• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙ্গলৰ মাৰ্গী দশা, ৪ৰাশিৰ গাড়ী, ঘৰ ক্ৰয়ৰ সপোন পূৰণ হ’ব, ধন আহিব হাতলৈ, এই শুভ যোগ কাৰ কাৰ ভাগ্যত?

মঙ্গলৰ মাৰ্গী দশা, ৪ৰাশিৰ গাড়ী, ঘৰ ক্ৰয়ৰ সপোন পূৰণ হ’ব, ধন আহিব হাতলৈ, এই শুভ যোগ কাৰ কাৰ ভাগ্যত?

1 year ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

21 minutes ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

1 hour ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

2 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

3 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

3 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

4 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

4 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

7 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

7 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

8 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

9 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙ্গলৰ মাৰ্গী দশা, ৪ৰাশিৰ গাড়ী, ঘৰ ক্ৰয়ৰ সপোন পূৰণ হ’ব, ধন আহিব হাতলৈ, এই শুভ যোগ কাৰ কাৰ ভাগ্যত?

মঙ্গলৰ মাৰ্গী দশা, ৪ৰাশিৰ গাড়ী, ঘৰ ক্ৰয়ৰ সপোন পূৰণ হ’ব, ধন আহিব হাতলৈ, এই শুভ যোগ কাৰ কাৰ ভাগ্যত?

editor by editor
February 6, 2025
in জীৱনশৈলী
0
মঙ্গলৰ মাৰ্গী দশা, ৪ৰাশিৰ গাড়ী, ঘৰ ক্ৰয়ৰ সপোন পূৰণ হ’ব, ধন আহিব হাতলৈ, এই শুভ যোগ কাৰ কাৰ ভাগ্যত?
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে৷ যাৰ শুভ-অশুভ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ সেনাপতি মঙ্গলে প্ৰতি ৪৫ দিনৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰি থাকে৷ বৰ্তমান বক্ৰী দশাত আছে মঙ্গল৷ আগন্তুক ২৪ ফেব্ৰুৱাৰীৰ পৰা মঙ্গলে চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিব৷ মঙ্গলৰ মাৰ্গী দশাত ৪ৰাশিৰ ভাগ্যৰ চকা ঘূৰিবলৈ আৰম্ভ কৰিব৷ অৰ্থ-যশ-খ্যাতিৰে ভৰিব কাৰ কাৰ জীৱন? জানি থওক সবিশেষ৷

বৃষ ৰাশি

মঙ্গলৰ মাৰ্গী দশাত লাভৱান হ’ব বৃষ ৰাশি৷ এই ৰাশিৰ জীৱনত উন্নতিৰ দিন আহিব৷ বহু দিন ধৰি কৰোবাত পাবলগীয়া ধন ৰৈ থাকিলে এই সময়ত লাভ কৰিব৷ পুৰণি ঋণৰ পৰা মুক্তি পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ সংগীৰ সৈতে ভাল সময় কটাব৷

কন্যা ৰাশি

গ্ৰহৰ সেনাপতিৰ প্ৰভাৱত কন্যা ৰাশিৰ সুদিন উভতি আহিব৷ বহু দিনৰ অসম্পূৰ্ণ কাম শেষ কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত কামৰ অনুকূল পৰিবেশ থাকিব৷ সহকৰ্মীৰ সহযোগিতা পাব৷ পৰিয়ালৰ সৈতে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷

তুলা ৰাশি

বছৰৰ আৰম্ভণিতেই মঙ্গলৰ অৱস্থান সলনিত তুলা ৰাশিৰ ভাগ্য সদয় হ’ব৷ যি কোনো কামত হাত দিলে সাফল্যৰ যোগ আছে৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ নতুন কোনো কামৰ দায়িত্ব পাব পাৰে৷ ব্যৱসায়ত বৃহৎ বিনিয়োগ কৰিব পাৰে, যাৰ পৰা ভৱিষ্যতে লাভ হ’ব৷ মানসিক শক্তি বাঢ়িব৷

কুম্ভ ৰাশি

মঙ্গলৰ প্ৰভাৱত প্ৰেম জীৱন সুখৰ হ’ব৷ সম্পৰ্কত বহুদিন ধৰি অশান্তি চলিলে এইবাৰ দূৰ হ’ব৷ কামত এনাৰ্জি বাঢ়িব৷ সংসাৰত আৰ্থিক সংকট থাকিলে দূৰ হ’ব৷ নতুন কোনো আয়ৰ উৎস বিচাৰি পাব পাৰে৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?
জীৱনশৈলী

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

June 26, 2026
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!
জীৱনশৈলী

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

June 26, 2026
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!
জীৱনশৈলী

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

June 26, 2026
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব
জীৱনশৈলী

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

June 26, 2026
Next Post
অশান্ত বাংলাদেশত ক্ৰেনেৰে গুৰি কৰা হ’ল বংগবন্ধুৰ ঘৰ, তছনছ স্মৃতি, কিয় আকৌ উত্তাল বাংলাদেশ?

অশান্ত বাংলাদেশত ক্ৰেনেৰে গুৰি কৰা হ’ল বংগবন্ধুৰ ঘৰ, তছনছ স্মৃতি, কিয় আকৌ উত্তাল বাংলাদেশ?

Tata Motorsৰ গুৰুদায়িত্ব ৰতন টাটাৰ প্ৰিয়বন্ধু শান্তনুৰ কান্ধত, পদবী লাভ কৰি সামাজিক মাধ্যমত কি  লিখিছে শান্তনুৱে?

Tata Motorsৰ গুৰুদায়িত্ব ৰতন টাটাৰ প্ৰিয়বন্ধু শান্তনুৰ কান্ধত, পদবী লাভ কৰি সামাজিক মাধ্যমত কি লিখিছে শান্তনুৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.