰ একাউণ্ট আছে বিদেশী বেংকতো, কৰ্পৰেটৰ চাকৰি এৰি ৰাজনীতিলৈ অহা মহুৱা মৈত্ৰৰ মুঠ সম্পত্তিৰ পৰিমান কিমান জানেনে?

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

7 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

7 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

9 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

9 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

10 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

11 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

11 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

12 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

12 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

13 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কোটিপতি মহুৱাৰ একাউণ্ট আছে বিদেশী বেংকতো, কৰ্পৰেটৰ চাকৰি এৰি ৰাজনীতিলৈ অহা মহুৱা মৈত্ৰৰ মুঠ সম্পত্তিৰ পৰিমান কিমান জানেনে?

editor by editor
December 8, 2023
in বাণিজ্য, ভাৰত, ৰাজনীতি
0
কোটিপতি মহুৱাৰ একাউণ্ট আছে বিদেশী বেংকতো, কৰ্পৰেটৰ চাকৰি এৰি ৰাজনীতিলৈ অহা মহুৱা মৈত্ৰৰ মুঠ সম্পত্তিৰ পৰিমান কিমান জানেনে?
0
SHARES
475
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সংসদীয় এথিক্স কমিটিৰ ৰিপৰ্টত অৱশেষত ছিলমোহৰ পৰিল। লোকসভাৰ পৰা বহিষ্কাৰ কৰা হ’ল সাংসদ মহুৱা মৈত্ৰক। শুকুৰবাৰে লোকসভাত ধ্বনি ভোটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেছ ফল কোৱাৰী বিতৰ্কত শেষ পৰ্যন্ত মহুৱাই হেৰুৱালে সাংসদ পদ। বিদেশী কৰ্পৰেট দুনীয়াৰ ডাঙৰ পদ এৰি ২০০৯ চনত ৰাজনীতিত প্ৰৱেশ কৰে মহুৱাই। প্ৰথমে যুৱ কংগ্ৰেছ। তাৰপাছতেই ২০১০ চনত তেওঁ যোগ দিয়ে তৃণমূল কংগ্ৰেছত। সাংসদ হোৱাৰ পূৰ্বে বিধায়কৰ গুৰুদায়িত্বও হৈছিল মহুৱা মৈত্ৰই।

২০১৬ চনত বিধানসভা নিৰ্বাচনত নদিয়াৰ কৰিমপুৰৰ প্ৰাৰ্থী হিচাপে মহুৱাক আগবঢ়াই দিছিল মমতা বেনাৰ্জীয়ে। দলনেত্ৰীক নিৰাশ নকৰিলে মহুৱাই। তাৰপাছতেই ২০১৯ চনত লোকসভা নিৰ্বাচনত কৃষ্ণনগৰৰ পৰা নিৰ্বাচনত জয়ী হৈ সাংসদ হয় মহুৱা। কৰ্পৰেট দুনীয়াক বাই বাই দি ৰাজনীতিত প্ৰৱেশ কৰা মহুৱাৰ সম্পত্তিয়েই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰতো আঁচোৰ পেলালে। কিন্তু মহুৱা মৈত্ৰৰ মুঠ সম্পত্তিৰ পৰিমান কিমান জানেনে?

২০১৯ চনৰ নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰোতে মহুৱাই তেওঁৰ সম্পত্তিৰ তালিকা দাখিল কৰিছিল। মহুৱাৰ কোটিকোটি টকাৰ সম্পত্তি থকাৰ কথা তেতিয়াও চৰ্চা হৈছিল। সেই সময়ত মহুৱাৰ মুঠ সম্পত্তি আছিল ২ কোটি ৬৪লাখ ৯৫ হাজাৰ ২৫০টকাৰ। ইয়াৰ মাজতেই নিৰ্বাচনী খৰচৰ বাবে এক ৰাষ্ট্ৰায়ত্ত বেংকৰ কৃষ্ণনগৰ শাখাত আছিল ৪৪হাজাৰ ৭৬৪ টকা। ইয়াৰোপৰি বিভিন্ন বেংকৰ ছেভিংছ একাউণ্ট, ফিক্সড ডিপোজিট, টাৰ্ম ডিপোজিটো আছে। এই সকলোবোৰৰ যদি মুঠ হিচাপ উলিওৱা হয় তেন্তে মহুৱাৰ মুঠ টকাৰ পৰিমান ১ কোটি ৪৪লাখ ৭৫ হাজাৰ ১১১ টকা। নিৰ্বাচনী হলফনামা অনুসৰি বিদেশী বেংকতো ধন আছে মহুৱাৰ।

