• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি পোৱা এটা মেকুৰী

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি পোৱা এটা মেকুৰী

4 months ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

24 minutes ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

53 minutes ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

2 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

10 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

10 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

11 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

11 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

12 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

12 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

14 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

14 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি পোৱা এটা মেকুৰী

লৰীলৈ 'Chief Mouser to the Cabinet Office'ৰ উপাধি

editor by editor
June 22, 2026
in নিয়োগ, বিবিধ, বিশ্ব, লেখা
0
ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি পোৱা এটা মেকুৰী
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰিটিছসকলৰ কিছুমান কাণ্ড-কাৰখানাই প্ৰায়ে সমগ্ৰ বিশ্বত চৰ্চা লাভ কৰে। এসময়ত সমগ্ৰ বিশ্বৰ প্ৰায় আধা অংশতে ৰাজত্ব কৰা ব্ৰিটিছসকলৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লণ্ডনৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ 10 Downing Streetৰ এটা আমোদজনক ঘটনা বা নিয়মে আপোনাকো আমোদ দিব। প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এন্দুৰক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে নিযুক্তি দিছে এটা মেকুৰীক। অৱশ্যে এয়া আজিৰ কথা নহয়, প্ৰায় ১৫ বছৰ পূৰ্বেই এন্দুৰক নিয়ন্ত্ৰণ কৰাৰ বাবে এটা মেকুৰীক দিয়া হৈছিল নিযুক্তি আৰু সেই মেকুৰীটোৰ নাম হৈছে ‘লেৰী দ্য কেট’। ‘লেৰী দ্য কেট’ হৈছে বিশ্বৰ আটাইতকৈ বিখ্যাত চৰকাৰীভাৱে নিযুক্তি পোৱা জন্তুসমূহৰ ভিতৰত অন্যতম। ‘লেৰী দ্য কেট’-এ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন 10 Downing Streetত বাস কৰে আৰু ‘Chief Mouser to the Cabinet Office’হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০১১ চনৰ পৰা ‘লেৰী দ্য কেট’-এ এই পদত কাৰ্যনিৰ্বাহ কৰি আছে আৰু বিগত ১০ বছৰত ৬গৰাকীকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ আৰু পদত্যাগৰ ঘটনাৰ সৈতেও সাক্ষী হৈ আছে। সম্প্ৰতি ব্ৰিটেইনত ‘লেৰী দ্য কেট’ একপ্ৰকাৰ ৰাষ্ট্ৰীয় প্ৰতীকত পৰিণত হৈছে। ‘লেৰী দ্য কেট’ প্ৰকৃততে এটা মেকুৰী যাৰ কাম হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এন্দুৰ ধৰা বা নিয়ন্ত্ৰণ কৰাৰ বাবে নিযুক্তি দিয়া হৈছিল।

Chief Mouser পদত নিযুক্তিপ্ৰাপ্ত মেকুৰী

লেৰী হৈছে প্ৰথম মেকুৰী যাক আনুষ্ঠানিকভাৱে ‘Chief Mouser to the Cabinet Office’ উপাধি দিয়া হৈছিল। তেওঁৰ মূল দায়িত্বসমূহ হৈছে— চৰকাৰী ভৱনত এন্দুৰ নিয়ন্ত্ৰণ কৰা, চৰকাৰী ভৱনলৈ অহা আমন্ত্ৰিত অতিথিসকলক স্বাগতম জনোৱা। ব্ৰিটেইনৰ ৬গৰাকীকৈ প্ৰধানমন্ত্ৰীৰ হৈ কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে লেৰীয়ে। লেৰীয়ে ডেভিড কেমৰুন, থেৰেছা মে, বৰিছ জনশ্যন, লিজ ট্ৰাছ, ঋষি চুনক আৰু কেইৰ ষ্টাৰ্মাৰৰ অধীনত ১০ ডাউনিং ষ্ট্ৰীটত কাম কৰিছে।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

লেৰীৰ জন্ম কেতিয়া হৈছিল ইয়াৰ কোনো আনুষ্ঠানিক তথ্য নাই যদিও প্ৰায় ২০০৭ চনত ইংলেণ্ডৰ কোনো অঞ্চলত হোৱা বুলি ধাৰণা কৰা হয়। এটা সময়ত লৰীক কোনো ব্ৰিটিছ ভদ্ৰলোকে পথৰ পৰা উদ্ধাৰ কৰি Battersea Dogs & Cats Home নামৰ পশু উদ্ধাৰ কেন্দ্ৰলৈ নিয়ে আৰু তাতেই লৰীৰ যত্ন লোৱা হৈছিল। ২০১১ চনত ব্ৰিটিছ চৰকাৰে ১০ ডাউনিং ষ্ট্ৰীটত এন্দুৰৰ সমস্যাৰ বাবে এটা দক্ষ মেকুৰী বিচাৰি বিজ্ঞাপন দিছিল। চিকাৰ কৰাৰ বিচক্ষণতা আৰু এন্দুৰ ধৰাৰ ক্ষমতালৈ লক্ষ্য কৰি লৰীক শতাধিক মেকুৰীৰ ভিতৰৰ পৰা বাছনি কৰা হয়। ২০১১ৰ ১৫ ফেব্ৰুৱাৰীত লৰীক ১০ ডাউনিং ষ্ট্ৰীটত আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া হয়।
লেৰী এতিয়া কেৱল এটা মেকুৰীয়েই নহয়; ব্ৰিটিছ ৰাজনীতিৰ এক সাংস্কৃতিক প্ৰতীকত পৰিণত হৈছে। লৰীৰ ফটো সম্বলিত কেলেণ্ডাৰ, মগ, স্মাৰক সামগ্ৰী আদি লণ্ডনৰ বিভিন্ন দোকানত চ’ৰা দামত বিক্ৰী হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24london
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!
বিশ্ব

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

October 17, 2026
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী
বিনোদন

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

October 17, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 17, 2026
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

October 16, 2026
Next Post
শোৱনি কোঠাত হনুমানৰ ফটো আঁৰি থোৱাটো উচিত নে অনুচিত?

শোৱনি কোঠাত হনুমানৰ ফটো আঁৰি থোৱাটো উচিত নে অনুচিত?

ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

ভাগ্য উদয় হ'ব আপোনাৰ, সাৱধান হওক ৪ মূল্যাংকৰ লোক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.