• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অ/বৈধ সম্পৰ্কৰ সন্দেহতে শেষ হৈ গ’ল এটা পৰিয়াল, ৫ জন লোক নিহত

অ/বৈধ সম্পৰ্কৰ সন্দেহতে শেষ হৈ গ’ল এটা পৰিয়াল, ৫ জন লোক নিহত

2 years ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

15 minutes ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

1 hour ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

2 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

2 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

2 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

3 hours ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

4 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

5 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

5 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

10 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অ/বৈধ সম্পৰ্কৰ সন্দেহতে শেষ হৈ গ’ল এটা পৰিয়াল, ৫ জন লোক নিহত

editor by editor
August 13, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অ/বৈধ সম্পৰ্কৰ সন্দেহতে শেষ হৈ গ’ল এটা পৰিয়াল, ৫ জন লোক নিহত
0
SHARES
634
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অ/বৈধ সম্পৰ্কৰ সন্দেহতে শেষ হৈ গ’ল এটা পৰিয়াল, ৫ জন লোক নিহত

দেশ জুৰি তোলপাৰ লগোৱা এক ঘটনা। পত্নীৰ অবৈধ প্ৰেম বুলি সন্দেহ কৰা স্বামীয়ে কোনো বিচাৰ খোচাৰ নকৰাৰ ফলত প্ৰাণ গ’ল নিজৰ লগতে পত্নী, দুই সন্তান আৰু শাহুৰ। বিহাৰৰ ভাগলপুৰত সংঘটিত হৈছে এই ঘটনা।

ভাগলপুৰৰ আৰক্ষী লাইনত এগৰাকী মহিলা কনিষ্টবলৰ স্বামী পংকজে সংঘটিত কৰা নৃশংসতাৰ আঁৰত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। প্ৰথমে মহিলা কনিষ্টবল নিতুৰ সৈতে পংকৰ প্ৰেম, তাৰ পিছত পৰিয়ালৰ লোকৰ সন্মতিৰে বিবাহ। কিন্তু সন্দেহৰ বশৱৰ্তী হৈ এটা সুখী পৰিয়াল মুহুৰ্ততে ধ্বংস হৈ যায়?

আচলতে মহিলা কনিষ্টবলগৰাকীৰ স্বামী বহুদিন ধৰি নিবনুৱা হৈ আছিল। লগতে লাহে লাহে স্বামীয়ে নীতুক লৈ সন্দেহ কৰিবলৈ ধৰিছিল। যাৰ বাবেই শেষত স্বামীয়ে পত্নী নিতুৰ লগতে দুই সন্তান  আৰু শাহুৰ ডিঙি ৰেপি হত্যা কৰি শেষত নিজেও নিজকে শেষ কৰি দিয়ে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভৰ লগে লগে আৰক্ষী লাইনৰ চিবি-৩৮ কোৱাৰ্টাৰত আৰক্ষী উপস্থিত হৈ তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত মৃতদেহ কেইটা উদ্ধাৰ কৰে।

পাৰস্পৰিক বিবাদৰ বাবেই এই অপৰাধ সংঘটিত কৰে অভিযুক্তই। থিতাতে উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। য’ত তেওঁ পৰিয়ালটোৰ চাৰিজন সদস্যক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। অভিযুক্তই পত্নীক অবৈধ সম্পৰ্কৰ সন্দেহ প্ৰকাশ কৰে। ঘটনাৰ পিছত সমগ্ৰ আৰক্ষী বিভাগত চাঞ্চল্যৰ সৃষ্টি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharBihar Police Casemurdermurder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ
বিনোদন

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

September 15, 2026
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
Next Post
২৬ আগষ্টৰ পৰা মালামাল হৈ পৰিব ৩ ৰাশিৰ লোক, কাৰণ হ’বলৈ গৈ আছে বিশেষ সংযোগ

২৬ আগষ্টৰ পৰা মালামাল হৈ পৰিব ৩ ৰাশিৰ লোক, কাৰণ হ'বলৈ গৈ আছে বিশেষ সংযোগ

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.