• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

1 month ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

2 minutes ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

32 minutes ago
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

3 hours ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

3 hours ago
২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

২৫ মে’ৰ পৰা ৪ৰাশিৰ প্ৰমোছন পাক্কা, ব্যৱসায়তো বাম্পাৰ লাভ, বুধৰ নক্ষত্ৰ গোচৰত কি কি লাভ?

4 hours ago
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

4 hours ago
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

5 hours ago
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

6 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

6 hours ago
‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

7 hours ago
চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

8 hours ago
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

editor by editor
April 13, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
0
SHARES
747
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় জ্যোতিষ অনুসৰি মঙ্গল অত্যন্ত শক্তিশালী এক গ্ৰহ৷ মঙ্গল হৈছে গ্ৰহৰ সেনাপতি৷ ই নেতৃত্ব আৰু সাহসিকতাৰ কাৰক গ্ৰহ৷ ইয়াৰ সৈতে এই গ্ৰহই ধন সম্পদ বঢ়াব পাৰে৷ সেয়ে এই গ্ৰহৰ প্ৰভাৱক লৈ চৰ্চা চলে৷ সকলো ৰাশিৰ ওপৰত এই গ্ৰহই কৃপা নকৰে৷ মঙ্গলে পছন্দ কৰে ৪ৰাশিক৷ এই সকলো ৰাশিৰ জাতক জাতিকা সাধাৰণত সাহসী হয়৷ ইয়াৰোপৰি তেওঁলোক দৃঢ়প্ৰতিজ্ঞ থাকে৷ তেওঁলোকে পৰিশ্ৰম কৰিব পাৰে৷ সেয়ে তেওঁলোকৰ হাতত ধৰা দিয়ে সাফল্যই৷ টকাৰ অভাৱ নহয়৷ সেয়ে সময় নষ্ট নকৰি জানি থওক মঙ্গলৰ প্ৰিয় ৪ৰাশি কি কি?

মেষ ৰাশি

মঙ্গলৰ অত্যন্ত প্ৰিয় ৰাশি হৈছে মেষ৷ ই মঙ্গলৰ নিজস্ব ৰাশি৷ এই ৰাশিক আশীৰ্বাদ কৰে মঙ্গলে৷ সেই কাৰণেই এই ৰাশিৰ জাতকৰ যিমানেই কষ্ট নাথাকক কিয় তেওঁলোক থিয় হয়৷ তেওঁলোকৰ ওপৰত কৃপা কৰে মঙ্গলে৷ এই ৰাশিৰ জাতক অত্যন্ত উদ্যোগী হয়৷ তেওঁলোকে জীৱনৰ বহুক্ষেত্ৰত সাহসিকতাৰ পৰিচয় দিয়ে৷ সেয়ে সাফল্য তেওঁলোকৰ লগত থাকে৷

বৃশ্চিক ৰাশি

এই ৰাশিৰ জাতক আৰু জাতিকাইয়ো মঙ্গলৰ দয়া লাভ কৰে৷ এওঁলোক কৌশলগত বুদ্ধিসম্পন্ন আৰু গোপন শক্তিৰ অধিকাৰী হয়৷ নিজৰ বুদ্ধিৰ জোৰত ধনসম্পত্তি বাঢ়ে তেওঁলোকৰ৷ সকলো সময়তে তেওঁলোকে অশান্তি এৰাই চলে৷ চেষ্টা কৰক যিমান সম্ভৱ সমস্যাৰ পৰা দূৰৈত থাকক৷ ডাঙৰ সমস্যা এৰাই চলক৷

মকৰ ৰাশি

এই ৰাশিৰ জাতক অত্যন্ত প্ৰিয়৷ তেওঁলোকৰ নেতৃত্ব দিয়া ক্ষমতা বেছি থাকে৷ এওঁলোকে সাহসিকতাৰ পৰিচয় দিয়ে৷ এই ৰাশিৰ জাতকে মঙ্গলৰ কৃপাত বহু টকাৰ অধিকাৰী হয়৷ ধন সম্পদৰ কোনো সমস্যা নাথাকে৷ অপৰিচিত মানুহক বিশ্বাস নকৰিব৷ সময় লওক বুজি লওক৷ তাৰপিছত কামত আগুৱাই যাব৷

সিংহ ৰাশি

মঙ্গলৰ কৃপাত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ নেতৃত্ব দিয়াৰ ক্ষমতাও অন্যতকৈ বেছি থাকে৷ ইয়াৰোপৰি সাফল্যৰ নতুন সুযোগ আপোনাৰ সন্মুখলৈ আহিব৷ যাৰ ফলত জীৱনত সকলো জটিল সমস্যাৰ সমাধান হব৷ এই ৰাশিৰ জাতক জাতিকাৰ ওপৰত মঙ্গলৰ সুদৃষ্টি আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!
বাণিজ্য

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

May 16, 2026
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?
বিনোদন

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

May 16, 2026
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ
জীৱনশৈলী

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

May 16, 2026
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?
জীৱনশৈলী

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, আগন্তুক সপ্তাহত সন্মান আৰু অৰ্থ বাঢ়িব কাৰ কাৰ?

May 16, 2026
Next Post
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.