• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহালয়াৰ নিশা সূৰ্যগ্ৰহণ, ৬ ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰাৰ সম্ভাৱনা

মহালয়াৰ নিশা সূৰ্যগ্ৰহণ, ৬ ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰাৰ সম্ভাৱনা

10 months ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

5 minutes ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

36 minutes ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

1 hour ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

13 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

14 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

14 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

15 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

16 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

17 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

18 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

18 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহালয়াৰ নিশা সূৰ্যগ্ৰহণ, ৬ ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰাৰ সম্ভাৱনা

মহালয়াৰ নিশা সূৰ্যগ্ৰহণ, ৬ ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰাৰ সম্ভাৱনা

editor by editor
September 11, 2025
in জীৱনশৈলী, বিশ্ব, লেখা
0
মহালয়াৰ নিশা সূৰ্যগ্ৰহণ, ৬ ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰাৰ সম্ভাৱনা
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চন্দ্ৰগ্ৰহণৰ পাছত এইবাৰ সূৰ্যগ্ৰহণ৷ আগন্তুক ২১ ছেপ্টেম্বৰত সমগ্ৰ বিশ্ব সাক্ষী থাকিব বছৰৰ শেষ সূৰ্যগ্ৰহণৰ৷ ই পূৰ্ণগ্ৰাস নহয়, মহালয়াৰ দিনাই হ’ব খণ্ডগ্ৰাস সূৰ্যগ্ৰহণ৷ ২১ ছেপ্টেম্বৰ সৰ্বপিতৃ অমাবস্যাৰ দিনা সূৰ্য গ্ৰহণ হব৷ জ্যোতিষ শাস্ত্ৰত সূৰ্য গ্ৰহণত অশুভ বুলি ধাৰণা কৰা হয়৷ জ্যোতিষ অনুসৰি সূৰ্য গ্ৰহণ প্ৰতিজন ব্যক্তিৰ জীৱনত কিবা নহয় কিবা ছাপ পেলাব৷ কোন কোন ৰাশিৰ বাবে এই গ্ৰহণ শুভ? আকৌ কাৰ কাৰ জীৱনলৈ অমঙ্গল নামি আহিব পাৰে? এই সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা যাব নে? ভাৰতত সূতক কাল মনা হ’বনে?

সূৰ্যগ্ৰহণৰ সময় আৰু সূতক কাল

ভাৰতীয় সময় অনুসৰি ২১ ছেপ্টেম্বৰ অৰ্থাৎ মহালয়াৰ দিনা নিশা ১১ বজাৰ পৰা ২২ ছেপ্টেম্বৰৰ নিশা ৩ বাজি ১২৮ মিনিট পৰ্যন্ত এই সূৰ্যগ্ৰহণ চলিব৷ ই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ নহয়৷ নিউজিলেণ্ড, অষ্ট্ৰেলিয়াৰ কিছু অংশ, এণ্টাৰ্কটিকাত এই গ্ৰহণ দেখা যাব৷ ভাৰতৰ পৰা সূৰ্যগ্ৰহণ দৃশ্যমান নহয়৷ ফলত ইয়াৰ সূতক কালো মনা নহয়৷

সূৰ্যগ্ৰহণত কি কি ৰাশি সতৰ্ক থাকিব লাগে?

জ্যোতিষ গণনা অনুসৰি মিথুন ৰাশিৰ জাতকে এই সময়ত আৰ্থিক ক্ষেত্ৰত ভাৱিচিন্তি পদক্ষেপ লোৱা উচিত৷ ইয়াৰোপৰি আৰ্থিক ক্ষেত্ৰত যিকোনো বিনিয়োগক লৈ সতৰ্ক থকা উচিত৷ লগ্নিৰ পূৰ্বে ভালকৈ ভাৱি সিদ্ধান্ত গ্ৰহণ কৰক৷ ধৈৰ্য ধৰি যিকোনো কাম কৰা উচিত৷

ধনু ৰাশিৰ জাতকে এই সময়ত অৱসাদ, বিভ্ৰান্তি আৰু চেলেঞ্জৰ মোকাবিলা কৰিব লাগিব৷ গ্ৰহণৰ প্ৰভাৱ কমকৈ পৰাৰ বাবে তেওঁলোকে এই সময়ত দান কৰা উচিত৷

জ্যোতিষ গণনা অনুসৰি বৃষ, সিংহ, তুলা আৰু কুম্ভ ৰাশিৰ বাবে এই গ্ৰহণ অত্যন্ত শুভ৷ এই ৰাশিৰ জাতকে লগ্নি ক্ষেত্ৰত বিশেষ মনোনিবেশ কৰিব লাগে৷ পূৰ্বৰে পৰা কোনো প্ৰকল্পৰ কাম কৰিলে এইবাৰ সফল ন’হবও পাৰে৷ চিংগল জাতকৰ বিবাহৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 14, 2026
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

July 13, 2026
Next Post
PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?

PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?

মাহিলী ৪০০০ টকা বিনিয়োগ কৰিলেই পাব ৮০ লাখ টকা, কেনেকৈ সম্ভৱ, পঢ়ক সবিশেষ

মাহিলী ৪০০০ টকা বিনিয়োগ কৰিলেই পাব ৮০ লাখ টকা, কেনেকৈ সম্ভৱ, পঢ়ক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.