• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অশান্ত মণিপুৰ! ৮ জিলাত কাৰফিউ দিয়াৰ বিপৰীতে ৫ দিনলৈ সমগ্ৰ ৰাজ্যতেই কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে প্ৰকৃততে?

অশান্ত মণিপুৰ! ৮ জিলাত কাৰফিউ দিয়াৰ বিপৰীতে ৫ দিনলৈ সমগ্ৰ ৰাজ্যতেই কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে প্ৰকৃততে?

3 years ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

55 minutes ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

1 hour ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

2 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

3 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

3 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

4 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

5 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

6 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

7 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

7 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

8 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

অশান্ত মণিপুৰ! ৮ জিলাত কাৰফিউ দিয়াৰ বিপৰীতে ৫ দিনলৈ সমগ্ৰ ৰাজ্যতেই কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে প্ৰকৃততে?

editor by editor
May 4, 2023
in উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
অশান্ত মণিপুৰ! ৮ জিলাত কাৰফিউ দিয়াৰ বিপৰীতে ৫ দিনলৈ সমগ্ৰ ৰাজ্যতেই কৰ্তন ইণ্টাৰনেট সেৱা, কি হৈছে প্ৰকৃততে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মণিপুৰ জ্বলিছে! মণিপুৰী মিতেই সম্প্ৰদায়ক জনজাতি শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰাৰ বিৰুদ্ধে মণিপুৰত আৰম্ভ হৈছে বিবাদ। মণিপুৰৰ জনজাতীয় গোটকেইটাই মিতেই সম্প্ৰদায়টোক এছ টি মৰ্যাদা দিয়াৰ বিৰোধীতাৰে আৰম্ভ কৰিছে প্ৰতিবাদ। প্ৰতিবাদ ভয়ংকৰ হৈ পৰাত মণিপুৰৰ ৮খন জিলাত জাৰি কৰা হৈছে কাৰফিউ। ইতিমধ্যে সমগ্ৰ মণিপুৰতেই কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱাও। বুধবাৰৰে পৰা মণিপুৰৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ লগতে ৰাজধানী চহৰ ইম্ফলত তাৎক্ষণিক ভাৱে কাৰফিউ জাৰি কৰা হৈছে। ৫ দিনৰ বাবে স্থগিত ৰখা হয় ইণ্টাৰনেট সেৱা। অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰৰ এক ৰেলীত হোৱা হিংসাত্মক ঘটনাৰ পিছত চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত উত্তেজনা অব্যাহত থকাৰ বাবে এই সিদ্ধান্ত ৰাজ্যখনৰ প্ৰশাসন তথা চৰকাৰৰ।

প্ৰাপ্ত খবৰ অনুসৰি মণিপুৰৰ দুটা সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছে সংঘৰ্ষৰ। পথৰ কাষত থকা নিৰ্দিষ্ট সম্প্ৰদায়ৰ যুৱক-যুৱতীক লক্ষ্য কৰি আন একাংশই কৰা মন্তব্যৰ পৰাই সূত্ৰপাত হয় সংঘৰ্ষৰ। ঘটনাক কেন্দ্ৰ কৰি এটা সম্প্ৰদায়ৰ সম্পত্তি জ্বলাই দিয়াৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। যাৰ ফলত ৰাজ্যিক নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হয়। হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু অসম ৰাইফলছৰ জোৱানো মোতায়েন কৰা হৈছে। মণিপুৰৰ স্থানীয় প্ৰশাসনে ৩-৪ মে’ৰ মাজনিশাৰ পৰাই বৃহৎ সংখ্যক সেনা নিয়োগ কৰিছে ৰাজ্যখনক। মণিপুৰৰ প্ৰায় ৪,০০০ গাঁওবাসীক সেনা আৰু অসম ৰাইফলছৰ চাউনীৰ লগতে ৰাজ্যৰ বিভিন্ন চৰকাৰী অফিচৰ চৌহদত আশ্ৰয় দিয়া হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাৰ ফ্লেগ মাৰ্চো চলিছে। গাওঁবাসীসকলক হিংসাত্মক পৰিস্থিতিৰ পৰা আঁতৰাই ৰাখিবলৈ সুৰক্ষিত স্থানলৈ পঠোৱাৰ কাম চলি আছে।

উল্লেখ্য যে অনুসূচীত জনজাতি( এছ টি) শ্ৰেণীত মিতেই সম্প্ৰদায়ক অন্তৰ্ভূক্ত কৰাৰ বিৰোধীতাৰে প্ৰতিবাদী সমদল উলিয়াইছিল এটা ছাত্ৰ সংগঠনে। ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদৰ পৰাই হিংসা বিয়পি পৰে ৰাজ্যখনত। পোনতে মণিপুৰৰ টৰবাং এলেকাত পোনতে এই হিংসাত্মক ঘটনাৰ আৰম্ভনি হৈছিল। মণিপুৰৰ জনজাতীয় সংস্থা মিতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি (এছটি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পদযাত্ৰাৰ আয়োজন কৰিছিল। অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰে সেনাপতি, উখৰুল, কাংপোকপি, তামেংলং, চুৰাচান্দপুৰ, চান্দেল আৰু টেংনুপাল পাহাৰীয়া জিলাসমূহত এই পদযাত্ৰাৰ কথা ঘোষণা কৰে। য’ত ৰাজ্যখনৰ প্ৰায় ৪০ শতাংশ লোকে অংশগ্ৰহণ কৰে।

উক্ত পদযাত্ৰাত বনাঞ্চলৰ দাঁতিকাষৰীয়া বহু খিলঞ্জীয়া লোকৰ ওপৰত উচ্ছেদ অভিযান চলোৱা কাৰ্যক লৈ মাত মাতিছিল সাধাৰণ জনতাই। মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ফলত উত্তপ্ত হৈ পৰিছে প্ৰতিবাদস্থলী। বৰ্তমান পৰ্যন্ত অশান্তিৰ পৰিবেশে বিৰাজ কৰিছে মণিপুৰত। যাৰ ফলত ১৪৪ ধাৰা বৰ্তমানো জাৰি হৈ আছে মণিপুৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?
বিনোদন

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

May 23, 2026
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?
প্ৰযুক্তি

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

May 23, 2026
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

May 23, 2026
Next Post
কেদাৰানাথলৈ যোৱা তীৰ্থযাত্ৰীৰ চিন্তাৰ কাৰণ নাই! আজিৰে পৰা পুনৰ মুকলি হ’ল ৰাস্তা, কি কি সাৱধানতা অৱলম্বনৰ নিৰ্দেশ দিছে প্ৰশাসনে?

কেদাৰানাথলৈ যোৱা তীৰ্থযাত্ৰীৰ চিন্তাৰ কাৰণ নাই! আজিৰে পৰা পুনৰ মুকলি হ’ল ৰাস্তা, কি কি সাৱধানতা অৱলম্বনৰ নিৰ্দেশ দিছে প্ৰশাসনে?

এদিন বাগানলৈ নগ’লে ঘৰত চৌকা নজ্বলে! কন্যাই চাকৰি পালে, আনন্দ ভগাই ল’বলৈকো সময় মিলাব পৰা নাই পিতৃয়ে

এদিন বাগানলৈ নগ’লে ঘৰত চৌকা নজ্বলে! কন্যাই চাকৰি পালে, আনন্দ ভগাই ল’বলৈকো সময় মিলাব পৰা নাই পিতৃয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.