• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐতিহাসিক সাফল্য , মানৱ দেহত গাহৰিৰ বৃক্ক

ঐতিহাসিক সাফল্য , মানৱ দেহত গাহৰিৰ বৃক্ক

2 years ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

24 minutes ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

54 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

1 hour ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

2 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

3 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

3 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

4 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

5 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

6 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

6 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

8 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঐতিহাসিক সাফল্য , মানৱ দেহত গাহৰিৰ বৃক্ক

editor by editor
March 23, 2024
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
ঐতিহাসিক সাফল্য , মানৱ দেহত গাহৰিৰ বৃক্ক
0
SHARES
63
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঐতিহাসিক সাফল্য , মানৱ দেহত গাহৰিৰ বৃক্ক

চিকিৎসা বিজ্ঞানত এক ঐতিহাসিক সাফল্য, সফল অস্ত্ৰোপচাৰেৰে মানৱ দেহত সংৰোপন কৰিলে গাহৰিৰ বৃক্ক। বৰ্তমানে সম্পূৰ্ণ সুস্থ গাহৰিৰ বৃক্ক লগোৱা ব্যক্তি।

বিগত ১৬ মাৰ্চ তাৰিখে বষ্টনৰ মাছাছুছেটছ জেনেৰেল হাস্পতালৰ এদন চিকিৎসকে প্ৰায় ৪ ঘণ্টাজোৰা যুগান্তকাৰী অপাৰেচনৰ জৰিয়তে ৬২ বছৰীয়া ৰিচাৰ্ড শ্লেইমেন নামৰ এগৰাকী লোকৰ দেহত জিনিয়ভাৱে পৰিৱৰ্তন কৰা গাহৰি এটাৰ বৃক্ক সংৰোপন কৰে। যি হৈছে বিশ্বৰ প্ৰথম ঘটনা।

বৰ্তমানে চিকিৎসকে শ্লেইমেনৰ অৱস্থা ভাল বুলি জনাইছে আৰু অতি সোনকালেই তেওঁ ঘৰলৈয়ো যাব পাৰিব বুলি আশা কৰিছে চিকিৎসালয়খনে।

এই অস্ত্ৰোপচাৰটো আছিল বিশেষভাৱে প্ৰজনন কৰা গাহৰিৰ এটা গোটৰ পৰা, যিবোৰ জিনগতভাৱে মানুহৰ লগত অধিক মিল থকাকৈ সংশোধন কৰা হৈছিল।

আনহাতে উল্লেখ্য যে, শ্লেইমেনৰ পাঁচ বছৰ পূৰ্বে মানুহৰ বৃক্ক সংৰোপণ কৰা হৈছিল যদিও বহু বোৰ বৃক্ক ৰোগত আক্ৰান্ত লোকৰ দৰেই সেই সংৰোপন কৰা বৃক্কও বিকল হৈ পৰে, যাৰ ফলত পুনৰ ডায়েলাইছিছৰ প্ৰয়োজন আহি পৰে শ্লেইমেনৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: genetically modifiedKidney Transplantpig kidneysurgery
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
Next Post
ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি

ভয়ংকৰ গুলিচালনা , অতি কমেও ৬০ গৰাকী লোকে হেৰুৱালে প্ৰাণ, চৰকাৰে কৰিলে সদৰি

প্ৰভু কৃষ্ণৰ সৈতে বিয়া ২৩ বৰ্ষীয় শিৱানীৰ, বিয়াৰ প্ৰস্তুতি আৰম্ভ

প্ৰভু কৃষ্ণৰ সৈতে বিয়া ২৩ বৰ্ষীয় শিৱানীৰ, বিয়াৰ প্ৰস্তুতি আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.