• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হুইল চেয়াৰত বহি প্ৰিয়পল সন্দিকৈয়ে দেখিছে বিজ্ঞানী হোৱাৰ সপোন

হুইল চেয়াৰত বহি প্ৰিয়পল সন্দিকৈয়ে দেখিছে বিজ্ঞানী হোৱাৰ সপোন

5 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

8 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

8 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

9 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

9 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

11 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

11 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

12 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

13 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

14 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

15 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

15 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হুইল চেয়াৰত বহি প্ৰিয়পল সন্দিকৈয়ে দেখিছে বিজ্ঞানী হোৱাৰ সপোন

editor by editor
August 9, 2021
in অসম, ক'ভিড-১৯, শিক্ষা, স্বাস্থ্য
0
হুইল চেয়াৰত বহি প্ৰিয়পল সন্দিকৈয়ে দেখিছে বিজ্ঞানী হোৱাৰ সপোন
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৰিয়নিৰ বিশেষভাৱে সক্ষম এজন ছাত্ৰ। ৩ বছৰ বয়সতে স্নায়ুজনিত জটিল ৰোগত আক্ৰান্ত হৈ শৰীৰৰ অধিকাংশ অকামিলা হৈ পৰিছিল প্ৰিয়পল সন্দিকৈ নামৰ ছাত্ৰজনৰ। কিন্তু শাৰীৰিক বাধাগ্ৰস্ততাই জীৱন স্তব্ধ কৰিব নোৱাৰিলে প্ৰিয়পলক। হুইল চেয়াৰখনকে সাৰথি কৰি নামি পৰিল জীৱন যুঁজত। মৰিয়নি নগৰৰ নিজৰাপাৰ অঞ্চলৰ বাসিন্দা পুলিন সন্দিকৈ আৰু প্ৰতীতি সন্দিকৈৰ জ্যেষ্ঠ সন্তান প্ৰিয়পল। আনৰ সহায় নোলোৱাকৈ কোনো কামে কৰিব নোৱাৰে প্ৰিয়পলে। তথাপিও প্ৰবল ইচ্ছা শক্তিৰে হুইল চেয়াৰত বহিয়ে চলাই গ’ল শিক্ষা জীৱন। মেধাৰ পৰিচয় দি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩ শতাংশ নম্বৰ লৈ উত্তীর্ণ হ’ল প্ৰিয়পল। মহাবিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিবলৈ লোৱাৰ সময়ত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে পর্যাপ্ত সা-সুবিধা নথকাত চিন্তিত হৈ পৰিছে মেধাৱী ছাত্ৰগৰাকী। বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে মহাবিদ্যালয়সমূহত উপযুক্ত সুবিধা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীলৈ জনাইছে আহ্বান। ভৱিষ্যতে পদার্থ বিজ্ঞানী হোৱাৰ সপোন দেখিছে প্ৰিয়পলে। পিছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধাৰ প্ৰচীৰ হিচাপে থিয় দিছে আর্থিক অনাটনে। লকডাউনে বিপর্যস্ত কৰা অর্থনৈতিক অৱস্থাক লৈ এতিয়া আশাহত মেধাৱী ছাত্ৰজনৰ পৰিয়াল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24differently able student
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
Next Post
যোৰহাটত অসহনীয় এক নিদাৰুণ দৃশ্য

যোৰহাটত অসহনীয় এক নিদাৰুণ দৃশ্য

আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.