• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ চনত বক্ৰী হ’ব শনি! গ্ৰহৰাজৰ বক্ৰী দশাই সমস্যা বঢ়াব ৪ ৰাশিৰ জাতকৰ

২৪ চনত বক্ৰী হ’ব শনি! গ্ৰহৰাজৰ বক্ৰী দশাই সমস্যা বঢ়াব ৪ ৰাশিৰ জাতকৰ

3 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

4 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

4 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

5 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

5 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

5 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

6 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

9 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

9 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

11 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

11 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

12 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ চনত বক্ৰী হ’ব শনি! গ্ৰহৰাজৰ বক্ৰী দশাই সমস্যা বঢ়াব ৪ ৰাশিৰ জাতকৰ

editor by editor
December 10, 2023
in জীৱনশৈলী
0
২৪ চনত বক্ৰী হ’ব শনি! গ্ৰহৰাজৰ বক্ৰী দশাই সমস্যা বঢ়াব ৪ ৰাশিৰ জাতকৰ
0
SHARES
24.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষত শনি হৈছে নৱগ্ৰহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ গ্ৰহ। শনিক কৰ্মফলৰ দেৱতা বুলি কোৱা হয়। স্বয়ং মহাদেৱেই তেওঁক এই দায়িত্ব অৰ্পণ কৰিছিল। যি কোনো কামৰেই ফলাফল শনিয়ে দিয়ে। ভাল কাম কৰিলে শনিৰ আশীৰ্বাদ পোৱা যায়। বেয়া কাম কৰিলে শাস্তি লাভ কৰিব। জ্যোতিষ অনুসৰি কোষ্ঠীত শনিৰ অৱস্থান অতিকৈ গুৰুত্বপূৰ্ণ। শনিৰ ৰাশি পৰিবৰ্তনত বা চলনত বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পৰে। আগন্তুক বৰ্ষত শনিয়ে ৰাশি পৰিবৰ্তন নকৰিলেও মাৰ্গী দশা এৰি বক্ৰী দশাত যাব। আগন্তুক বৰ্ষৰ ২৪ জুনত কুম্ভ ৰাশিত বক্ৰী হ’ব শনি। শনিৰ বিপৰীতমুখী চলনৰ প্ৰভাৱ ২০২৪চনত চাৰি ৰাশিৰ ওপৰত পৰিব। জানি লওক আগন্তুক বৰ্ষত বক্ৰী শনিৰ প্ৰভাৱ কোন কোন ৰাশিৰ জাতকৰ ওপৰত পৰিব?

কৰ্কট ৰাশি
জ্যোতিষ গণনা অনুসৰি ২০২৪ চনত কৰ্কট ৰাশিৰ জাতকসকল কিছু পৰিমানে সাৱধান হোৱাটো জৰুৰী। আগন্তুক বছৰত শনিৰ বক্ৰ দৃষ্টি থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত। আগন্তুক ২৪ জুনৰ পৰা শনিয়ে উল্টা পথত গমন কৰিব। ইয়াৰ ফলত বিভিন্ন সমস্যা আহিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত আপোনাৰ খৰচ বাঢ়িব। চাকৰি পৰিবৰ্তন কৰিবলৈ হ’লে ভাৱিচিন্তি সিদ্ধান্ত ল’ব।

বৃশ্চিক ৰাশি
২৪ জুনৰ পৰা শনিৰ বিপৰীতমুখী চলনৰ অশুভ প্ৰভাৱ পৰিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰতো। এই সময়ত আপুনি নতুন কামত হাত নিদিব। এই সময়ত আপুনি জৰুৰী কাম আৰম্ভ কৰিলে ব্যৰ্থ হোৱাৰ সম্ভাৱনাই বেছি। আৰ্থিকভাৱে এই সময় আপোনাৰ বাবে ভাল নহয়। কেৰিয়াৰ সংক্ৰান্তিয় নানান কামত বক্ৰী শনিৰ প্ৰভাৱত চেলেঞ্জৰ মুখামুখি হ’ব বৃশ্চিক ৰাশিৰ জাতক।

মকৰ ৰাশি
আগন্তুক ২৪ জুনত শনিৰ বক্ৰী হ’লে বিপদ বাঢ়িব মকৰ ৰাশিৰ জাতকৰো। শনিৰ অশুভ প্ৰভাৱে আপোনাৰ আত্মবিশ্বাসত প্ৰভাৱ পেলাব। এই সময়ত টকাৰ আদান প্ৰদানৰ ক্ষেত্ৰত সাৱধান হ’ব। সাৱধান নহ’লে ধন অত্যধিক ব্যয় হ’ব পাৰে। স্বাস্থ্য ভালে নাথাকিব এই ৰাশিৰ জাতকৰো।

মীন ৰাশি
মীন ৰাশিতো শনিৰ বক্ৰী দশাৰ প্ৰভাৱ পৰিব। মীন ৰাশিত বৰ্তমান শনিৰ প্ৰভাৱ আছেই। ২৪ জুনত শনিৰ বক্ৰী দশাৰ ফলত যিমানেই পৰিশ্ৰম নকৰক কিয় আকাংশিত ফল নাপাব। সকলো কামতেই অকাৰণে দেৰী হ’ব। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। অন্যথা বিপদ বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
মহেন্দ্ৰ সিং ধোনীৰ একমাত্ৰ কন্যাই কোনখন স্কুলত পঢ়ে জানেনে? তেওঁৰ কন্যাই পঢ়া বিদ্যালয়ৰ মাচুল কিমান?

মহেন্দ্ৰ সিং ধোনীৰ একমাত্ৰ কন্যাই কোনখন স্কুলত পঢ়ে জানেনে? তেওঁৰ কন্যাই পঢ়া বিদ্যালয়ৰ মাচুল কিমান?

২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টাত এদিন হ’ব! এই পৰিবৰ্তন হ’লে কি হ’ব? মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?

২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টাত এদিন হ’ব! এই পৰিবৰ্তন হ’লে কি হ’ব? মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.