• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়

মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়

3 years ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

40 minutes ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

2 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

9 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

10 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

10 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

11 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

11 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

12 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

13 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

14 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

14 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়

editor by editor
December 8, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়
0
SHARES
759
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কোষ্ঠীত উপস্থিত গ্ৰহৰ অৱস্থানে বিভিন্ন সময়ত বিভিন্ন ৰাজযোগ তৈয়াৰ কৰে। কোষ্ঠীত অনুকূল কক্ষত উপস্থিত গ্ৰহৰ অন্য কক্ষৰ গ্ৰহৰ যুঁটি হ’লে ৰাজযোগ তৈয়াৰ হয়। তেনে ৰাজযোগেই তৈয়াৰ কৰিছে বৃহস্পতি আৰু মঙলে। জ্যোতিষ অনুযায়ী গ্ৰহৰ সেনাপতি মঙলে ২৭ ডিচেম্বৰৰ নিশা ১১ বাজি ৪০ মিনিটত ধনু ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। ইয়াৰোপৰি বৃশ্চিকৰ গোচৰকালত মঙল মকৰ ৰাশিৰ দ্বাদশ কক্ষত অৱস্থান কৰিছে। মেষত উপস্থিত বৃহস্পতিয়ে বক্ৰী অৱস্থাত মকৰ ৰাশিৰ গোচৰ কোষ্ঠীৰ চতুৰ্থ কক্ষত উপস্থিত হ’ব। মকৰৰ ওপৰিও কৰ্কট আৰু কুম্ভ ৰাশিৰতো পৰিবৰ্তনৰ যোগ তৈয়াৰ কৰিছে এই দুই গ্ৰহই। বৃহস্পতি আৰু মঙলৰ মাজত বৰ্তমান মিত্ৰতাৰ সম্পৰ্ক আছে। এই সময়ত এই অৱস্থানৰ কাৰণে দুই গ্ৰহ পৰিবৰ্তন যোগ তৈয়াৰ হৈছে।

জ্যোতিষ মতে পৰিবৰ্তন যোগ যেতিয়া তৈয়াৰ হয় তেতিয়া সেই গ্ৰহৰ অধিপতি কোনো কক্ষত সংযুক্তভাৱে আদান-প্ৰদান কৰে। দুই গ্ৰহই এটাই আনটোক নিজৰ দিশেৰে আকৃষ্ট কৰাবলৈ চেষ্টা কৰে। ইয়াৰ ফলত কেৱল ৰাশিয়েই নহয় বৰং শক্তি আৰু প্ৰকৃতিৰো আদান প্ৰদান ঘটে। বিভিন্ন শুভ যোগৰ মাজত অন্যতম হৈছে এই পৰিবৰ্তন যোগ। মকৰ ৰাশিত সৃষ্ট এই যোগে সমস্ত ৰাশিৰ জাতকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ ফলত কোন কোন ৰাশি লাভাম্বিত হয়? জানি থওক সবিশেষ।

কৰ্কট ৰাশি
পৰিবৰ্তন যোগ তৈয়াৰ হ’লে আটাইতকৈ বেছি লাভাম্বিত হয় কৰ্কট ৰাশিৰ জাতকসকল। স্বাস্থ্য ভালে থাকে। এই ৰাশিৰ ষষ্ঠ স্থানত মঙলে অৱস্থান কৰিছে। এই কক্ষৰ অধিপতি বৃহস্পতি। মঙলৰ আধিপত্য যুক্ত কক্ষ দশম স্থানত বক্ৰী অৱস্থাত বৃহস্পতিয়ে অৱস্থান কৰিছে। ইয়াৰ ফলত কৰ্কট জাতকসকল লাভাম্বিত হ’ব। কৰ্মক্ষেত্ৰত পৰিবৰ্তনৰ মুখামুখি হ’ব এই ৰাশিৰ জাতকসকল। চাকৰি পৰিবৰ্তনৰ যোগ আছে। ইয়াৰোপৰি আপোনাৰ ইচ্ছাপূৰণ হ’ব। বিদেশ বা দূৰ যাত্ৰাও কৰিব পাৰে।

