• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাষ্টাৰচেফ

জুচৰ দোকানৰ পৰা মাষ্টাৰচেফৰ মজিয়ালৈ… লাখপতি হ’ল মহম্মদ আছিক

3 years ago
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

29 minutes ago
ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

53 minutes ago
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

2 hours ago
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

3 hours ago
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

4 hours ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

15 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

16 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

16 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

17 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

18 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

18 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

জুচৰ দোকানৰ পৰা মাষ্টাৰচেফৰ মজিয়ালৈ… লাখপতি হ’ল মহম্মদ আছিক

editor by editor
December 9, 2023
in খাদ্য, বিনোদন
0
মাষ্টাৰচেফ
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমাপ্ত হ’ল দেশৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটী শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৮। শুকুৰবাৰে অনুষ্ঠিত হোৱা ফিনালেত ঘোষণা কৰা হয় প্ৰায় আঠ সপ্তাহ চলা ৰন্ধন প্ৰতিযোগিতাখনৰ বিজয়ীৰ নাম। মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৮ ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় মহম্মদ আছিক।
কষ্ট, চেষ্টা আৰু একাগ্ৰতাই অৱশেষত হাঁহি বিৰিঙালে আছিকৰ মুখত। দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি আছিকে জয় কৰিলে মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৮ৰ খিতাপ। মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৮ৰ বিচাৰক ৰণবীৰ ব্ৰাৰ, বিকাশ খান্ন আৰু পূজা ঢিংৰাই দক্ষতাৰ পৰীক্ষা কৰি মহম্মদ আছিকক বিজেতা ঘোষণা কৰে। আছিকৰ লগতে ফিনালেৰ আন দুগৰাকী প্ৰতিযোগী আছিল নাম্বী জেছিকা মাৰাক আৰু ৰুখছাৰ ছয়ীদ। নাম্বী জেছিকা মাৰাকে প্ৰথম ৰানাৰ আপ হোৱাৰ বিপৰীতে দ্বিতীয় ৰানাৰ আপত সন্তুষ্ট থাকিবলগীয়া হয় ৰুখছাৰ ছয়ীদে।
মাষ্টাৰচেফ ইণ্ডিয়াৰ ছিজন ৮ৰ বিজয়ী মহম্মদ আছিকে ট্ৰফীৰ লগতে লাভ কৰে ২৫ লাখ টকাৰ চেক। বিচাৰক ৰণবীৰ ব্ৰাৰে আছিকক শুভেচ্ছা জনাই সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰি লিখে, ‘প্ৰেৰণাদায়ক আৰম্ভণিৰ পৰা প্ৰত্যাহ্বানমূলক যাত্ৰাত আপুনি সাহসেৰে আগবাঢ়ি গ’ল। মাষ্টাৰচেফ হোৱাৰ অভিনন্দন আছিক।’
কৰ্ণাটকৰ মাংগালোৰৰ বাসিন্দা আছিকে মাষ্টাৰচেফলৈ অহাৰ পূৰ্বে নিজৰ গাঁৱত এখন জুচৰ দোকান চলাইছিল। ৰন্ধনত যথেষ্ট ৰাপ থকা মহম্মদ আছিকে মাষ্টাৰচেফলৈ অহাৰ মন বান্ধি লয়। আৰু নিজৰ চেষ্টা আৰু দক্ষতাৰ ফলত মাষ্টাৰচেফৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, মাষ্টাৰচেফৰ ইয়াৰ পূৰ্বৰ ছিজনতো ভাগ লোৱা আছিক সফল হ’ব পৰা নাছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: culinary showmasterchef indiamasterchef india season 8mohammed ashiq
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!
অসম

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

October 30, 2026
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান
বিনোদন

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

October 30, 2026
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?
বিনোদন

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

October 29, 2026
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
অপৰাধ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

October 29, 2026
Next Post
গুৱাহাটী

গুৱাহাটী হ'ব ক্লীন, নাথাকিব ডাষ্টবিন!

২৪ চনত বক্ৰী হ’ব শনি! গ্ৰহৰাজৰ বক্ৰী দশাই সমস্যা বঢ়াব ৪ ৰাশিৰ জাতকৰ

২৪ চনত বক্ৰী হ’ব শনি! গ্ৰহৰাজৰ বক্ৰী দশাই সমস্যা বঢ়াব ৪ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.