• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

1 year ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

11 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

11 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

12 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

13 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

13 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

14 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

14 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

15 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

16 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

16 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

17 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

editor by editor
June 17, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ
0
SHARES
12.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বৈদিক শাস্ত্ৰমতে শুক্ৰ হৈছে ধন আৰু বৈভৱৰ দেৱতা৷ শুক্ৰক মান সন্মান, সুখ-সমৃদ্ধি, ঐশ্বৰ্য, ভোগবিলাস, আকৰ্ষণৰ কাৰক গ্ৰহ বুলি ধৰা হয়৷ এই শুক্ৰ গ্ৰহৰেই অৱস্থান পৰিবৰ্তন হ’ব এই পৰিবৰ্তনৰ প্ৰভাৱ পৰিব ১২ ৰাশিৰ ওপৰতেই৷ কিন্তু কোন কোন ৰাশিৰ বাবে শুক্ৰৰ অৱস্থান পৰিবৰ্তন শুভ হব? জানি থওক সবিশেষ তথ্য৷
২৯ জুন ২০২৫ৰ ২ বাজি ১৭ মিনিটত শুক্ৰ বৃষত বিৰাজমান হৈ থাকিব৷ মালব্য ৰাজযোগ, পঞ্চ মহাপুৰুষ ৰাজযোগৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ যোগ৷ ২৬ জুলাইত এই ৰাজযোগৰ নিৰ্মাণ হ’ব৷ এই ৰাজযোগৰ ফলত চাকৰি, ব্যৱসায়ত বিশাল লাভৰ মুখ দেখিব, আকস্মিকভাৱে ধনৰ আগমন ঘটিব৷
বৈদিক শাস্ত্ৰমতে মালব্য ৰাজযোগ তেতিয়াই নিৰ্মিত হয় যেতিয়া শুক্ৰ কুষ্ঠিৰ প্ৰথম, চতুৰ্থ, সপ্তম, দশম কেন্দ্ৰত বৃষ বা তুলা বা উচ্চ মীন ৰাশিত অৱস্থিত হয়৷ মালবা ৰাজযোগ পঞ্চম মহাপুৰুষ ৰাজযোগৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ ৰাজযোগ৷ হংস ৰাজযোগ, ৰুচক ৰাজযোগ, ভদ্ৰযোগ, শ শ মহাপুৰুষ ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ৷ মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ আৰু শনিয়ে নিৰ্মাণ কৰা ৰাজযোগৰ ফলত জাতক জাতিকাৰ জীৱনত বিশাল উন্নতিকৰ পৰিস্থিতি আহিব৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে মালব্য মহাপুৰুষ ৰাজযোগ অত্যন্ত সুখৰ হব৷ এই জাতক জাতিকাৰ ওপৰত শুক্ৰৰ কৃপা সৰ্বদা থাকে৷ অপ্ৰত্যাশিত ধনপ্ৰাপ্তি হব পাৰে৷ সামগ্ৰী ক্ৰয় কৰিব পাৰে এই ৰাশিৰ জাতক জাতিকাই৷ কেৰিয়াৰৰ বাবে অত্যন্ত ভাল সময় আহিব৷ উচ্চ অধিকাৰীসকলৰ সৈতে আলোচনা হব পাৰে৷ পদোন্নতিও ঘটিব৷ চলচ্চিত্ৰ, মিডিয়া, কলা, সংগীতৰ ক্ষেত্ৰত যুক্তসকলৰ বাবে ভাল সময় আহিছে৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ মজবুত হব৷ দীৰ্ঘ সময় ধৰি জীৱনত যিসমূহ সমস্যা চলি আছে সেই সমস্যাৰ পৰা মুক্তি পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰে৷ আইন আদালত সংক্ৰান্তিয় গোচৰৰ পৰা মুক্তি পাব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে শুক্ৰৰ মালব্য ৰাজযোগ বিশেষভাৱে উপকৃত হব৷ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই অপাৰ লাভ হব জাতক-জাতিকাৰ৷ পাৰ্থিৱ সমস্ত সুখ পাব, পঢ়ুৱৈসকলৰ বাবে পৰিস্থিতি অত্যন্ত পৰিমাণে অনুকূল হব৷ বিবাহিত জীৱন সুখৰ হব৷ ব্যৱসায় বাণিজ্যত পূৰ্বতকৈ আৰু ভাল ফল পাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল সময় আহিছে কুম্ভৰ চতুৰ্থ ঘৰত এই ৰাজযোগৰ নিৰ্মাণৰ ফলত৷ জীৱনশৈলী পূৰ্বতকৈ আৰু ভাল হব৷ পৈতৃক সম্পত্তিৰ পৰা বিশেষ লাভ পাব পাৰে জাতক জাতিকাসকলে৷ আৰ্থিক লাভ প্ৰচুৰ পৰিমাণে পাব পাৰে৷ সুখ শান্তি পূৰ্বতকৈ বাঢ়িব৷ আত্মবিশ্বাস বঢ়াৰ ফলত পূৰ্বতকৈ ব্যৱসায় বাণিজ্যত লাভ বাঢ়িব আপোনাৰ৷ নতুন নতুন যোজনাত সাফল্য পাব৷ জীৱনৰ বহু সমস্যাৰ সমাধান হব দ্ৰততাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন
জীৱনশৈলী

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

August 15, 2026
Next Post
মাজত মাত্ৰ দুদিন, শনি-মঙল যোগত ডাঙৰ বিপদ আহি আছে এই ৫ৰাশিৰ, আজিৰ পৰাই সাৱধান হওক এইকেইটা ৰাশিৰ জাতক

মাজত মাত্ৰ দুদিন, শনি-মঙল যোগত ডাঙৰ বিপদ আহি আছে এই ৫ৰাশিৰ, আজিৰ পৰাই সাৱধান হওক এইকেইটা ৰাশিৰ জাতক

৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

৭০ ভৰি সোণ, ৮০ হাজাৰ টকা... আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.