• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটী

গুৱাহাটী হ’ব ক্লীন, নাথাকিব ডাষ্টবিন!

3 years ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

1 hour ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

1 hour ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

3 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

4 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

5 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

7 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

8 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

গুৱাহাটী হ’ব ক্লীন, নাথাকিব ডাষ্টবিন!

editor by editor
December 9, 2023
in গুৱাহাটী
0
গুৱাহাটী
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটী মহানগৰী পৰিষ্কাৰ কৰিবলৈ অহৰহ চেষ্টা কৰিয়েই আছে GMCয়ে। লৈছে ইটোৰ পাছত সিটো বৃহৎ বৃহৎ প্ৰকল্প। কিন্তু আজিকোপতি সম্পূৰ্ণ সফল হ’ব পৰা নাই গুৱাহাটী পৌৰ নিগম। আজিও মহানগৰীৰ বিভিন্ন পথ-উপ পথত জমা হৈ থকা জাৱৰৰ দ’মৰ ওচৰেৰে পাৰ হওতে নাক কোচাবলগীয়া হয় মহানগৰবাসী। উলিয়াব পৰা নাই কোনো স্থায়ী সমাধান। শনিবাৰে পুনৰ এক বৈঠকত মিলিত হয় গুৱাহাটী পৌৰ নিগমৰ বিষয়ববীয়া আৰু ফাঁচীবজাৰৰ ব্যৱসায়ীসকল।
উজানবজাৰস্থিত গুৱাহাটী পৌৰনিগমৰ কাৰ্যালয়ত ফাঁচীবজাৰ ব্যৱসায়ীসকলৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ বিষয়ববীয়াৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীৰ ফাঁচী বজাৰ স্থানান্তৰ আৰু জে’ল চৌহদৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাকলৈ অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া।
ফাঁচীবজাৰ জে’ল চৌহদত ডাম্পিং গ্ৰাউণ্ড হোৱা নোহোৱাক লৈ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মৃগেন শৰণীয়াই। মহানগৰীত জাৱৰ নিষ্কাষণ কেন্দ্ৰসমূহ স্থাপন হ’লে গুৱাহাটীৰ পথৰ পৰা ডাষ্টবিনসমূহ নোহোৱা হৈ যাব আৰু ৰাস্তা-ঘাট সম্পূৰ্ণ নিকা হৈ উঠিব বুলি দাবী কৰে মেয়ৰগৰাকীয়ে। জাৱৰ নিষ্কাষণ কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম। য’তে ত’তে পেলনীয়া জাৱৰ পেলালে জৰিমনা ভৰিব লাগিব নাগৰিকে।
আনহাতে, ফাঁচীবজাৰৰ স্থানান্তৰ কৰাক লৈও মন্তব্য কৰে মেয়ৰ মৃগেন শৰণীয়াই। পুৰণি জে’ল চৌহদত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ লোৱা কথাটো মানি ল’ব পৰা নাই ফাঁচীবজাৰ ব্যৱসায় সন্থাই। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত পুনৰ বৈঠকত মিলিত হ’ব ব্যৱসায়ী সন্থা আৰু গুৱাহাটী পৌৰ নিগম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: dumping groundgmcguwahatimrigen sarania
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ
অসম

১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

June 9, 2026
Next Post
২৪ চনত বক্ৰী হ’ব শনি! গ্ৰহৰাজৰ বক্ৰী দশাই সমস্যা বঢ়াব ৪ ৰাশিৰ জাতকৰ

২৪ চনত বক্ৰী হ’ব শনি! গ্ৰহৰাজৰ বক্ৰী দশাই সমস্যা বঢ়াব ৪ ৰাশিৰ জাতকৰ

মহেন্দ্ৰ সিং ধোনীৰ একমাত্ৰ কন্যাই কোনখন স্কুলত পঢ়ে জানেনে? তেওঁৰ কন্যাই পঢ়া বিদ্যালয়ৰ মাচুল কিমান?

মহেন্দ্ৰ সিং ধোনীৰ একমাত্ৰ কন্যাই কোনখন স্কুলত পঢ়ে জানেনে? তেওঁৰ কন্যাই পঢ়া বিদ্যালয়ৰ মাচুল কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.