• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহেন্দ্ৰ সিং ধোনীৰ একমাত্ৰ কন্যাই কোনখন স্কুলত পঢ়ে জানেনে? তেওঁৰ কন্যাই পঢ়া বিদ্যালয়ৰ মাচুল কিমান?

মহেন্দ্ৰ সিং ধোনীৰ একমাত্ৰ কন্যাই কোনখন স্কুলত পঢ়ে জানেনে? তেওঁৰ কন্যাই পঢ়া বিদ্যালয়ৰ মাচুল কিমান?

3 years ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

32 minutes ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

1 hour ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

13 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

14 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

15 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

15 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

16 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

17 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

18 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

18 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

20 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মহেন্দ্ৰ সিং ধোনীৰ একমাত্ৰ কন্যাই কোনখন স্কুলত পঢ়ে জানেনে? তেওঁৰ কন্যাই পঢ়া বিদ্যালয়ৰ মাচুল কিমান?

editor by editor
December 10, 2023
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
মহেন্দ্ৰ সিং ধোনীৰ একমাত্ৰ কন্যাই কোনখন স্কুলত পঢ়ে জানেনে? তেওঁৰ কন্যাই পঢ়া বিদ্যালয়ৰ মাচুল কিমান?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁ নিজে সাধাৰণ স্কুলত পঢ়াশুনা কৰিছিল। এটা অতি সাধাৰণ পৰিয়ালৰ পৰা আৰম্ভ হৈছিল তেওঁৰ যাত্ৰা। পিতৃ আছিল চৰকাৰী আৱাসৰ কৰ্মচাৰী। সাধাৰণ কৰ্মীজনৰ পুত্ৰ মহেন্দ্ৰ সিং ধোনী এতিয়া ভাৰতৰ শীৰ্ষস্থানীয় এজন খেলুৱৈ। ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম অধিনায়ক। ধোনীয়ে সাধাৰণ বিদ্যালয়ত পঢ়াশুনা কৰিলেও তেওঁৰ একমাত্ৰ কন্যা সন্তানটিক ক’ত পঢ়োৱাইছে সেই কথা জানিবলৈ বহুজনেই আগ্ৰহী। সাধাৰণতে ভাৰতীয় তাৰকাসকলৰ সন্তানে বিদেশতেই পঢ়াশুনা কৰে। ধোনীয়ে কিন্তু তেওঁৰ সন্তানক বিদেশলৈ নপঠিয়াই দেশতেই শিক্ষাগ্ৰহণৰ ব্যৱস্থা কৰিছে।

ধোনীৰ কন্যাৰ নাম জিভা সিং ধোনী। বয়স কম হ’লেও জনপ্ৰিয়তাৰ শীৰ্ষতেই জিভা। ইনষ্টাগ্ৰামত এতিয়াই নিজা একাউণ্ট আছে জিভাৰ। তাত তেওঁৰ অনুৰাগীৰ সংখ্যা প্ৰায় ২৩ লাখ। ইনষ্টাগ্ৰামত মাতৃ সাক্ষী ধোনীতকৈয়ো জিভাৰ ফলৱাৰ্ছৰ সংখ্যা বেছি। জিভাৰ জন্ম ২০১৫ চনৰ ৬ ফেব্ৰুৱাৰীত। বয়সৰ জোখাৰে তেওঁ এতিয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰী হ’ব লাগে। ধোনীয়ে তেওঁৰ কন্যাক ৰাচীৰ এখন স্কুলত ভৰ্তী কৰাইছে। Taurian World School in Ranchi নামৰ বিদ্যালয়ত কন্যাৰ নামভৰ্তী কৰাইছে ধোনীয়ে। ধোনীয়ে নিজৰ জন্মস্থানতেই সন্তানক ডাঙৰ কৰিব বিচাৰিছে। ৰাঁচীৰ দাভ জৱাহৰ বিদ্যামন্দিৰত শিক্ষাজীৱন পাৰ কৰিছিল ধোনীয়ে। অৱশ্যে ধোনীয়ে কন্যাক সেইখন স্কুলত দিয়া নাই।

