• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধোনী সন্দৰ্ভত মেথিউ হেইডেনে ক’লে এনে কথা, ক্ৰিকেট জগতত হুলস্থুল

ধোনী সন্দৰ্ভত মেথিউ হেইডেনে ক’লে এনে কথা, ক্ৰিকেট জগতত হুলস্থুল

1 year ago
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

14 minutes ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

2 hours ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

2 hours ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

3 hours ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

4 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

5 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

16 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

16 hours ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

17 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

17 hours ago
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ধোনী সন্দৰ্ভত মেথিউ হেইডেনে ক’লে এনে কথা, ক্ৰিকেট জগতত হুলস্থুল

editor by editor
April 6, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ধোনী সন্দৰ্ভত মেথিউ হেইডেনে ক’লে এনে কথা, ক্ৰিকেট জগতত হুলস্থুল
0
SHARES
612
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধোনী সন্দৰ্ভত মেথিউ হেইডেনে ক’লে এনে কথা, ক্ৰিকেট জগতত হুলস্থুল

মহেন্দ্ৰ সিং ধোনী বৰ্তমানে ফৰ্মহীনতাত ভুগিছে। কোনো এখন খেলতে ভাল প্ৰদৰ্শন দেখুৱাব পৰা নাই খেলুৱৈগৰাকীয়ে। যাৰ বাবে বহুতৰে সমালোচনাৰ সন্মুখিন হৈছে খেলুৱৈগৰাকী। জাতীয় দলৰ পৰা অৱসৰৰ পাছত এতিয়া আই পি এলৰ পৰাও অৱসৰ লব লাগে বুলি বহুতে কৈছে।

তাৰে মাজতে আই পি এল ২০২৫ত চি এছ কে আৰু দিল্লী দলৰ মাজৰ খেলখনত কমেণ্ট্ৰী বক্সত মেথিউ হেইডেন উপস্থিত আছিল। চি এছ কেৰ প্ৰাক্তন খেলুৱৈ হেইডেনে এম এছ ধোনীৰ দুৰ্বল ফৰ্মৰ ওপৰত ভাষণ দি কয় যে ধোনিয়ে এই ছিজনত নিজৰ দলৰ হৈ মেচ খেলাত ব্যৰ্থ হৈছে। ২০১০ চনত চি এছ কেক আই পি এল জয়ৰ দিশত আগুৱাই নিয়া হেইডেনে নিজৰ অকপট মতামত ব্যক্ত কৰি কয় যে ধোনিৰ ক্ৰিকেট কেৰিয়াৰ এতিয়া শেষ হোৱাৰ ওচৰ চাপিছে।

এই মেচখনত ধোনীয়ে ২৬টা বলত অপৰাজিত ৩০ ৰান সংগ্ৰহ কৰে, য’ত মাত্ৰ এটা চাৰি আৰু এটা ছয় আছিল। হেইডেনে ধোনীৰ লেহেমীয়া বেটিংৰ বাবে তীব্ৰ সমালোচনা কৰি কয় যে ৰানৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তো ধোনী আৰু বিজয় শংকৰে দ্রুত গ’ল দিব পৰা নাছিল৷ অষ্ট্ৰেলিয়াৰ কিংবদন্তি খেলুৱৈ হেইডেনে আৰু কয় যে এতিয়া ধোনীয়ে ক্ৰিকেট এৰি কমেণ্ট্ৰী বক্সলৈ আহি তেওঁৰ লগত বহিব লাগে।

কমেণ্ট্ৰীৰ সময়ত মেথিউ হেইডেনে কয় যে, “এই মেচৰ পিছত এম এছ ধোনীয়ে আমাৰ কমেণ্ট্ৰী বক্সলৈ অহা উচিত। এতিয়া ধোনীয়ে ক্ৰিকেটৰ যাঁদু হেৰুৱাইছে। ধোনীৰ বাবে ক্ৰিকেট কেৰিয়াৰ শেষ হৈছে। চি এছ কেৰ বাবে বহু দেৰি হোৱাৰ আগতেই ধোনীয়ে নিজেই এই কথা মানি ল’ব লাগে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketMatthew heydenms dhoni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

August 3, 2026
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!
জীৱনশৈলী

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

August 3, 2026
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!
প্ৰযুক্তি

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

August 3, 2026
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!
জীৱনশৈলী

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

August 3, 2026
Next Post
কাইলৈ বুধ গ্ৰহ প্ৰত্যক্ষ হোৱাৰ লগে লগে সলনি হ’ব ৫ ৰাশিৰ ভাগ্য

কাইলৈ বুধ গ্ৰহ প্ৰত্যক্ষ হোৱাৰ লগে লগে সলনি হ'ব ৫ ৰাশিৰ ভাগ্য

উচ্চৰাশিলৈ আহি সূৰ্যই সৃষ্টি কৰিব আদিত্য যোগ, প্ৰথম ব’হাগৰ পূৰ্বেই কেৰিয়াৰত উন্নতি হব এই ৫ৰাশিৰ

উচ্চৰাশিলৈ আহি সূৰ্যই সৃষ্টি কৰিব আদিত্য যোগ, প্ৰথম ব’হাগৰ পূৰ্বেই কেৰিয়াৰত উন্নতি হব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.