• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকৰ পৰা দুখবৰ, তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত মনু ভাকেৰ

অলিম্পিকৰ পৰা দুখবৰ, তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত মনু ভাকেৰ

2 years ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

20 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

1 hour ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

2 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

3 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

5 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

6 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

8 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অলিম্পিকৰ পৰা দুখবৰ, তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত মনু ভাকেৰ

editor by editor
August 3, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অলিম্পিকৰ পৰা দুখবৰ, তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত মনু ভাকেৰ
0
SHARES
573
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অলিম্পিকৰ পৰা দুখবৰ, তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত মনু ভাকেৰ

২৫ মিটাৰ এয়াৰ পিষ্টল মহিলাৰ একক শাখাৰ ফাইনেলত পদক হেৰুৱালে ভাৰতৰ মনু ভাকেৰ। তৃতীয় পদক লাভ কৰিব নোৱাৰিলে মনু ভাকেৰে। ইতিমধ্যে পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰি ইতিহাস ৰচিছিল। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে অলিম্পিকত মনুৱে লাভ কৰিছে দুটাকৈ ব্ৰঞ্জ।

আজি শনিবাৰে তৃতিয়টো পদক লাভৰ আশা কৰিছল সকলোৱে। সেই উদ্দেশ্য ভাল খেলি আগবাঢ়ি আছিল মনু। পাছে অৱশেষত ২৫ মিটাৰ এয়াৰ পিষ্টলত চতুৰ্থ স্থান দখল কৰি অভিযান সামৰে ভাৰত কন্যাগৰাকীয়ে।

মুঠ ১০ টা ৰাউণ্ড মাৰিব লাগিছিল ফাইনেল প্ৰতিযোগিতাত। প্ৰতিটো ৰাউণ্ডত আছিল ৫টা কৈ শ্বট। তিনিখন ছিৰিজৰ অন্তত আৰম্ভ হৈছিল এলিমিনেচনৰ ৰাউণ্ড। মনুৱে ২৮ ৰান সংগ্ৰহ কৰি আঠটা ছিৰিজৰ পিছত চতুৰ্থ স্থান দখল কৰে। অৰ্থাৎ মনুৰ ৪০ টা শ্বটৰ ভিতৰত ২৮ টা শ্বট গ্ৰীণ হৈছিল। বাকীবোৰ লক্ষ্যত আঘাত কৰা নাছিল।

অষ্টম ছিৰিজত তৃতীয় স্থানৰ মনু আৰু হাংগেৰীৰ চতুৰ্থ স্থানত থকা ভেৰ’নিকা মেজৰৰ মাজত যুদ্ধ হৈছিল। এই ছিৰিজত মনুৱে তিনিটা শ্বট মিছ কৰাৰ বিপৰীতে ভেৰ’নিকাই দুটা শ্বট মিছ কৰি তিনিটা শ্বট টাৰ্গেটত আঘাত কৰি মনুতকৈ আগবাঢ়ি যায়। এইদৰে মনু পদক হেৰুৱাই আৰু ভেৰ’নিকাই ব্ৰঞ্জৰ পদক দখল কৰে। এই প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ জিন ইয়াঙে স্বৰ্ণ পদক আৰু ফ্ৰান্সৰ কেমিলে ৰূপৰ পদক লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ManuManu BhakerolympicPeris Olympi9c
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ
জীৱনশৈলী

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

March 23, 2026
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!
বিনোদন

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ
প্ৰযুক্তি

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

March 23, 2026
Next Post
আই পি এছ বিষয়া দলজিৎ সিং চৌধাৰীক বি এছ এফৰ অতিৰিক্ত দায়িত্ব

আই পি এছ বিষয়া দলজিৎ সিং চৌধাৰীক বি এছ এফৰ অতিৰিক্ত দায়িত্ব

পদক লাভ কৰিলে কোনোবাই ,শুভেচ্ছা লাভ কৰিলে আদিল হুছেইনে, হাঁহিত ফাটি পৰিছে অভিনেতাগৰাকী

পদক লাভ কৰিলে কোনোবাই ,শুভেচ্ছা লাভ কৰিলে আদিল হুছেইনে, হাঁহিত ফাটি পৰিছে অভিনেতাগৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.