• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ জন্ম নিয়ন্ত্ৰণ বড়ি : পুৰুষৰ যৌন ক্ষমতা হ্ৰাস কৰে নেকি? গৱেষণাই কি কয়?

4 years ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

6 minutes ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

1 hour ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

2 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

3 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

4 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

5 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

6 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

পুৰুষৰ জন্ম নিয়ন্ত্ৰণ বড়ি : পুৰুষৰ যৌন ক্ষমতা হ্ৰাস কৰে নেকি? গৱেষণাই কি কয়?

editor by editor
June 13, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
পুৰুষৰ জন্ম নিয়ন্ত্ৰণ বড়ি : পুৰুষৰ যৌন ক্ষমতা হ্ৰাস কৰে নেকি? গৱেষণাই কি কয়?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে জন্ম নিয়ন্ত্ৰণৰ বড়ি নাৰীয়ে ব্যৱহাৰ কৰে। পুৰুষৰ ক্ষেত্ৰতো জন্ম নিয়ন্ত্ৰণৰ এক ধাৰণাটো বহু বছৰ ধৰি চলি আছিল।

এতিয়া ইয়াৰ ট্ৰায়েলৰ অন্তত দেখা গৈছে যে এই বড়িবোৰে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়। ইয়াৰ প্ৰভাৱে কোনো ধৰণে পুৰুষৰ যৌন ক্ষমতা হ্ৰাস নকৰে বুলি কোৱা হৈছে।

শেহতীয়াকৈ গৱেষকসকলে পুৰুষৰ বাবে দুটাকৈ জন্ম নিয়ন্ত্ৰণৰ বড়ি প্ৰস্তুত কৰিছে। তেওঁলোকে দাবী কৰে যে এই ধৰণৰ ঔষধৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। এই ঔষধবোৰে মূলতঃ শৰীৰত টেষ্টষ্টেৰনৰ মাত্ৰা হ্ৰাস কৰে। আমেৰিকাৰ আটলাণ্টাত অনুষ্ঠিত বৈজ্ঞানিক সন্মিলনত এই অধ্যয়নৰ বিষয়ে আলোচনা কৰা হয়।

লগতে পঢ়ক আকৌ ৰেভ পাৰ্টিত ড্ৰাগছ! অন্য এক বলিউদ তাৰকাৰ পুত্ৰক গ্ৰেপ্তাৰ, অস্বস্তিত শ্ৰদ্ধা কাপুৰ!

DMAU আৰু 11B-MNTDC নামৰ ঔষধবোৰ প্ৰজেষ্টোজেনিক এণ্ড্ৰজেন নামৰ ঔষধৰ সৈতে একে। এই ঔষধবোৰে টেষ্টষ্টেৰনৰ মাত্ৰা আৰু শুক্ৰাণুৰ সংখ্যা কমায়।

নাৰীৰ তুলনাত ল’ৰাৰ বাবে গৰ্ভনিৰোধক বিকল্প অতি সীমিত। গৱেষকসকলে দাবী কৰিছে যে এই দুবিধ ঔষধৰ আৱিষ্কাৰে অপৰিকল্পিত গৰ্ভধাৰণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

লগতে পঢ়ক অক্ষৰ কুমাৰৰ বেয়া দিন!

এই অধ্যয়নত অংশগ্ৰহণ কৰা ৭৫ শতাংশতকৈ অধিক পুৰুষে কয় যে তেওঁলোকে এই ঔষধ পুনৰ ব্যৱহাৰ কৰিবলৈ আগ্ৰহী।

গৱেষকসকলৰ মতে, এই ঔষধ ব্যৱহাৰ কৰিলে অবাঞ্চিত গৰ্ভধাৰণৰ সমস্যা আৰু অধিক হ্ৰাস পাব। অৱশ্যে এই বড়ি বজাৰৰ উপলব্ধ হ’বলৈ কিছু সময় লাগিব পাৰে। কিন্তু ইয়াৰ ব্যৱহাৰ ফলপ্ৰসু হ’লে ই মানৱ সমাজত এক বৈপ্লৱিক ৰূপান্তৰ আনিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tipsMale Contraceptive Pills
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ
জীৱনশৈলী

May 7, 2026
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?
জীৱনশৈলী

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

May 7, 2026
Next Post
বিপদে লগ এৰা নাই বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাক! পুনৰ কলকতা আৰক্ষীৰ চমন

IPLৰ টিভি আৰু ডিজিটেল মিডিয়াৰ ৰাইট বিক্ৰী! কিমান হাজাৰ কোটিত হ’ল বিক্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন