মুখ্যমন্ত্ৰী-প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সংঘাতৰ বলি মাজুলীবাসী। দুবাৰ আধাৰশিলাৰ পাছতো নহ’ল মাজুলীৰ দলং। গেৰুৱা বাহিনীত এতিয়া মাজুলীক লৈ টনা-আঁজোৰা। নিৰ্বাচনৰ স্বাৰ্থত দলঙৰ আধাৰশিলা নেকি? rss-এ আদৰণি জনাইছিল ইংৰাজক। অসমৰ ভৱিষ্যতৰ বাবে শুভ নহয় rss। শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব বিজেপিয়ে। শংকৰদেৱৰ আদৰ্শক কুঠাৰাঘাত বিজেপিৰ। জনতাক বিভ্ৰান্ত কৰিবলৈ চৰকাৰৰ ন ন কৌশল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