মকৰ ৰাশি
পৰিবৰ্তন যোগ মকৰ ৰাশিৰ জাতকৰ বাবেও অনুকূল প্ৰমাণিত হ’ব। এই সময়ত মকৰ ৰাশিৰ জাতকে সমস্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। বিদেশ যাত্ৰাৰ সুযোগ পাব এই ৰাশিৰ জাতকে। বৃহস্পতিৰ বক্ৰী অৱস্থাত চতুৰ্থ স্থানৰ পৰা লাভ প্ৰদান কৰিব। ভায়েক-ভনীয়েকৰ সৈতে সম্পৰ্ক ভালে থাকিব। সম্পৰ্কত পূৰ্বে অহা তিক্ততা সমাপ্ত হ’ব। ইয়াৰোপৰি আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব। বিদেশত সম্পত্তি বা গাড়ী কিনাৰ ইচ্ছা পূৰণ হ’ব। ইয়াৰবাবে ধনো ব্যয় হ’ব পাৰে এই ৰাশিৰ জাতকৰ।

কুম্ভ ৰাশি
এই ৰাশিৰ তৃতীয় স্থানৰ অধিপতি হৈছে মঙল। এই ৰাশিৰ তৃতীয় কক্ষৰ অধিপতি মঙল। বৃহস্পতিৰ আধিপত্য যুক্ত একাদশ কক্ষত বিৰাজ কৰিছে। একাদশ কক্ষৰ অধিপতি বৃহস্পতি মঙলৰ আধিপত্য যুক্ত তৃতীয় কক্ষত বিচৰণ কৰিছে। ইয়াৰ ফলত সৃষ্ট পৰিবৰ্তন যোগে কুম্ভ ৰাশিৰ জাতকৰ ভাগ্যোন্নতি ঘটিব পাৰে। ভৌতিক সুখ লাভ কৰিব এই ৰাশিৰ জাতকে। শাৰীৰিক সমস্যাৰ পৰা মুক্তি পাব। নিজৰ সপোন পূৰণ আৰু লক্ষ্য লাভত সফল হ’ব এই ৰাশিৰ জাতক। কঠিন পৰিশ্ৰমৰ ফল ভোগ কৰিব এই ৰাশিৰ জাতকে। ইয়াৰফলত কাঙ্খিত পদোন্নতি আৰু বেতন বৃদ্ধি হ’ব পাৰে এই ৰাশিৰ জাতকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24axom live 24 digitalBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!
ভাৰত

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

August 22, 2026
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ
জীৱনশৈলী

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

August 22, 2026
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
Next Post
পাকিস্তানৰ এই চহৰ প্ৰতিষ্ঠা কৰিছিল ৰামৰ পুত্ৰই, আজিও আছে হাজাৰ বছৰীয়া পুৰণি মন্দিৰৰ ভগ্নাৱশেষ

পাকিস্তানৰ এই চহৰ প্ৰতিষ্ঠা কৰিছিল ৰামৰ পুত্ৰই, আজিও আছে হাজাৰ বছৰীয়া পুৰণি মন্দিৰৰ ভগ্নাৱশেষ

‘আমি পৰস্পৰৰ ধৰ্মক সন্মান কৰো, নিজৰ নিজৰ ধৰ্মক সন্মান কৰো বাবেই একেলগে থাকিব নোৱাৰো!’ অৱশেষত বিচ্ছেদৰ ঘোষণা হিমাংক্ষী-আসীমৰ

'আমি পৰস্পৰৰ ধৰ্মক সন্মান কৰো, নিজৰ নিজৰ ধৰ্মক সন্মান কৰো বাবেই একেলগে থাকিব নোৱাৰো!’ অৱশেষত বিচ্ছেদৰ ঘোষণা হিমাংক্ষী-আসীমৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.