ৰাঁচীৰ এখন আন্তৰ্জাতিক বেচৰকাৰী বৰ্ডিং স্কুলত নামভৰ্তী কৰাইছে জিভাৰ। ৰাঁচীত অৱস্থিত এই স্কুল দেশৰ বৰ্ডিং স্কুলসমূহৰ ভিতৰত অন্যতম এখন স্কুল। ২০০৮ চনত এই স্কুল তৈয়াৰ কৰিছিল অমিত বাজলাই। অমিত লণ্ডন স্কুল অৱ ইকনমিক্সৰ ছাত্ৰ। অমিতে নিৰ্মাণ কৰা এই বিদ্যালয় দেশৰ অন্যান্য বিদ্যালয়সমূহতকৈ পৃথক। পুথিগত পঢ়াশুনাতকৈ হাতেকামে শিক্ষা দিয়াত বিশ্বাসী এই স্কুল। প্ৰেক্টিকেল পঢ়াশুনাৰ ওপৰ্ও ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্ব তৈয়াৰ কৰাতো মনোযোগ দিয়ে এই স্কুলৰ শিক্ষকে। এই বিদ্যালয়ক বহুতেই থ্ৰী ইডিয়টছৰ বিদ্যালয়ৰ সৈতে বহুতে তুলনা কৰে। এই স্কুলত ছাত্ৰ ছাত্ৰীসকলক সামগ্ৰিক শিক্ষা দিয়া হয়। কৃষিকামৰ ওপৰিও সাঁতোৰা, ঘোঁৰা চলোৱা, খেলাধুলা সকলোবোৰেই শিকোৱা হয়।

৬৫ একৰৰ বিস্তৃত এলেকাত এই বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। এই স্থানৰ ভিতৰতেই আছে সকলো ব্যৱস্থা। ক্ৰিকেট, ফুটবল, বেডমিণ্টন, টেনিছ আদি সকলো খেলৰ ওপৰিও আছে নাচ, গান, আৰ্ট, বাদ্যযন্ত্ৰ শিকাৰো সুবিধা। দ্বাদশ শ্ৰেণী পৰ্যন্ত এই বিদ্যালয়ত পঢ়িব পাৰে একোজন ছাত্ৰই। ধোনীৰ কন্যাই পঢ়ি থকা এই বিদ্যালয়ৰ মাছুল কিমান? স্কুলখনৰ ৱেবচাইটত উল্লেখ থকা অনুসৰি এই বিদ্যালয়ত অষ্টম শ্ৰেণী পৰ্যন্ত পঢ়িবলৈ অভিভাৱকে ব্যয় কৰিব লাগিব ৪লাখ ৪০হাজাৰ টকা। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত মাছুলৰ পৰিমান ৪লাখ ৮০ হাজাৰ টকা। ধোনীয়ে জাতীয় ক্ৰিকেট দলৰ পৰা অৱসৰ ল’লেও নিয়মিতভাৱে আইপিএল খেলি আছে। বিগত আইপিএলত চেন্নাই ছুপাৰকিংছৰ কেপ্টেইন আছিল তেওঁ। তেওঁৰ নেতৃত্বত আইপিএলৰ ট্ৰফীও জয় কৰিছিল দলটোৱে।

ধোনীৰ কন্যাৰ জিভাক শেষবাৰৰ বাবে দেখা গৈছিল ট্ৰফীৰ সৈতে। সামাজিকমাধ্যমত জিভাৰ সৈতে ধোনীৰ ছবি পোষ্ট কৰা মাত্ৰকেই ভাইৰেলো হৈছিল। ক্ৰিকেটক লৈ সকলোসময়তে ব্যস্ত ধোনীয়ে অলপমান সময় পালেই পৰিয়ালৰ সৈতে ৰাঁচীত সময় কটায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
Next Post
২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টাত এদিন হ’ব! এই পৰিবৰ্তন হ’লে কি হ’ব? মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?

২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টাত এদিন হ’ব! এই পৰিবৰ্তন হ’লে কি হ’ব? মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?

সূৰ্যৰ বুকুত ৬০ টা পৃথিৱীৰ সমান আয়তনৰ এটা অন্ধকাৰ গাঁত! নাছাৰ বিজ্ঞানীয়ে দিছে কেইবাটাও ভয়ংকৰ খবৰ

সূৰ্যৰ বুকুত ৬০ টা পৃথিৱীৰ সমান আয়তনৰ এটা অন্ধকাৰ গাঁত! নাছাৰ বিজ্ঞানীয়ে দিছে কেইবাটাও ভয়ংকৰ খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.