• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২ দিন পাছতেই ঘৰ সলনি কৰিব মঙলে, মাটিও সোণ হ’ব এই ৫ৰাশিৰ জীৱনত

২ দিন পাছতেই ঘৰ সলনি কৰিব মঙলে, মাটিও সোণ হ’ব এই ৫ৰাশিৰ জীৱনত

7 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

9 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

10 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

11 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

12 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

13 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

13 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

14 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

14 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

15 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

16 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২ দিন পাছতেই ঘৰ সলনি কৰিব মঙলে, মাটিও সোণ হ’ব এই ৫ৰাশিৰ জীৱনত

২ দিন পাছতেই ঘৰ সলনি কৰিব মঙলে, মাটিও সোণ হ’ব এই ৫ৰাশিৰ জীৱনত

editor by editor
September 11, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
২ দিন পাছতেই ঘৰ সলনি কৰিব মঙলে, মাটিও সোণ হ’ব এই ৫ৰাশিৰ জীৱনত
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুক্ৰৰ ৰাশি তুলাত আগন্তুক ১৩ ছেপ্টেম্বৰৰ নিশা ৯ বাজি ২১ মিনিটত মঙলত প্ৰৱেশ কৰিব৷ বৰ্তমান মঙল আছে কন্যা ৰাশিত৷ দুদিন পাছতেই মঙলৰ তুলা ৰাশিত প্ৰৱেশ জ্যোতিষ অনুসৰি অত্যন্ত উল্লেখযোগ্য হব৷ কাৰণ শুক্ৰ আৰু মঙল হৈছে পৰস্পৰৰ বন্ধু গ্ৰহ৷ সেই কাৰণেই তুলা ৰাশিত মঙলৰ গোচৰ কেইবাটাও ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক হব৷ জানি থওক মঙলৰ গোচৰত সুদিন উভতিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

মেষ ৰাশিৰ সপ্তম ঘৰত গোচৰ কৰিব মঙলে৷ ইয়াৰ ফলত এই ৰাশিৰ জাতকৰ জীৱনত সুখৰ ৰং বিয়পি পৰিব৷ আৰ্থিক পৰিস্থিতিৰ চকুত লগা উন্নতি হব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে মানসিক দূৰত্ব দূৰ হব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব মঙলে৷ এই পৰিস্থিতিত মিথুন ৰাশিৰ জাতকৰ খ্যাতি আৰু প্ৰতিপত্তি বিয়পি পৰিব৷ সমাজত মিলামিছা বাঢ়িব, বহুতৰে সৈতে নতুনকৈ পৰিচিত হব৷ প্ৰতিযোগীৰ পৰা চেলেঞ্জৰ মুখত পৰিব পাৰে৷ কেৰিয়াৰত বৃহৎ সাফল্য পাব৷

তুলা ৰাশি

তুলা ৰাশিতেই প্ৰৱেশ কৰিব মঙলে৷ ৰঙা গ্ৰহৰ গোচৰৰ প্ৰভাৱত সাংসৰিক কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় অত্যন্ত শুভ হব৷ কোনো সুখবৰ লাভ কৰিব পাৰে৷ এনাৰ্জি বাঢ়িব আৰু আৰ্থিকভাৱে বৃহৎ সাফল্য লাভৰ যোগ আছে৷

ধনু ৰাশি

মঙলৰ গোচৰৰ প্ৰভাৱত ১৩ ছেপ্টেম্বৰত নানান দিশৰ পৰা লাভৱান হব ধনু ৰাশিৰ জাতক৷ এই সময়ত আপোনাৰ সামাজিক মৰ্যাদা বাঢ়িব৷ বিদেশী যোগাযোগৰ কাৰণে আপুনি উপকৃত হব পাৰে৷ পাৰিবাৰিক ব্যৱসায় ভাল চলিব৷ কোনো আইনী সমস্যা থাকিলে এই সময়ত দূৰ হব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ চতুৰ্থ ঘৰত গোচৰ কৰিব মঙলে৷ এই সময়ত আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হব৷ ব্যক্তিগত সম্পৰ্কত মাধুৰ্য বৰ্তি থাকিব৷ কেৰিয়াৰত বৃহৎ সাফল্য পাব পাৰে৷ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হব পাৰে৷ পৰিয়ালৰ সদস্যসকলক সকলো বিষয়ত কাষত পাব৷ সকলো কাম সহজে সম্পূৰ্ণ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
মহালয়াৰ নিশা সূৰ্যগ্ৰহণ, ৬ ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰাৰ সম্ভাৱনা

মহালয়াৰ নিশা সূৰ্যগ্ৰহণ, ৬ ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰাৰ সম্ভাৱনা

PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?

PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.