• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোবাইলৰ আৱিষ্কাৰক কুপাৰেই কিয় কৈছে, মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ ভুল হ’ল?

মোবাইলৰ আৱিষ্কাৰক কুপাৰেই কিয় কৈছে, মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ ভুল হ’ল?

1 year ago
নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

8 hours ago
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

9 hours ago
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

9 hours ago
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

10 hours ago
১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

11 hours ago
কমিব প্ৰতিপত্তি, হ’ব পাৰে ব্ৰেকআপো, সূৰ্যৰ গোচৰে এই ৪ৰাশিৰ বাবে আনিব পাৰে বিপদ

কমিব প্ৰতিপত্তি, হ’ব পাৰে ব্ৰেকআপো, সূৰ্যৰ গোচৰে এই ৪ৰাশিৰ বাবে আনিব পাৰে বিপদ

12 hours ago
শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

12 hours ago
লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

13 hours ago
নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

13 hours ago
আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

15 hours ago
অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

1 day ago
জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, December 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোবাইলৰ আৱিষ্কাৰক কুপাৰেই কিয় কৈছে, মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ ভুল হ’ল?

মোবাইলৰআৱিষ্কাৰক কুপাৰেই কিয় কৈছে, মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ ভুল হ’ল?

editor by editor
November 9, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান
0
মোবাইলৰ আৱিষ্কাৰক কুপাৰেই কিয় কৈছে, মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ ভুল হ’ল?
0
SHARES
31.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সময়ত মোবাইল অবিহনে জীৱনটো কল্পনা কৰা অসম্ভৱেই! মোবাইলবিহীন জীৱন আমাৰ বাবে কল্পনাতীত৷ যুগৰ হাতত ধৰি আগবাঢ়িছে বিজ্ঞান৷ বিজ্ঞানৰেই এক আৱিষ্কাৰ মোবাইল ফোন৷ আজিৰ পৰা প্ৰায় ৫০ বছৰমান পূৰ্বে মানুহে এজনৰ সৈতে আনজনৰ সংযোগ স্থাপন কৰিবলৈ চিঠি লিখিছিল৷ চিঠিৰ জৰিয়তেই সংযোগ স্থাপন কৰিছিল৷ চিঠিৰ উত্তৰ পাবলৈকে কেতিয়াবা মাহৰ পিছত মাহ ৰ’ব লগাও হৈছিল৷

মোবাইলৰ কৃপাতে আজি হাতৰ মুঠিতে উপলব্ধ সমগ্ৰ বিশ্ব। বিশ্বৰ যিকোনো প্ৰান্তত ঘটা ঘটনাৰ খবৰ লাভ কৰিবলৈ আমাক প্ৰয়োজন এতিয়া মাত্ৰ কেইটামান মুহূৰ্তৰ। সকলোক্ষেত্ৰতেই মোবাইলটোৰ ওপৰতে আমি নিৰ্ভৰশীল। কিন্তু এই অভূতপূৰ্ব সৃষ্টিক লৈয়ে আজি দুখ প্ৰকাশ কৰিছে মোবাইলৰ আবিস্কাৰক মাৰ্টিন কুপাৰে। নিজে সৃষ্টি কৰা সামগ্ৰীক লৈয়েই কিয় অসন্তুষ্ট বিজ্ঞানীজন?

১৯৭৩ চনৰ ৩ এপ্ৰিলৰ দিনটোতে বিজ্ঞানে লাভ কৰিছিল নতুন মাত্ৰা। প্ৰথমটো মোবাইল ফোন নিৰ্মাণ কৰি মাৰ্টিন কুপাৰে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছিল খলকনিৰ। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে প্ৰথমটো ৱাৰলেচ ফোন নিৰ্মাণেৰে চমক সৃষ্টি কৰিছিল কুপাৰে। লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে মোবাইলৰ জনপ্ৰিয়তা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰ’লা কোম্পানীত কৰ্মৰত মাৰ্টিন কুপাৰ আৰু জ’ন ফ্ৰাঞ্চিচ মিচেল নামৰ বিজ্ঞানীয়ে আৱিস্কাৰ কৰা মোবাইল ফোনটোয়ে কেইবাটাও ঢাপ পাৰহৈ আজি লাভ কৰিছে স্মাৰ্ট ফোনৰ স্তৰ।

পিছে এই স্মাৰ্ট ফোনে এতিয়া যেন সকলোৰে মাজত দুৰত্ব হ্ৰাস কৰাতকৈ দুৰত্ব বৃদ্ধি কৰাতহে অৰিহনা যোগাইছে। এনে এটা পৰ্যায় আহি পাইছে যে, দুজন মানুহে একেলগ হলেও কথা পতাতকৈ বেছি মোবাইলটোকহে গুৰুত্ব দিয়ে। বহুতে অভিযোগ কৰে যে, মোবাইল ফোনটোয়েই এতিয়া মানুহক এখন কল্পনাৰ পৃথিৱীক অগ্ৰাধিকাৰ দিয়াতহে সহায় কৰিছে। এনেবোৰ অভিযোগৰ বাবেই আৱিস্কাৰক কুপাৰে আজি নিজৰ সৃষ্টিক লৈ অনুশোচনা কৰিছে। আজি কিছুদিনৰ পূৰ্বে, এটা সাক্ষাত্কাৰত তেঁও দুখ প্ৰকাশ কৰি কয়, ‘জীৱন উপভোগ কৰিবলৈ হ’লে মোবাইল ফোনৰ ব্যৱহাৰ কমাই দিয়ক।’ উল্লেখ্য যে, দিনটোৰ ৫ শতাংশ সময়হে মোবাইল ব্যৱহাৰ কৰে আৱিস্কাৰক কুপাৰে। কিন্তু ইয়াৰ মাজতে দিনটোৰ অধিকাংশ সময়ে মবাইলত ব্যস্ত থাকে একাংশ লোকে। নৱপ্ৰজন্মৰ মাজত এই প্ৰৱণতা অত্যাধিক দেখিবলৈ পোৱা যায়। এনেবোৰ কাৰণতে আজি কুপাৰে কৈছে- যেতিয়া এজন ব্যক্তিয়ে মোবাইলত দৃষ্টি নিবদ্ধ কৰি ৰাস্তা পাৰ হবলৈ চেষ্টা কৰে, তেতিয়াই অন্তৰে হাহাকাৰ কৰি উঠে। মবাইল আবিস্কাৰৰ ৫০ বছৰৰ পূৰ্তিৰ প্ৰাকক্ষণত আৱিস্কাৰৰ এই মন্তব্যই এতিয়া সকলোকে এবাৰলৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও
জীৱনশৈলী

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

December 13, 2025
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

December 13, 2025
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?
জীৱনশৈলী

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

December 13, 2025
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?
জীৱনশৈলী

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

December 13, 2025
Next Post
নতুন সপ্তাহত চিধা পথেৰে যাত্ৰা শনিৰ, বুধাদিত্য ৰাজযোগ, ৰাজভোগ কৰিব এই ৫ৰাশিৰ জাতকে

নতুন সপ্তাহত চিধা পথেৰে যাত্ৰা শনিৰ, বুধাদিত্য ৰাজযোগ, ৰাজভোগ কৰিব এই ৫ৰাশিৰ জাতকে

মুক্তিৰ পূৰ্বেই ১২০০ কোটি উপাৰ্জন! পুষ্পা-২ত আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক শুনিলে চমকি উঠিব আপুনি

মুক্তিৰ পূৰ্বেই ১২০০ কোটি উপাৰ্জন! পুষ্পা-২ত আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক শুনিলে চমকি উঠিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.