• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেবাৰেই অসুৰক্ষিত জোনমণিয়ে চলোৱা Suzuki S-Presso,সুৰক্ষা ৰেটিঙত এই বাহনে পাইছিল মাত্ৰ ১ পইণ্ট

একেবাৰেই অসুৰক্ষিত জোনমণিয়ে চলোৱা Suzuki S-Presso,সুৰক্ষা ৰেটিঙত এই বাহনে পাইছিল মাত্ৰ ১ পইণ্ট

3 years ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

43 minutes ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

1 hour ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

2 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

2 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

15 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

16 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

16 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

17 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

18 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

18 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

19 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

একেবাৰেই অসুৰক্ষিত জোনমণিয়ে চলোৱা Suzuki S-Presso,সুৰক্ষা ৰেটিঙত এই বাহনে পাইছিল মাত্ৰ ১ পইণ্ট

editor by editor
May 16, 2023
in বিবিধ, বিশ্ব, ভাৰত
0
একেবাৰেই অসুৰক্ষিত জোনমণিয়ে চলোৱা Suzuki S-Presso,সুৰক্ষা ৰেটিঙত এই বাহনে পাইছিল মাত্ৰ ১ পইণ্ট
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছুজুকিৰ বাহন কিমান সুৰক্ষিত? জোনমণিৰ দুৰ্ঘটনাৰ পাছতেই আকৌ এবাৰ সুৰক্ষাৰ প্ৰশ্ন উত্থাপিত হৈছে। ছুজুকিৰ বেছিভাগ গাড়ীৰেই সুৰক্ষাৰ দিশ একেবাৰেই দুৰ্বল। গ্লোৱেল এনকেপ ক্ৰেছ টেষ্টৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য।

মাৰুতিৰ বাহনসমূহ দুৰ্ঘটনাত পতিত হ’লে যাত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হয়৷ আন্তৰ্জাতিক প্লেটফৰ্ম, গ্লোবেল এনকেপ নামেৰে পৰিচিত সংস্থাটোৰ টেষ্টৰ বাবে বিশ্বৰ প্ৰায়সমূহ সংস্থাই নিজৰ বাহনসমূহ পঠিয়াই৷ এই ক্ৰেছ টেষ্টত বহুসংখ্যক বাহনেই ভাল ফলাফল দেখুৱাইছে যদিও ছুজুকিৰ বাহনৰ ফলাফল একেবাৰেই বেয়া৷ ছুজুকিৰ প্ৰায়সমূহ বাহনৰ লগতে এছপ্ৰেছ’ বাহনৰ সুৰক্ষাৰ ৰেটিঙো একেবাৰেই বেয়া৷

এছপ্ৰেছ’ই সুৰক্ষাৰ দিশত লাভ কৰিছিল ১ ষ্টাৰ। বেষ্ট ছেলিং কাৰ এছপ্ৰেছ’ৰ সুৰক্ষা ৰেটিং একেবাৰেই বেয়া৷ গ্লবেল এনকেপৰ তৰফৰ পৰা প্ৰকাশিত তথ্যমতে, ৩৪ পইণ্টত ২০.০৩ পইণ্ট লাভ কৰিছিল এছপ্ৰেছ’ বাহনখনে। শিশু সুৰক্ষা ৰেটিঙত ৪৬ পইণ্টৰ ভিতৰত লাভ কৰিছিল মাত্ৰ ৩.৫৩ পইণ্ট। ফ্ৰণ্ট বেৰিয়াৰ টেষ্টতো গাড়ীখনে লাভ কৰিছিল প্ৰায় ৮.৯ পইণ্ট। ছাইড ডিফৰ্মেৱল ক্ৰেছ টেষ্টত ১৭ ৰ ভিতৰত লাভ কৰিছিল ১১.৩ পইণ্ট।

সন্মুখৰফালে দুটাকৈ এয়াৰবেগ আছে এই বাহনত৷ কিন্তু টেষ্ট ৰিপৰ্টত প্ৰকাশ পোৱামতে এই এয়াৰবেগ পৰ্যাপ্ত নহয়৷ ইয়াৰোপৰি এই বাহনৰ আৰু এটা উল্লেখনীয় দিশ আঙুলিয়াই দিছিল গ্লোবেল এনকেপ টেষ্টে৷ এই বাহনত সুৰক্ষা একেবাৰে নথকা নহয়৷ মূৰত আঘাত নালাগিবৰ বাবে পৰ্যাপ্ত সুবিধা আছে বাহনখনত৷ কিন্তু বুকু আৰু আঁঠুৰ বাবে বিশেষ সুৰক্ষা নাই। এছপ্ৰেছ’ৰ ডাছবৰ্ডৰ পিছফালৰ ষ্ট্ৰাইকাৰ খুবেই দুৰ্বল। আঁঠুত আঘাত লগাৰ চাঞ্চ খুবেই বেছি। গাড়ীখনৰ ফুটৱেৰ আৰু বডীছেলো মজবুত নহয়। গাড়ীখনত কোনো শিশুৰ বাবে কোনো সুৰক্ষা নাই৷ ইলেক্ট্ৰনিক ষ্টেবিলিটি কণ্ট্ৰলো নাই বাহনখনত৷ এই সকলোবোৰ দিশ চালিজাৰি গ্লবেল এনকেপ টেষ্টত বাহনখনৰ ৰেটিং মাত্ৰ ১ ষ্টাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

May 24, 2026
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত
বাণিজ্য

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

May 24, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

May 24, 2026
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance
বাণিজ্য

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

May 24, 2026
Next Post
জোনমণি ৰাভাৰ মাহীয়েকৰ মন্তব্য,’জোনমণিৰ শৰীৰত আছিল ৰ’ডেৰে মৰাৰ চিন, জোনমণিৰ মৃত্যু স্বাভাৱিক নহয়’

জোনমণি ৰাভাৰ মাহীয়েকৰ মন্তব্য,'জোনমণিৰ শৰীৰত আছিল ৰ’ডেৰে মৰাৰ চিন, জোনমণিৰ মৃত্যু স্বাভাৱিক নহয়’

‘লেডী সিংহম’জোনমণিৰ সেই আশা পুৰণ নহ’ল! সেই গীত জোনমণিৰ কাহানিও গোৱা নহ’ল, জোনমণিয়ে কাৰ সৈতে গীত গাব বিচাৰিছিল?

'লেডী সিংহম’জোনমণিৰ সেই আশা পুৰণ নহ’ল! সেই গীত জোনমণিৰ কাহানিও গোৱা নহ’ল, জোনমণিয়ে কাৰ সৈতে গীত গাব বিচাৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.