• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীতাই পোৱা সেই অভিশাপ, যি ৰামেও নোৱাৰিলে ভংগ কৰিব

সীতাই পোৱা সেই অভিশাপ, যি ৰামেও নোৱাৰিলে ভংগ কৰিব

2 years ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

34 minutes ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

59 minutes ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

2 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

3 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

4 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

4 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

5 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

5 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

6 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

7 hours ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সীতাই পোৱা সেই অভিশাপ, যি ৰামেও নোৱাৰিলে ভংগ কৰিব

editor by editor
May 19, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
সীতাই পোৱা সেই অভিশাপ, যি ৰামেও নোৱাৰিলে ভংগ কৰিব
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সীতাই পোৱা সেই অভিশাপ, যি ৰামেও নোৱাৰিলে ভংগ কৰিব

সততে পঢ়িব বা শুনিব পোৱা যায় সীতাই দিয়া অভিশাপৰ কথা। বাল্মিকী ৰামায়ণত বৰ্ণনা কৰা অনুসৰি ৰজা দশৰথৰ পিণ্ড দানৰ সৈতে জড়িত আছে সীতাই দিয়া অভিশাপৰ কথা।

ৰজা দশৰথৰ মৃত্যুৰ পাছত ৰাম-লক্ষণে পিণ্ড দনৰ বাবে সামগ্ৰী বিচাৰি যাওতে বহু পলম হোৱাত সীতাই ওচৰতে পোৱা সামগ্ৰীৰেই পিণ্ড দান দিয়ে। বেল গছ, কলফুল, কেতকি ফুল, তুলসী, গৰু আৰু ফালগু নদীক প্ৰমাণ হিচাপে লৈ এই পিণ্ড দান কৰে, কিন্তু পাছত এই কেইবিধৰ বেল গছৰ বাহিৰে সকলোৱে মিছা মাতে। তেতিয়াই সীতাই সকলোকে অভিশাপ দিয়ে।

পাছে জানেনে মাতা সীতাইয়ো পাইছিল এক অভিশাপ। যি অভিশাপৰ ফলতেই অনেক দুখ কষ্ট ভুগিছিল, ৰাম-ৰাৱনৰ যুদ্ধও হৈছিল। সেই অভিশাপ পাইছিল এটা ভাটো চৰাইৰ পৰা।

পৌৰাণিক বিশ্বাস অনুসৰি এসময়ত মাতা সীতাই নিজৰ লগত এহাল কপৌ চৰাই পুহিছিল। কিন্তু তাৰেই মাইকী কপৌৰ টোৰ কিছু কাৰণত মৃত্যু হয়। মাইকী কপৌৰ মৃত্যুত বহু দুখ পাই মতা কপৌটোৱে সীতামাতাক দোষী বুলি ভাভি অভিশাপ দিয়ে।

মতা কপৌটোৱে সীতাক এইবুলি অভিশাপ দিয়ে, যিদৰে সংগী কপৌটোৰ বিচ্ছেদৰ বেদনা ভোগ কৰিছে। তেনেদৰে এদিন সীতাইও সংগী তথা স্বামীৰ পৰা বিচ্ছেদৰ বেদনা ভোগ কৰিব।

যাৰ বাবেই বনবাসৰ সময়ত ৰাৱণে অপহৰণ কৰি নিয়াৰ পাছত ৰামৰ পৰা বিচ্ছেদ হৈ বহু দুখ ভুগিবলগা হৈছিল সীতাই। সেই বিৰহৰ বাবেই শেষত ৰাম-ৰাৱণৰ যুদ্ধও হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CurseRam SitasitaSita CurseSita Mata
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা
অসম

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

July 29, 2026
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?
জীৱনশৈলী

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

July 29, 2026
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

July 29, 2026
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা
অসম

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

July 29, 2026
Next Post
অবৈধ সম্পৰ্কৰ সন্দেহত স্বামীৰ সীমাই চেৰাই যোৱা অত্যাচৰ, পত্নীৰ শৰীৰত লগাই দিলে তলা

অবৈধ সম্পৰ্কৰ সন্দেহত স্বামীৰ সীমাই চেৰাই যোৱা অত্যাচৰ, পত্নীৰ শৰীৰত লগাই দিলে তলা

টকা গণি গণি ভাগৰি পৰিছে আয়কৰ বিভাগ, জোতা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ টকাই টকা

টকা গণি গণি ভাগৰি পৰিছে আয়কৰ বিভাগ, জোতা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ টকাই টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.