• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আমি পৰস্পৰৰ ধৰ্মক সন্মান কৰো, নিজৰ নিজৰ ধৰ্মক সন্মান কৰো বাবেই একেলগে থাকিব নোৱাৰো!’ অৱশেষত বিচ্ছেদৰ ঘোষণা হিমাংক্ষী-আসীমৰ

‘আমি পৰস্পৰৰ ধৰ্মক সন্মান কৰো, নিজৰ নিজৰ ধৰ্মক সন্মান কৰো বাবেই একেলগে থাকিব নোৱাৰো!’ অৱশেষত বিচ্ছেদৰ ঘোষণা হিমাংক্ষী-আসীমৰ

3 years ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

32 minutes ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

2 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

2 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

3 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

4 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

13 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

14 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

15 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

16 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘আমি পৰস্পৰৰ ধৰ্মক সন্মান কৰো, নিজৰ নিজৰ ধৰ্মক সন্মান কৰো বাবেই একেলগে থাকিব নোৱাৰো!’ অৱশেষত বিচ্ছেদৰ ঘোষণা হিমাংক্ষী-আসীমৰ

editor by editor
December 8, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত
0
‘আমি পৰস্পৰৰ ধৰ্মক সন্মান কৰো, নিজৰ নিজৰ ধৰ্মক সন্মান কৰো বাবেই একেলগে থাকিব নোৱাৰো!’ অৱশেষত বিচ্ছেদৰ ঘোষণা হিমাংক্ষী-আসীমৰ
0
SHARES
887
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২০ চনত বিগ বছৰ ঘৰত তেওঁলোকৰ দেখাদেখি হৈছিল। ৰিয়েলিটি শ্ব’ত যোগ দিয়াৰ পৰাই আসীম ৰিয়াজ আৰু হিমাংক্ষী খুৰানাৰ মাজত পোনতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে। এই সম্পৰ্কই লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হয়। বিগ বছৰ ঘৰৰ পৰা ওলোৱাৰ পাছতো বলীউডৰ বিভিন্ন পাৰ্টীৰ লগতে বিমান বন্দৰত একেলগে দেখা গৈছিল আসীম-হিমাংক্ষীক। প্ৰায় ৩বছৰ ধৰি এই সম্পৰ্ক চলিল যদিও শেহতীয়াকৈ হিমাংক্ষী খুৰানাৰ এটা পষ্টে স্পষ্ট কৰিছে যে দুয়োৰে মাজত সম্পৰ্কত বিভেদ আহিছে।

পোনতে প্ৰেম ভঙাৰ গুঞ্জৰ চলিছিল বিভিন্ন মহলত। কিন্তু হিমাংক্ষী নতুবা আসীম কোনোৱে বিষয়টোৰ ওপৰত কোনোধৰণৰ মন্তব্য কৰা নাছিল। বিগত ৬ ডিচেম্বৰত হিমাংক্ষীয়ে টুইটাৰত লিখিছে বিশেষ পোষ্ট। হিমাংক্ষীয়ে লিখিছে, ‘হয়, আমি একেলগে নাই। কিন্তু আমি একেলগে কটোৱা সময়খিনিক মই আজীৱন মনত ৰাখিম। এতিয়াৰে পৰা আমাৰ পথ বেলেগ বেলেগ। আমি পৰস্পৰৰ ধৰ্মকো সন্মান কৰো। ভিন্ন মতাদৰ্শৰ কাৰণেই পৃথক পৃথক পথ বাচি ল’বলৈ বাধ্য হৈছো। নিজ নিজ ধৰ্মৰ প্ৰতি ভালপোৱাৰ ভাৱ মনত থকাৰ বাবেই আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ এজনৰ বিৰুদ্ধে আনজনৰ কোনো ক্ষোভ নাই।’

উল্লেখ্য যে হিমাংক্ষী আৰু আসীমক বিভিন্ন গানৰ ভিডিঅ’ত দৰ্শকে একেলগে দেখিছে। আসীমৰ বাবে দীৰ্ঘ ৯ বছৰীয়া সম্পৰ্ক ভাঙিছিল হিমাংক্ষীয়ে। কেমেৰাৰ সন্মুখতেই এজনে আনজনৰ ভালপোৱা স্বীকাৰো কৰি লৈছিল। হিমাংক্ষী আৰু আসীমে শেহতীয়াকৈ ধৰ্মৰ দোহাই দি সম্পৰ্ক বিচ্ছেদ কৰাত অনুৰাগীয়ে বিষয়টোক লৈ বিভিন্ন দিশেৰে সমালোচনা কৰাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?
প্ৰযুক্তি

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

June 27, 2026
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!
অপৰাধ

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
Next Post
Wikipedia-ত IPLক অতিক্ৰম কৰিছে শ্বাহৰুখৰ জাৱানে, সকলোতকৈ বেছি কি পঢ়িছে মানুহে?

Wikipedia-ত IPLক অতিক্ৰম কৰিছে শ্বাহৰুখৰ জাৱানে, সকলোতকৈ বেছি কি পঢ়িছে মানুহে?

UPI-লেনদেনত বৃহৎ সালসলনি, টকা পঠিওৱাৰ লিমিট বঢ়ালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই

UPI-লেনদেনত বৃহৎ সালসলনি, টকা পঠিওৱাৰ লিমিট বঢ়ালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.