• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

1 hour ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

3 minutes ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

39 minutes ago
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

1 hour ago
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

2 hours ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

17 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

18 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

19 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

20 hours ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

editor by editor
March 26, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি ২০২৬ চনৰ ২ এপ্ৰিলত মঙ্গলে গোচৰ কৰে মীন ৰাশিত৷ ইয়াৰ সৈতে মীন ৰাশিত সূৰ্য, মঙ্গল আৰু শনিৰ ত্ৰিগ্ৰহী যোগ সৃষ্টি হব৷ বৃহস্পতিৰ ৰাশি মীনত গঠিত হয় এই বিশেষ সংযোগে ৩ ৰাশিক কেৱল ধনী কৰাই নহয়, বৰং তেওঁলোকৰ বাবে উচ্চ সামাজিক মৰ্যাদা আৰু সন্মানো নিশ্চিত কৰিব৷

মঙ্গল, সূৰ্য আৰু শনিৰ সংযোগে প্ৰচুৰ সুফল দিব

২০২৬ চনৰ এপ্ৰিলৰ আৰম্ভণিতে বৃহস্পতিৰ ৰাশি মীনত ত্ৰিগ্ৰহী যোগ গঠিত হ’ব৷ তিনিটা গুৰুত্বপূৰ্ণ গ্ৰহৰ সংযোগত এই শুভ যোগ তৈয়াৰ হব৷ জ্যোতিষীমতে ২০২৬ চনৰ ২ এপ্ৰিলত মঙ্গলে মীন ৰাশিত গোচৰ কৰিব৷ তাতেই শনি আৰু সূৰ্যৰ সৈতে সংযোগ ঘটিব৷ যদিও শনিৰ সৈতে মঙ্গলৰ সংযোগক ভাল বুলি ধাৰণা কৰা নহয়, কাৰণ ই এক বিস্ফোৰক সংযোগ তৈয়াৰ কৰে৷ এই ত্ৰিগ্ৰহী যোগে শুভ ফল দিব পাৰে৷ মঙ্গলে ২০২৬ চনৰ ১১ মে পৰ্যন্ত মীন ৰাশিত থাকিব৷ ২০২৬ চনৰ ৪ এপ্ৰিলত সূৰ্যই মীন ৰাশি ত্যাগ কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব৷

ত্ৰিগ্ৰহী যোগ ৩ৰাশিৰ বাবে উপকাৰী

মঙ্গল, সূৰ্য আৰু শনিৰ ত্ৰিগ্ৰহী যোগ ২ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিল পৰ্যন্ত সক্ৰিয় থাকিব৷ এই সময়কালে সমস্ত ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব৷ ৩ ৰাশিৰ জাতক জাতিকাৰ বাবে ই অত্যন্ত শুভ হব৷ জানি থওক ভাগ্যবান ৰাশিসমূহ কি কি?

মেষ ৰাশি

ত্ৰিগ্ৰহী যোগৰ গঠন মেষ ৰাশিৰ বাবে উপকাৰী প্ৰমাণিত হব পাৰে৷ এই ব্যক্তিয়ে কৰ্মজীৱনত উল্লেখযোগ্য সাফল্য লাভ কৰিব পাৰে৷ বেকাৰসকলে চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ আৰ্থিক লাভৰো সম্ভাৱনা আছে৷ এই সময়ত আপুনি ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে৷

ধনু ৰাশি

ত্ৰিগ্ৰহী যোগে ধনু ৰাশিৰ ভাগ্যক শক্তিশালী কৰিব আৰু তেওঁলোকৰ কামৰ গতি বাঢ়িব৷ এই সময়ত অসমাপ্ত কামো সম্পন্ন হব৷ এই সময়ত ধনু ৰাশিৰ জাতক জাতিকাই স্থাৱৰ সম্পত্তি লাভ কৰিব পাৰে৷ নতুন উৎসৰ পৰা অৰ্থ আহিব৷

মীন ৰাশি

মীন ৰাশিত ত্ৰিগ্ৰহী যোগ গঠিত হৈছে আৰু আৰু এই ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ কৰ্মজীৱন আৰু ব্যৱসায়ত উন্নতি হব৷ যিসকলে নতুন চাকৰি বিচাৰিলে এই সময়ত লাভ কৰাৰ সম্ভাৱনা আছে৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ যিয়ে আপোনাক আপাতদৃষ্টিত কঠিন কামসমূহ সম্পন্ন কৰাত সহায় কৰিব৷

(Disclaimer: ইয়াত দিয়া তথ্য সাধাৰণ বিশ্বাস আৰু তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে৷ অধিক জানিবলৈ জ্যোতিষীৰ পৰামৰ্শ লওক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ
জীৱনশৈলী

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

March 26, 2026
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

March 26, 2026
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে
জীৱনশৈলী

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

March 26, 2026
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

March 26, 2026
Next Post
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন