• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুশান্তই জীৱনৰ শেষ মুহূৰ্তলৈকে কটোৱা বান্দ্ৰাৰ সেই ফ্লেট অৱশেষত বিক্ৰি হ’ল। ক্ৰয় কৰিলে ‘দ্যা কেৰালা ষ্টৰী’ৰ নায়িকা আদা শৰ্মাই

সুশান্তই জীৱনৰ শেষ মুহূৰ্তলৈকে কটোৱা বান্দ্ৰাৰ সেই ফ্লেট অৱশেষত বিক্ৰি হ’ল। ক্ৰয় কৰিলে ‘দ্যা কেৰালা ষ্টৰী’ৰ নায়িকা আদা শৰ্মাই

3 years ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

37 minutes ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

1 hour ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

2 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

2 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

3 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

5 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

6 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

7 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

7 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

8 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সুশান্তই জীৱনৰ শেষ মুহূৰ্তলৈকে কটোৱা বান্দ্ৰাৰ সেই ফ্লেট অৱশেষত বিক্ৰি হ’ল। ক্ৰয় কৰিলে ‘দ্যা কেৰালা ষ্টৰী’ৰ নায়িকা আদা শৰ্মাই

editor by editor
August 26, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
সুশান্তই জীৱনৰ শেষ মুহূৰ্তলৈকে কটোৱা বান্দ্ৰাৰ সেই ফ্লেট অৱশেষত বিক্ৰি হ’ল। ক্ৰয় কৰিলে ‘দ্যা কেৰালা ষ্টৰী’ৰ নায়িকা আদা শৰ্মাই
0
SHARES
600
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আদা শৰ্মা বৰ্তমান বলীউড অভিনেত্ৰীসকলৰ ভিতৰত সৰ্বাধিক চৰ্চিত এগৰাকী অভিনেত্ৰী। ‘দ্যা কেৰালা ষ্টৰী’ৰ পৰা বেছ জনপ্ৰিয় হৈ পৰিছে আদা। দীৰ্ঘসময় ধৰি বলীউডত সংগ্ৰাম চলাইছিল আদা শৰ্মাই। কাম নাপায় হতাশাত ভূগি বলীউড ত্যাগ কৰাৰ কথা চিন্তা কৰাৰ সময়তে আদা শৰ্মাই অফাৰ পালে এখন চিনেমাৰ। সেই চিনেমাই সলাই পেলালে আদা শৰ্মাৰ ভাগ্য।

মুম্বাই এৰিব খোজা আদাই এইবাৰ মুম্বাইত স্থায়ী কৰিলে নিজা ঠিকনা। নিজাকৈ ফ্লেট ক্ৰয় কৰিছে আদাই। আদাই ফ্লেট ক্ৰয় কৰাৰ খবৰতকৈ এই খবৰে চৰ্চা লাভ কৰাৰ বিশেষ কাৰণো আছে। আদা শৰ্মাই ক্ৰয় কৰিছে সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ বান্দ্ৰাৰ সেই বিশেষ ফ্লেটটোৱেই। য’ত সুশান্তই জীৱনৰ শেষ দিনটোলৈকে কটাইছিল। সেই ফ্লেটেই ক্ৰয় কৰিছে আদাই।

২০২০ চনত জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল। মুম্বাইৰ অভিজাত এলেকা বান্দ্ৰাৰ সমূদ্ৰতীৰত থকা মণ্ট ব্লেংক ফ্লেটত ভাড়াত আছিল সুশান্ত। মৃত্যু পৰ্যন্ত সেই ভাড়াঘৰতেই আছিল সুশান্ত। বান্দ্ৰাৰ সেই গৃহৰ পৰা সুশান্তৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বিগত তিনিবছৰে কোনোৱে সেই ফ্লেট ক্ৰয় কৰিবলৈ সাহস গোটাব পৰা নাছিল। আনকি ফ্লেটৰ গৰাকীয়েও সেই ফ্লেট ভাড়া দিবলৈ গ্ৰাহক নাপায় বিজ্ঞাপন দিব লগা হৈছিল।

সুশান্তই আত্মহত্যা কৰাৰ বাবেই সেই গৃহটোৰ দৰ কমি গৈছিল। বহুতেই তেনে ঘৰ অশুভ বুলি ধাৰণা কৰে। সুশান্তই প্ৰায় ৪ লাখ ৫০ হাজাৰ টকাৰ বিনিময়ত সেই ঘৰটো ভাড়াত লৈছিল। ৩৬০০ বৰ্গফুটৰ সেই ফ্লেটটো অৱশেষত ক্ৰয় কৰিলে আদাই বুলি বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰিছে। কিমান ধনৰ বিনিময়ত আদা শৰ্মাই ফ্লেটটো লৈছে সেই সম্পৰ্কে এতিয়াও কোনো স্পষ্ট তথ্য প্ৰকাশ হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো
বিনোদন

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ
অপৰাধ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

September 2, 2026
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু
বিনোদন

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

September 2, 2026
Next Post
নামক লৈ বিতৰ্ক! শিৱশক্তি কিয় দিয়া হ’ল বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত নমা সেই পয়েণ্টৰ নাম?

নামক লৈ বিতৰ্ক! শিৱশক্তি কিয় দিয়া হ’ল বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত নমা সেই পয়েণ্টৰ নাম?

চন্দ্ৰযান-৩ ৰ সফলতাৰ পাছত সূৰ্যৰ বুকুত অভিযান চলাবলৈ সাজু ইছৰো, ইছৰোই চলাব লগীয়া আদিত্য এল-১ মিছন প্ৰকৃততে কি?

চন্দ্ৰযান-৩ ৰ সফলতাৰ পাছত সূৰ্যৰ বুকুত অভিযান চলাবলৈ সাজু ইছৰো, ইছৰোই চলাব লগীয়া আদিত্য এল-১ মিছন প্ৰকৃততে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.