• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫ ডিচেম্বৰৰ পৰা তিনি ৰাশিৰ ভাগ্য সলনি হ’ব! ধন শক্তি ৰাজযোগত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ ধনৰ আগমন ঘটিব? জানি থওক সবিশেষ…

২৫ ডিচেম্বৰৰ পৰা তিনি ৰাশিৰ ভাগ্য সলনি হ’ব! ধন শক্তি ৰাজযোগত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ ধনৰ আগমন ঘটিব? জানি থওক সবিশেষ…

2 years ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 hour ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

3 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

4 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

22 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

24 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৫ ডিচেম্বৰৰ পৰা তিনি ৰাশিৰ ভাগ্য সলনি হ’ব! ধন শক্তি ৰাজযোগত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ ধনৰ আগমন ঘটিব? জানি থওক সবিশেষ…

editor by editor
December 7, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
২৫ ডিচেম্বৰৰ পৰা তিনি ৰাশিৰ ভাগ্য সলনি হ’ব! ধন শক্তি ৰাজযোগত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ ধনৰ আগমন ঘটিব? জানি থওক সবিশেষ…
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডিচেম্বৰ মাহত যুঁটি বান্ধিছে মঙল আৰু শুক্ৰই। ইয়াৰ ফলত অতি শুভ এক ৰাজযোগৰ নিৰ্মাণ হ’ব। আগন্তুক ২৫ ডিচেম্বৰত বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। এই ৰাশিত পূৰ্বৰে পৰাই মঙল বিৰাজমান। শুক্ৰৰ প্ৰৱেশৰ ফলত মঙলৰ সৈতে যুঁটি হ’ব এই গ্ৰহৰ। তৈয়াৰ হ’ব ধন শক্তি ৰাজযোগৰ। এই শুভ যোগৰ প্ৰভাৱত সমস্ত ৰাশিৰ জীৱনত কোনো কোনো প্ৰভাৱ পৰিব। শুক্ৰ আৰু মঙলৰ প্ৰভাৱত সৃষ্ট ধন শক্তি ৰাজযোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ জাতকৰ লাভ হ’ব?

মিথুন ৰাশি
শুক্ৰ আৰু মঙলৰ ধন শক্তিৰ ৰাজযোগ মিথুন ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। পাৰিবাৰিক অসুবিধাসমূহ দূৰ হ’ব। ইয়াৰ ফলত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব এই ৰাশিৰ জাতকে। ব্যৱসায়ীসকলৰ বাবে এই সময় অত্যন্ত লাভজনক প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ কোষ্ঠীৰ লাভৰ স্থানত সূৰ্যৰ নজৰ থাকিব। ইয়াৰ ফলত আয় বাঢ়িব। আয়ৰ নতুন উৎসও তৈয়াৰ হ’ব। ইয়াৰোপৰি সমাজত পদ প্ৰতিষ্ঠা বৃদ্ধি পাব। ইয়াৰোপৰি পঢ়াশুনা কৰি থকা ছাত্ৰছাত্ৰীৰ বাবেও এই সময় শুভ। উচ্চশিক্ষা লাভৰ বাবে বিদেশ যাত্ৰাৰো যোগ আছে। ছাত্ৰ-ছাত্ৰীয়ে স্কলাৰচিপ পাব পাৰে। এই ৰাশিৰ কোনো জাতকে বিদেশত ব্যৱসায়ৰ সৈতে জড়িত থাকিলে প্ৰচুৰ ধন লাভ কৰিব পাৰিব। সহজতে ঋণ গ্ৰহণ কৰিব পাৰিব এই ৰাশিৰ জাতকে।

সিংহ ৰাশি

আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত ধন শক্তি ৰাজযোগ তৈয়াৰ হ’ব। এই কক্ষ জীৱন, ঘৰ, সম্পত্তি আৰু গাড়ীৰ কক্ষ হিচাপেও বিবেচিত। এই সময়ত সিংহ ৰাশিৰ জাতকৰ জীৱনত আনন্দৰ আগমন হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম পুনৰাই আৰম্ভ কৰিব পাৰিব। ভায়েক, ভনীয়েকৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। চাকৰিয়াল জাতকে পৰিশ্ৰমৰ ফল লাভ কৰিব। উচ্চাধিকাৰীসকল প্ৰসন্ন হৈ বেতন বৃদ্ধি কৰিব পাৰে। ইয়াৰফলত গাড়ী, নতুন ঘৰ, সম্পত্তি ক্ৰয় কৰাত আপোনাৰ ইচ্ছা পূৰণ হ’ব। ব্যৱসায়ত লাভ অৰ্জনৰ প্ৰচুৰ সম্ভাৱনা আছে।

বৃশ্চিক ৰাশি
এই ৰাশিৰ লগ্ন স্থানত সূৰ্য আৰু মঙলৰ যুঁটি তৈয়াৰ হৈছে। ধন শক্তিযোগ এই ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব। আত্মবিশ্বাস বৃদ্ধি পাব। উত্তম স্বাস্থ্যৰ অধিকাৰী হ’ব এই ৰাশিৰ জাতক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি যিসকলে লৈছে তেওঁলোকৰ সাফল্য লাভ কৰিব পাৰিব। ইয়াৰোপৰি আইন-আদালতৰ মামলাতো সাফল্য অৰ্জন কৰিব পাৰিব। পিতৃ-মাতৃ সহযোগীতা লাভ কৰিব এই ৰাশিৰ জাতকে। আৰ্থিক পৰিস্থিতি মজবুত হ’ব। ইয়াৰোপৰি ব্যয়ৰ পৰিমান বাঢ়িব। দাম্পত্য জীৱনত আনন্দৰ আগমণ ঘটিব। অংশীদাৰীৰ ব্যৱসায়তো লাভাম্বিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়

মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়

পাকিস্তানৰ এই চহৰ প্ৰতিষ্ঠা কৰিছিল ৰামৰ পুত্ৰই, আজিও আছে হাজাৰ বছৰীয়া পুৰণি মন্দিৰৰ ভগ্নাৱশেষ

পাকিস্তানৰ এই চহৰ প্ৰতিষ্ঠা কৰিছিল ৰামৰ পুত্ৰই, আজিও আছে হাজাৰ বছৰীয়া পুৰণি মন্দিৰৰ ভগ্নাৱশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.