• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ বুকুত ৬০ টা পৃথিৱীৰ সমান আয়তনৰ এটা অন্ধকাৰ গাঁত! নাছাৰ বিজ্ঞানীয়ে দিছে কেইবাটাও ভয়ংকৰ খবৰ

সূৰ্যৰ বুকুত ৬০ টা পৃথিৱীৰ সমান আয়তনৰ এটা অন্ধকাৰ গাঁত! নাছাৰ বিজ্ঞানীয়ে দিছে কেইবাটাও ভয়ংকৰ খবৰ

3 years ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

31 minutes ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

57 minutes ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

10 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

10 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

11 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

12 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

13 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

14 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

14 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

15 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

15 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

সূৰ্যৰ বুকুত ৬০ টা পৃথিৱীৰ সমান আয়তনৰ এটা অন্ধকাৰ গাঁত! নাছাৰ বিজ্ঞানীয়ে দিছে কেইবাটাও ভয়ংকৰ খবৰ

editor by editor
December 10, 2023
in বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
সূৰ্যৰ বুকুত ৬০ টা পৃথিৱীৰ সমান আয়তনৰ এটা অন্ধকাৰ গাঁত! নাছাৰ বিজ্ঞানীয়ে দিছে কেইবাটাও ভয়ংকৰ খবৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সূৰ্যৰ মাজত তৈয়াৰ হৈছে এটা বৃহৎ আকাৰৰ গাঁত। ৬০ টা পৃথিৱীৰ সমান অন্ধকাৰ এই অন্ধকাৰ গাঁতটোৰ নাম বিজ্ঞানীয়ে দিছে ‘কৰোনেল হোল’। এই বিশেষ গাঁতটোক লৈয়েই বৃদ্ধি হৈছে আতংক। এই গাঁতৰ পৰাই শক্তিশালী তেজস্ক্ৰিয় স্ৰোত নিৰ্গত হৈ আছে। এই তেজস্ক্ৰিয়া সোঁতক কোৱা হয় সৌৰধুমুহা। সেই সৌৰধুমুহা পৃথিৱীৰ দিশেৰেই আহি আছে। নাছাই শ্বেয়াৰ কৰিছে সূৰ্যত সৃষ্টি হোৱা সেই গাঁতৰ ছবি।

নাছাই শ্বেয়াৰ কৰা ছবিত দেখা গৈছে সূৰ্যৰ উজ্জ্বলতাৰ মাজত এটা ক’লা অংশ। নাছাৰ বিজ্ঞানীয়ে জনোৱা অনুসৰি এই কৰোনেল গাঁত সূৰ্যৰ বাকী অংশৰ তুলনাত বহু বেছি ঠাণ্ডা। বিগত ২ ডিচেম্বৰত এই গাঁত নতুনকৈ সূৰ্যত সৃষ্টি হৈছে। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই গাঁতটো ৮লাখ কিঃমিঃ বহল আৰু দ’ হৈ পৰিছে। ৪ ডিচেম্বৰৰ পৰা পৃথিৱীৰ দিশেৰে সৌৰধুমুহা আহিবলৈকো আৰম্ভ হৈছে। কিন্তু সূৰ্যৰ মাজত হঠাৎ এই গাঁতৰ সৃষ্টি কেনেকৈ হ’ল?

বিজ্ঞানীয়ে জনোৱা অনুসৰি এই গাঁত নিতান্তই সাময়িক। এয়া বিৰল ঘটনা নহয়। সূৰ্যৰ চৌম্বকক্ষেত্ৰই হঠাৎ এনে শীতল গাঁতৰ সৃষ্টি কৰে। এই গাঁতৰ মাধ্যমেৰে সৌৰপৃষ্ঠৰ তেজস্ক্ৰিয় সৌৰধুমুহা মহাবিশ্বত বিয়পি পৰে। বিগত মাৰ্চ মাহতো এনে গাঁতৰ সৃষ্টি হোৱাৰ কথা বিজ্ঞানীয়ে জনাইছিল। বিজ্ঞানীৰ আশংকা ২০২৪চনত সূৰ্যত আৰু এক প্ৰকাণ্ড বিস্ফোৰণ হ’ব পাৰে। এই বিস্ফোৰণে পৃথিৱীৰ চৌম্বকক্ষেত্ৰকো ক্ষতিগ্ৰস্থ কৰিব পাৰে বুলি আশংকা কৰিছে বিজ্ঞানীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?
বিশ্ব

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

June 19, 2026
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ
বিবিধ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

June 19, 2026
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!
বিনোদন

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

June 18, 2026
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি
অপৰাধ

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

June 18, 2026
Next Post
মহাশূন্যই প্ৰতিজন মানুহৰ ঘৰ বুলি কৈ তৰাৰ দেশতেই তেওঁ বিলীন! মৃত্যুৰ পূৰ্বে কল্পনা চাওলাৰ সৈতে সেইদিনা কি হৈছিল?

মহাশূন্যই প্ৰতিজন মানুহৰ ঘৰ বুলি কৈ তৰাৰ দেশতেই তেওঁ বিলীন! মৃত্যুৰ পূৰ্বে কল্পনা চাওলাৰ সৈতে সেইদিনা কি হৈছিল?

গেছ চিলিণ্ডাৰ ভৰাবলৈকো লাগিব বায়োমেট্ৰিক, বায়োমেট্ৰিক অবিহনে ভৰাব নোৱাৰিব চিলিণ্ডাৰ!

গেছ চিলিণ্ডাৰ ভৰাবলৈকো লাগিব বায়োমেট্ৰিক, বায়োমেট্ৰিক অবিহনে ভৰাব নোৱাৰিব চিলিণ্ডাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.