• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ অগ্নিকাণ্ড, ডিব্ৰুগড়ৰ ১২০ বছৰীয়া চাহ বাগিচাৰ ফেক্টৰী জ্বলি ছাৰখাৰ

ভয়ংকৰ অগ্নিকাণ্ড, ডিব্ৰুগড়ৰ ১২০ বছৰীয়া চাহ বাগিচাৰ ফেক্টৰী জ্বলি ছাৰখাৰ

1 year ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

2 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

2 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

3 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

4 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

4 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

5 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

5 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

6 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

6 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

7 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

8 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভয়ংকৰ অগ্নিকাণ্ড, ডিব্ৰুগড়ৰ ১২০ বছৰীয়া চাহ বাগিচাৰ ফেক্টৰী জ্বলি ছাৰখাৰ

editor by editor
March 27, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ভয়ংকৰ অগ্নিকাণ্ড, ডিব্ৰুগড়ৰ ১২০ বছৰীয়া চাহ বাগিচাৰ ফেক্টৰী জ্বলি ছাৰখাৰ
0
SHARES
364
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ অগ্নিকাণ্ড, ডিব্ৰুগড়ৰ ১২০ বছৰীয়া চাহ বাগিচাৰ ফেক্টৰী জ্বলি ছাৰখাৰ

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় চাহ বাগিচাৰ ১২০ বছৰীয়া ফেক্টৰীত নিশা বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জাহ যায় এটা কোটি টকীয়া শীতল গৃহ।

নিশা প্ৰায় ৯.৪৫ মান বজাত হঠাৎ ফেক্টৰীটোত অগ্নিকাণ্ডৰ সংঘটিত হোৱা কাৰণ শ্বৰ্ট-চাৰ্কিট বুলি বাগিচাখনৰ স্বাত্বাধিকাৰীয়ে জানিবলৈ দিছে। এই অগ্নিকাণ্ড ইমাননেই ভয়ংকৰ আছিল যে চাবুৱাৰ কেইবাখনো গাঁৱলৈ আগুৰি ধৰে ধোঁৱা।

খবৰ লাভৰ পাছতে চাবুৱা, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ পৰা মূঠ ৭ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপিত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয়। কিন্তু তেতিয়ালৈকে প্ৰায় সকলো জ্বলি ছাৰখাৰ হৈ পৰে।

অগ্নিকাণ্ড সংঘটিত হোৱা শীতল গৃহটোত বহু টকাৰ কেঁচা চাহ পাত আছিল বুলি জানিবলৈ দিয়ে ফেক্টৰীৰ মালিকে। কেঁচা চাহপাতৰ লগতে বিশাল শীতল গৃহটো জুইত জাহ যায়।

অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে যদিও শীতল গৃহটো ৰক্ষা কৰিব নাযায়। কিন্তু আন এটা বিশাল গৃহ আৰু চাহপাত উৎপাদন কৰা প্ৰধান কেন্দ্ৰটো অগ্নি সংযোগ হৈছিল কিন্তু সময়তে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে।

বাগিচা খনৰ সকলো শ্ৰমিক ফেক্টৰীটোলৈ আহি অগ্নি নিৰ্বাপন কৰাত সহযোগিতা কৰে। এই অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কত মালিক পক্ষই কাৰণ অৱগত কৰিলেও শত বৰ্ষ গৰকা কলঘৰটোত কোম্পানীটোৱে আপাতকালীন পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ নিজাববীয়া কোনো পানীৰ ব্যৱস্থা থকা পৰিলক্ষিত নহয়।

কিয়নো যিকোনো আপাতাকালীন পৰিস্থিতি প্ৰাথমিক পৰ্যায়ত ব্যৱস্থা ল’ব পৰা সুকীয়া ব্যৱস্থা ৰখাৰ জৰুৰী। ঐতিহাসিক চাহ বাগিচাখনৰ ফেক্টৰীটো এনেদৰে জাহ যোৱাত শ্ৰমিক সকলে এতিয়া দুখ প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam DibrugarahChabua Tea DfactoryDinjoy Tea FactoryMassive fireTea factory
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
Next Post
সোণাপুৰত শোকাৱহ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ জনে

সোণাপুৰত শোকাৱহ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ জনে

সূৰ্য গ্ৰহণ, শনিৰ ট্ৰেনজিত, অমাৱস্যা- কেইবাটাও সংযোগত কোন হ’ব কংগাল, কোন মালামাল

সূৰ্য গ্ৰহণ, শনিৰ ট্ৰেনজিত, অমাৱস্যা- কেইবাটাও সংযোগত কোন হ'ব কংগাল, কোন মালামাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.