• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মণিপুৰে এবছৰ ধৰি শান্তি বিচাৰি হামৰাও কাঢ়িছে, পূৰ্বে ১০ বছৰ শান্ত হৈ থকা মণিপুৰক অশান্ত কৰিলে কোনে? মোদীক মুকলি টাৰ্গেট মোহন ভাগৱতৰ

মণিপুৰে এবছৰ ধৰি শান্তি বিচাৰি হামৰাও কাঢ়িছে, পূৰ্বে ১০ বছৰ শান্ত হৈ থকা মণিপুৰক অশান্ত কৰিলে কোনে? মোদীক মুকলি টাৰ্গেট মোহন ভাগৱতৰ

2 years ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

2 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

2 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

3 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

4 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

5 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

6 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

6 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

8 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰে এবছৰ ধৰি শান্তি বিচাৰি হামৰাও কাঢ়িছে, পূৰ্বে ১০ বছৰ শান্ত হৈ থকা মণিপুৰক অশান্ত কৰিলে কোনে? মোদীক মুকলি টাৰ্গেট মোহন ভাগৱতৰ

মণিপুৰে এবছৰ ধৰি শান্তি বিচাৰি হামৰাও কাঢ়িছে, পূৰ্বে ১০ বছৰ শান্ত হৈ থকা মণিপুৰক অশান্ত কৰিলে কোনে? মোদীক মুকলি টাৰ্গেট মোহন ভাগৱতৰ

editor by editor
June 11, 2024
in উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
মণিপুৰে এবছৰ ধৰি শান্তি বিচাৰি হামৰাও কাঢ়িছে, পূৰ্বে ১০ বছৰ শান্ত হৈ থকা মণিপুৰক অশান্ত কৰিলে কোনে? মোদীক মুকলি টাৰ্গেট মোহন ভাগৱতৰ
0
SHARES
339
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে মুকলিকৈ সমালোচনা কৰিছে নৰেন্দ্ৰ মোদীক৷ তেওঁ ভাষণত কয় যে, যোৱা এবছৰ ধৰি মণিপুৰ জ্বলি আছে আৰু বিগত এবছৰে তাত কেৱল অশান্তি আৰু অশান্তি৷ এই দেশৰেই একাংশ মানুহে সংগ্ৰাম কৰি আছে, যুঁজি আছে মৃত্যুৰে বহু লোক, তেনে সময়তে দেশৰ ৰাষ্ট্ৰপ্ৰধানসকল শুই আছে৷ এই ধৰণৰ সংঘাতৰ বাবে ৰাষ্ট্ৰপ্ৰধানসকলে বিবেচনা কৰা উচিত। স্মৃতি ভৱন কমপ্লেক্সৰ এখন সভাত এই মন্তব্য কৰিছে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে৷

বিগত ১০ বছৰ পূৰ্বে মণিপুৰততো শান্তি আছিলঃ সংঘৰ মুৰব্বী মোহন ভাগৱত

‘বিগত এবছৰ মণিপুৰ জ্বলি আছে৷ এমুঠি শান্তিৰ বাবে অহৰহ অপেক্ষা কৰি আছে মণিপুৰবাসীয়ে৷ ১০ বছৰ পূৰ্বে এই ৰাজ্যত শান্তি আছিল৷ চৌদিশে শান্তিৰ পৰিবেশ আছিল৷ এতিয়া এনে লাগিল যে বন্দুক সংস্কৃতিয়ে মণিপুৰক শেষ কৰি পেলালে৷ ৰাজ্যখনত হাজাৰ হাজাৰ মানুহৰ মাজত অশান্তিৰ পৰিবেশে বিৰাজ কৰিছে৷ এই পৰিবেশৰ বাবে দায়ী কোন? সোনকালেই কথাবোৰ বিবেচনা কৰক৷ অন্যথা এই ৰাজ্য শেষ হৈ যাব৷ দেশৰ মুৰব্বীয়ে এতিয়াই সিদ্ধান্ত লওক৷’

https://x.com/RSSorg/status/1800200167297372518

মোহন ভাগৱতৰ মতে এই সময়ত মণিপুৰৰ পৰিস্থিতিক অগ্ৰাধিকাৰ দি বিবেচনা কৰাটো জৰুৰী৷ নিৰ্বাচনী বাক্যবাণ এৰি থকাতকৈ মণিপুৰৰ সন্মুখত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ বাবে চিন্তা কৰক৷ বিগত বৰ্ষৰ মে’ মাহত মণিপুৰৰ মেইতেই আৰু কুকি জনগোষ্ঠীৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেতিয়াৰ পৰা বৰ্তমানলৈকে প্ৰায় ২০০ জন লোকৰ মৃত্যু হৈছে৷ বহু লোকে আজিও কেম্পতেই জীৱন অতিবাহিত কৰি আছে৷  এতিয়াও ন ন হিংসাত্মক ঘটনাৰ খবৰ আহি আছে মণিপুৰৰ পৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
Next Post
আচৰিত, ডিফুত নিজ ঘৰতেই দুৰ্বিত্তই শেষ কৰি গ’ল এগৰাকী যুৱতীৰ জীৱন

আচৰিত, ডিফুত নিজ ঘৰতেই দুৰ্বিত্তই শেষ কৰি গ’ল এগৰাকী যুৱতীৰ জীৱন

শাৰী পাতিছে মহিলাই, ১লাখ টকা দিম কৈছিল, কেতিয়া দিব?

শাৰী পাতিছে মহিলাই, ১লাখ টকা দিম কৈছিল, কেতিয়া দিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.