• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বাহৰুখ, আমিৰ, অক্ষয় নহয়, বক্স অফিচত সকলোতকৈ বেছি ১০০ কোটি আয় কৰা বলীউড তাৰকা কোন?

শ্বাহৰুখ, আমিৰ, অক্ষয় নহয়, বক্স অফিচত সকলোতকৈ বেছি ১০০ কোটি আয় কৰা বলীউড তাৰকা কোন?

3 years ago
ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

4 minutes ago
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

31 minutes ago
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

1 hour ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

1 hour ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

18 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

18 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

20 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

20 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

21 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

22 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

শ্বাহৰুখ, আমিৰ, অক্ষয় নহয়, বক্স অফিচত সকলোতকৈ বেছি ১০০ কোটি আয় কৰা বলীউড তাৰকা কোন?

editor by editor
August 26, 2023
in বিনোদন, ভাৰত
0
শ্বাহৰুখ, আমিৰ, অক্ষয় নহয়, বক্স অফিচত সকলোতকৈ বেছি ১০০ কোটি আয় কৰা বলীউড তাৰকা কোন?
0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দী চিনেমাজগতত শতাধিক ছবিয়ে বক্স অফিচত ১০০ কোটি টকা উপাৰ্জন কৰিছে। শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, অক্ষয় কুমাৰ, হৃদিক ৰোশন, অজয় দেৱগান, ৰণবীৰ সিঙৰ দৰে তাৰকাই এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। তেওঁলোকৰ ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। কিন্তু কোন তাৰকাই কেৰিয়াৰত সৰ্বাধিক বক্স অফিচত ১০০ কোটি আয় কৰিবলৈ সক্ষম হৈছে জানেনে?

২০০৮ চনত ছবিগৃহত মুক্তিলাভ কৰিছিল আমিৰ খান অভিনিত ‘গজিনী’য়ে। আমিৰৰ বিপৰীতে সেই ছবিত অভিনয় কৰিছিল আছিনে। মুক্তিৰ লগে লগেই ‘গাজিনী’ ছবিখনে বক্স অফিচত ১০০কোটি আয় কৰিবলৈ সক্ষম হৈছিল। হিন্দী চিনেমাজগতত ‘গজিনী’য়েই প্ৰথম ছবি যিয়ে বক্স অফিচত ১০০ কোটি আয় কৰিবলৈ সক্ষম হৈছিল। ‘গজিনী’ মুক্তিৰ পিছত অইন বহু চিনেমাই বক্স অফিচত ১০০ কোটি আয় কৰিবলৈ সক্ষম হৈছে যদিও আমিৰৰ ‘গজিনী’ ১০০ কোটি আয় কৰা বলীউডৰ প্ৰথমখন চিনেমা।

বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰামতে ১০০ কোটি আয় কৰা চিনেমাৰ ভিতৰত সৰ্বাধিক ছবি হৈছে অক্ষয় কুমাৰৰ। অক্ষয় কুমাৰৰ ১৫ খন চিনেমাই এতিয়ালৈকে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

অজয় দেৱগনৰো কেইবাখনো ছবিয়ে ১০০ কোটি আয় কৰিবলৈ সক্ষম হৈছে। অজয় দেৱগন অভিনীত মুঠ ১২খন ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ১০০ কোটিৰ তালিকাত তৃতীয়তে নাম আছে শ্বাহৰুখ খানৰ। শ্বাহৰুখৰ কেৰিয়াৰৰ মুঠ ৮খন ছবিয়ে ১০০কোটিৰ ঘৰ অতিক্ৰম কৰিছে। আমিৰৰ ছবিয়েই প্ৰথমে বলীউডত ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিলেও চিনেমাৰ তালিকাত আমিৰৰ ছবি আছে ৪ নম্বৰতহে। আমিৰৰ মুঠ ৬খন ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে।

আমিৰৰ পিছতেই আছে অভিনেতা হৃতিক ৰোছনৰ ছবি। হৃতিকৰো মুঠ ৬খন ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। এই সকলোবোৰ অভিনেতাক টক্কৰ দি সকলোতকৈ ওপৰত আছে ছলমান খান। ভাইজানৰ অধিকাংশ ছবিয়েই ১০০ কোটি ঘৰ অতিক্ৰম কৰে। ২০১০ চনৰ পৰা ভাইজানৰ ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। দাবাঙেৰে আৰম্ভ কৰি ৰেডী, বডীগাৰ্ড, এক থা টাইগাৰ, দাবাং-২, জয় হো, কিক, বজৰংগী ভাইজান, প্ৰেম ৰতন ধন পায়ো, ছুলতান, টিউবলাইট, টাইগাৰ জিন্দা হে, ৰেছ-৩, ভাৰত, দাবাং-৩ কে ধৰি মুঠ ১৬ খন ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। বলীউডৰ অভিনেতাসকলৰ ভিতৰত বক্স অফিচত সৰ্বাধিক ১০০ কোটি আয় কৰা চিনেমাৰে ছলমান খানেই ওপৰত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…
বিনোদন

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

April 3, 2026
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ
ক্ৰীড়া

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

April 2, 2026
Next Post
সুশান্তই জীৱনৰ শেষ মুহূৰ্তলৈকে কটোৱা বান্দ্ৰাৰ সেই ফ্লেট অৱশেষত বিক্ৰি হ’ল। ক্ৰয় কৰিলে ‘দ্যা কেৰালা ষ্টৰী’ৰ নায়িকা আদা শৰ্মাই

সুশান্তই জীৱনৰ শেষ মুহূৰ্তলৈকে কটোৱা বান্দ্ৰাৰ সেই ফ্লেট অৱশেষত বিক্ৰি হ’ল। ক্ৰয় কৰিলে 'দ্যা কেৰালা ষ্টৰী’ৰ নায়িকা আদা শৰ্মাই

নামক লৈ বিতৰ্ক! শিৱশক্তি কিয় দিয়া হ’ল বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত নমা সেই পয়েণ্টৰ নাম?

নামক লৈ বিতৰ্ক! শিৱশক্তি কিয় দিয়া হ’ল বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত নমা সেই পয়েণ্টৰ নাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.