• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

3 weeks ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

5 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

6 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

7 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

8 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

9 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

9 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

10 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

10 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

11 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

11 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

editor by editor
March 13, 2026
in জীৱনশৈলী
0
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজস্ব কক্ষপথত ঘূৰি ঘূৰি বহু সময়ত বিভিন্ন গ্ৰহ কাষলৈ আহে৷ কোনো এক ৰাশিত একাধিক গ্ৰহই অৱস্থান কৰিলে জ্যোতিষ গণনা অনুসৰি ইয়াৰ উল্লেখযোগ্য প্ৰভাৱ পৰিব বিভিন্ন ৰাশিত৷ আগন্তুক ২০ এপ্ৰিলত কাষলৈ আহিব শনি আৰু মঙ্গল৷ বৈদিক জ্যোতিষত শনি আৰু মঙ্গল উভয়কেই অশুভ গ্ৰহ হিচাপে ধৰা হয়৷

কৰ্মফলৰ গ্ৰহ শনিয়ে পৰিশ্ৰম, প্ৰচেষ্টা আৰু ডিচিপ্লিনক প্ৰতিনিধিত্ব কৰে৷ অন্যহাতে সেনাপতি গ্ৰহ হিচাপে পৰিচিত মঙ্গল খং, সাহস আৰু এনাৰ্জিৰ প্ৰতীক৷ সাধাৰণতে শনি আৰু মঙ্গলৰ কাষলৈ অহাটো অশুভ বুলি ধৰিলেও কিছু কিছু ৰাশিয়ে ইয়াৰ সুফল লাভ কৰে৷ শনি-মঙ্গল যোগ গঠিত হ’লে ৫ৰাশিৰ জাতকে সুফল লাভ কৰিব৷ জানি থওক এই তালিকাত কোন কোন আছে?

মেষ ৰাশি

শনি আৰু মঙ্গলৰ যুঁটি আশীৰ্বাদৰ দৰে আহিব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ সাহস আৰু মেনেজমেণ্টৰ দক্ষতা বাঢ়িব৷ অফিচত আপুনি কামৰ প্ৰশংসা পাব৷ বহু দিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হব৷ এই সময়ত অভাৱনীয় আৰ্থিক লাভ হব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব৷

সিংহ ৰাশি

শনি-মঙ্গল যোগৰ কাৰণে আত্মবিশ্বাস তুংগত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ আপুনি নিজৰ সকলো পৰিকল্পনাতেই সাফল্য পাব৷ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিব৷ সামাজিক পদমৰ্যাদা বাঢ়িব৷ আপুনি কোনো ডাঙৰ টিমৰ নেতৃত্ব দিব পাৰে৷ প্ৰযুক্তি আৰু ৰিয়েল এষ্টেটৰ সৈতে যুক্ত ব্যক্তিয়ে আৰ্থিকভাৱে লাভৱান হব৷

কন্যা ৰাশি

শনি আৰু মঙ্গল কাষলৈ আহিলে কন্যা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি মজবুত হব৷ শনিৰ প্ৰভাৱত আপুনি সকলো কাম নিয়ম মানি কৰিব৷ ইয়াৰ ফলত সহজেই নিজৰ লক্ষ্যৰ কাষত পাব কন্যা ৰাশিৰ জাতক৷ অসুখৰ পৰা মুক্তি পাব পাৰে৷ নতুন সম্পত্তি ক্ৰয়ৰ বাবে আপোনাৰ সন্মুখত ভাল সময় আহিছে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ শনি-মঙ্গল যোগৰ প্ৰভাৱত ভাল সময় আহিব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ মাজত এনাৰ্জি ভৰপুৰ থাকিব৷ চৰকাৰী চাকৰি আৰু আইনজীৱীৰ ভাগ্য খুলিব৷ ডাঙৰ কোনো সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ ব্যৱসায়ত সাফল্য পাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি৷ শনি-মঙ্গলৰ যোগৰ প্রভাৱত ২০ এপ্ৰিলৰ পৰা আৰ্থিক লাভ আৰু সাফল্য বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷ পৰিশ্ৰম কৰিলে তাৰ সুফল নিশ্চয় পাব৷ আৰ্থিক পৰিস্থিতিত চকুত লগা উন্নতি হব৷ অফিচত বছৰ পৰা সকলোধৰণৰ সহায় পাব৷ ইয়াৰ ফলত কেৰিয়াৰত উন্নতিৰ পথত অহা বাধা আঁতৰাব পাৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.