• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 month ago
আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

41 minutes ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

1 hour ago
মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

2 hours ago
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

2 hours ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

3 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

3 hours ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

4 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

5 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

5 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

6 hours ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

6 hours ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

editor by editor
March 14, 2026
in জীৱনশৈলী, বিবিধ
0
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষমতে সূৰ্য হৈছে আত্মবিশ্বাস, প্ৰতিষ্ঠা আৰু নেতৃত্বৰ প্ৰতীক৷ আৰু সেই সূৰ্যই নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিছে৷ তাৰ প্ৰভাৱ সকলো ৰাশিৰ জীৱনতেই পৰিব৷ এই প্ৰসংগত কৈ থোৱা ভাল যে চলিত বছৰ ১৪ এপ্ৰিলৰ পুৱা ৯ বাজি ৩৮ মিনিটত সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিছে৷ মোটামুটি ১৫ মে ২০২৬ পৰ্যন্ত সূৰ্য এই ৰাশিতেই থাকিব৷ যাৰ ফলত কিছু ৰাশিৰ জীৱনত বিৰাট সালসলনি আহিব৷

বিশেষকৈ লাভ হ’ব ৫ৰাশিৰ৷ এই সকলো ৰাশিৰ জাতকে কেৰিয়াৰত উন্নতি কৰিব৷ আৰ্থিক স্থিতি মজবুত হব৷ বহু দিন ধৰি ৰৈ থকা কাম শেষ হ’ব৷ ইয়াৰোপৰি পাব মান-সন্মান৷ জানি থওক লাকী ৫ৰাশি কি কি?

মেষ ৰাশি

সূৰ্যৰ এই গোচৰৰ বাবে আপোনাৰ কাম কৰাৰ ইচ্ছা বাঢ়িব৷ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ ইয়াৰোপৰি নিৰ্ণয় লোৱাৰ ক্ষমতাও বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমে ফল পাব৷ নতুন দায়িত্ব পাব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷ সমাজত প্ৰতিষ্ঠা বাঢ়িব৷ সকলোতে সন্মান পাব৷ নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময়৷ ভয় নকৰিব৷

সিংহ ৰাশি

এই গোচৰত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ ভালপোৱাৰ সম্পৰ্কই নতুন ৰূপ পাব৷ সম্পৰ্কৰ ভুল ধাৰণা দূৰ হব৷ পঢ়াশুনাত আগুৱাই যাব৷ পৰীক্ষাত ভাল ৰিজাল্ট কৰিব৷ আৰ্থিক সমস্যা দূৰ হব৷ নতুন চাকৰি পাব পাৰে৷ নতুন ব্যৱসা. আৰম্ভ কৰাৰো যোগ আছে৷

তুলা ৰাশি

সূৰ্যৰ এই গোচৰে সম্পৰ্কক প্ৰভাৱিত কৰিব পাৰে৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক গভীৰ হব৷ বিবাহিত জীৱন ঠিকেঠাকে আগুৱাই যাব৷ ব্যৱসায়ীয়ে পাৰ্টনাৰশ্বিপ লাভ কৰিব৷ নতুন ক্লায়েণ্টো তৈয়াৰ হব পাৰে৷ ইয়াৰোপৰি সামাজিক দিশত পৰিচিতি বাঢ়িব৷ সকলোৱে সন্মান লাভ কৰিব৷

ধনু ৰাশি

এই গোচৰে আপোনাৰ বাবে ভাল সময় কঢ়িয়াই আনিব৷ চাকৰি আৰু ব্যৱসায়ত লাভ হব৷ নতুন প্ৰজেক্ট লাভ কৰিব৷ আৰ্থিক স্থিতি সলনি হ’ব পাৰে৷ বিনিয়োগত ভাল লাভ পাব পাৰে৷ পৰিয়ালৰ সৈতে সময় কটাব পাৰিব৷ নতুন শুভ সংবাদ পাব৷ ভাল সময় কটোৱাৰ সুযোগ পাব৷

মকৰ ৰাশি

সূৰ্যৰ গোচৰে আপোনাৰ পৰিয়ালৰ আভ্যন্তৰীণ সমস্যা দূৰ কৰিব৷ সম্পৰ্ক মজবুত হ’ব৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব৷ কেৰিয়াৰত ধীৰে ধীৰে আগুৱাই যাব৷ বহু দিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ সম্পত্তি লাভৰ যোগ আছে৷ ভাল সময় কটোৱাৰ বাবে সাজু হওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা
জীৱনশৈলী

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

April 24, 2026
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!
জীৱনশৈলী

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

April 24, 2026
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…
বিনোদন

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

April 24, 2026
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক
বাণিজ্য

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

April 24, 2026
Next Post
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.