• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

6 months ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

1 hour ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

2 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

4 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

4 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

5 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

6 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

7 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

7 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

8 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

9 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

10 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

editor by editor
March 13, 2026
in জীৱনশৈলী
0
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভাৰত বিশ্বৰ সকলোতকৈ সস্তা মোবাইল ডাটা ব্যৱহাৰৰ দেশসমূহৰ মাজত এখন৷ ভিডিঅ’ ষ্ট্ৰিমিং কৰাৰ পৰা আৰম্ভ কৰি ছচিয়েল মিডিয়াত ঘণ্টাৰ পাছত ঘণ্টা স্ক্ৰল কৰা ইণ্টাৰনেট ব্যৱহাৰ এতিয়া মানুহৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে৷
ভৱিষ্যতে মোবাইল ডাটা ব্যৱহাৰ কৰিবলৈ অতিৰিক্ত খৰচ লাগিব পাৰে৷ কাৰণ ভাৰত চৰকাৰে বৰ্তমান মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত কৰ আৰোপ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ এই ধাৰণা এক টেলিকম পৰ্যালোচনা বৈঠকৰ পৰা চৰ্চালৈ আহিছে৷ এই বৈঠকত সভাপতিৰ আসনত আছিল প্ৰধানমন্ত্ৰী মোদী৷ সেই বৈঠকত দ্ৰুত সম্প্ৰসাৰিত হোৱা ডিজিটেল অৰ্থনীতিৰ পৰা নতুন উপায়েৰে ৰাজহ বঢ়োৱাৰ বিষয়ক লৈ আলোচনা হৈছিল৷
Department of Telecommunications-ক এক নিৰ্দেশ দিয়া হৈছে যে মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত সৰু কৰ বা লেভি আৰোপ কৰাটো সম্ভৱ হ’ব নেকি? কেনেকৈ কাৰ্যকৰ হ’ব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈকো পৰামৰ্শ দিয়া হৈছে৷ বৰ্তমান চৰকাৰে টেলিকম খাতৰ পৰা বেছিভাগ ৰাজহ পায় স্পেকট্ৰাম নিলাম আৰু টেলিকম অপাৰেটৰসকলৰ দিয়া লাইচেন্স ফিৰ পৰা৷ ভাৰতত ইণ্টাৰনেট ব্যৱহাৰৰ পৰিমাণ বিগত কেইবাবছৰত অসাদাৰণ গতিত বাঢ়িছে৷ চৰকাৰী কৰ্মকৰ্তাসকলৰ মতে মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত খুবেই সৰু এটা কৰ আৰোপ কৰিলেও ডাঙৰ অংকৰ ৰাজহ পোৱা যাব পাৰে৷ টেলিকম বিভাগৰ হিচাপ অনুসৰি ২০২৫ অৰ্থবৰ্ষত ভাৰতে প্ৰায় ২২৯ বিলিয়ন গিগাবাইট মোবাইল ডাটা ব্যৱহাৰ হৈছে৷
যদি চৰকাৰে প্ৰতি গিগাবাইট ডাটাৰ বাবে ১ টকাকৈ কৰ আৰোপ কৰে তেতিয়া সাম্ভাব্য বাৰ্ষিক ৰাজহ প্ৰায় ২২,৯০০ কোটি টকা পৰ্যন্ত হ’ব৷ ইয়াৰপৰাই বুজা যায় ভাৰতত ডিজিটেল ব্যৱসায় কিমান বিশাল৷ তথ্যৰ হিচাপত কোৱা হৈছে যে ব্যৱহাৰকাৰীয়ে ইতিমধ্যেই মোবাইল ৰিচাৰ্জ প্লেনৰ ওপৰত ১৮শতাংশ জিএছটি দিয়ে৷ সেয়ে নতুনকৈ কোনো কৰ আৰম্ভ হলে সেয়া সম্ভৱত বৰ্তমান চাৰ্জৰ সৈতে অতিৰিক্ত হিচাপে যোগ হ’ব৷
যদি এই ধৰণৰ কৰ চালু কৰা হয় তেন্তে ভৱিষ্যতে টেলিকম ব্যৱহাৰকাৰীসকলৰ ডাটা প্লেনৰ খৰচ বাঢ়ি যাব পাৰে৷ উদাহৰণ হিচাপে ধৰা হ’ল কোনোৱে প্ৰতিদিনে ২ জিবি ডাটা প্লেন ব্যৱহাৰ কৰে৷ ইয়াৰ ফলত সাধাৰণতে মাহিলী প্ৰায় ৬০ জিবি ডাটা ব্যৱহাৰ হয়৷ যদি চৰকাৰে প্ৰতি জিবি ডাটাত ১ টকাকৈ কৰ আৰোপ কৰে তেতিয়া মাহিলী খৰচ প্ৰায় ৬০ টকা পৰ্যন্ত বাঢ়িব পাৰে৷
ব্যক্তিগতভাৱে এই অংক কম যেন লাগিলেও ভাৰতৰ কোটি কোটি ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত ই চৰকাৰক বিপুল পৰিমাণে ৰাজহ দিব৷ এতিয়াও বিষয়টো আলোচনাৰ পৰ্যায়ত আছে আৰু ইয়াক লৈ কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?
জীৱনশৈলী

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

September 12, 2026
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

September 11, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

September 11, 2026
Next Post
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.