এটা বিদেশী বেংকৰ ব্ৰিটেইনৰ লণ্ডল শাখাত থকা ধনৰ পৰিমান ভাৰতীয় মুদ্ৰাত ১ লাখ ৩০ হাজাৰ ৭৮২ টকা। তেওঁৰ হাতত থকা নগদ ধনৰ পৰিমান আছিল ৫হাজাৰ টকা। ধনৰ ওপৰিও মহুৱাৰ সম্পত্তিৰ তালিকাত আছে বিভিন্ন মুল্যৱান গহনা। ইয়াৰ ভিতৰত আছে ৩.২ কেৰেটৰ এটা হীৰাৰ আঙুঠি এই আঙুঠিৰ দাম ৭০ লাখ টকা। ১৫০ গ্ৰাম সোনৰ গহনাও আছে। ইয়াৰ দাম প্ৰায় ৫ লাখ টকা। ইয়াৰোপৰি ৰূপৰ ডিনাৰ চেট, ৰূপৰ চাহ খোৱা পাত্ৰসহ বিভিন্ন ৰূপৰ সামগ্ৰীও তেওঁৰ ঘৰত আছে। ৰূপৰ সকলো সামগ্ৰীৰ মিলি তেওঁৰ ঘৰত প্ৰায় ৫লাখ ৬৮ হাজাৰ টকাৰ ৰূপ আছে। অন্যান্য গহনা আছে প্ৰায় ৫লাখ টকাৰ।

এইসমূহৰ ওপৰিও মহুৱাৰ আছে শিল্প সংগ্ৰহৰ নিছা। সেইসমূহতো তেওঁ প্ৰচুৰ অৰ্থ ব্যয় কৰি আহিছে। ২০১৯ চনৰ হিচাপ অনুসৰি মহুৱাৰ হাতত আছে প্ৰায় ২৫ লাখ টকাৰ নামী দামী শিল্প। নিৰ্বাচনী হলফনামাত উল্লেখ থকামতে মহুৱাৰ আছে এখন স্কৰপিঅ’ বাহন। এই বাহন মহুৱাই ক্ৰয় কৰিছিল ২০১৬ চনৰ চেপ্টেম্বৰ মাহত। ২০১৯ চনত সেই বাহনৰ দাম আছিল ৯লাখ ৭হাজাৰ ৩৭৫ টকা। গাড়ী ক্ৰয়ৰ বাবে তেওঁ কিন্তু ঋণ লৈছিল। ২০১৯ চনৰ ৩১ মাৰ্চ পৰ্যন্ত তেওঁৰ মূৰত আছিল ৬লাখ ৭১ হাজাৰ ১৩৮ টকাৰ ঋণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!
বাণিজ্য

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

April 3, 2026
Next Post
মলমাহ আৰম্ভ হ’লেই ঘূৰিব ভাগ্যৰ চকা, লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব এই ৩ৰাশিৰ জাতকে

মলমাহ আৰম্ভ হ’লেই ঘূৰিব ভাগ্যৰ চকা, লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব এই ৩ৰাশিৰ জাতকে

মাষ্টাৰচেফ

জুচৰ দোকানৰ পৰা মাষ্টাৰচেফৰ মজিয়ালৈ... লাখপতি হ'ল মহম্মদ আছিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.