• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

2 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

4 minutes ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

1 hour ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

2 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

3 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

4 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

6 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

7 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

editor by editor
March 16, 2026
in জীৱনশৈলী
0
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
0
SHARES
720
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহৰ সেনাপতি আৰু শাৰীৰিক শক্তিৰ বাবে কাৰক গ্ৰহ মঙ্গলে ২ এপ্ৰিল বৃহস্পতিবাৰে বিয়লি ৩.৩৭ মিনিটত মীন ৰাশিলৈ গমন কৰিব আৰু ১১ মে পৰ্যন্ত এই ৰাশিতেই অৱস্থান কৰিব৷ মঙ্গলৰ এই গোচৰে ৪ৰাশিৰ জাতকৰ বাবে বিশেষ সুবিধা কঢ়িয়াই আনিব৷ জানি থওক মেষসহ কোন ৪ৰাশিৰ জাতকে এই গোচৰৰ পৰা সাফল্য আৰু অগ্ৰগতি লাভ কৰিব?

মেষ ৰাশি

মঙ্গল গ্ৰহৰ এই গোচৰে মেষ ৰাশিৰ বাবে শুভ খবৰ কঢ়িয়াই আনিব৷ কৰ্মজীৱন আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই অগ্ৰগতি লাভ কৰিব৷ কামত অহা বাধা দূৰ হব৷ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ পাব৷ পূৰ্বৰ প্ৰচেষ্টাই আপোনাক সাফল্যৰ দিশলৈ লৈ যাব পাৰে৷ ভৱিষ্যতৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে ভাল সময়৷ নতুন চাকৰিত সফলতা পাব৷

বৃশ্চিক ৰাশি

মঙ্গলৰ এই গোচৰ বৃশ্চিকৰ জাতকৰ বাবে শুভ হব পাৰে৷ কৰ্মক্ষেত্ৰত তেওঁলোকৰ সন্মান বৃদ্ধি পাব৷ অতীতৰ কৰ্মৰ ফল পাব পাৰে৷ শিক্ষাৰ্থীসকলৰ বাবে এই সময় ভাল সময়৷ একাগ্ৰতা বৃদ্ধি পাব আৰু ভাল ফলাফলো পাব৷ সন্তানৰ পৰা সুসংবাদ পাব পাৰে৷ ঘৰত আনন্দৰ পৰিবেশে বিৰাজ কৰিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে মঙ্গলৰ গোচৰ শুভ হব পাৰে৷ সম্পত্তি সংক্ৰান্তিয় বিষয়সমূহ লাভজনক হব পাৰে৷ নতুন ডিল চূড়ান্ত কৰিব৷ বাহন বা মাটি ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ জাতক আৰু তেওঁৰ পৰিয়ালত সুখ বৃদ্ধি পাব৷ পোছাক সংক্ৰান্তিয় ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে৷

মীন ৰাশি

মঙ্গলৰ এই গোচৰে মীন ৰাশিৰ বাবে শুভ দিন কঢ়িয়াই আনিব৷ গুৰুত্বপূৰ্ণ কামত অহা বাধা দূৰ হব৷ আপুনি আপোনাৰ ভায়েক ভনীয়েকসকলৰ সৈতে ভাল সময় কটাব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ যাৰ ফলত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ অগ্ৰগতিৰ নতুন পথ উন্মোচিত হব৷ ব্যৱসায়ত ইতিবাচক ফলাফল অৰ্জন কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

March 16, 2026
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

March 16, 2026
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?
জীৱনশৈলী

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

March 16, 2026
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ
জীৱনশৈলী

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

March 16, 2026
Next Post
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন