• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ৰ দ্বিতীয় দিনাই ৩ৰাশিৰ জীৱনলৈ আহিব সুখ, বাঢ়িব বেংক বেলেন্স

২০২৪ৰ দ্বিতীয় দিনাই ৩ৰাশিৰ জীৱনলৈ আহিব সুখ, বাঢ়িব বেংক বেলেন্স

2 years ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

15 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

39 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৪ৰ দ্বিতীয় দিনাই ৩ৰাশিৰ জীৱনলৈ আহিব সুখ, বাঢ়িব বেংক বেলেন্স

editor by editor
October 31, 2023
in জীৱনশৈলী, বিবিধ
0
২০২৪ৰ দ্বিতীয় দিনাই ৩ৰাশিৰ জীৱনলৈ আহিব সুখ, বাঢ়িব বেংক বেলেন্স
0
SHARES
54.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বছৰৰ শেষত বক্ৰী হৈ শক্তি হেৰুৱাইছে বুধে। কিন্তু ইয়াৰ মাজতে সু সংবাদ এয়াই যে ২০২৪ চনৰ দ্বিতীয় দিনাই পুনৰ নিজৰ স্থানলৈ ঘূৰি আহিব বুধ। গ্ৰহৰ যুৱৰাজ হৈছে বুধ, ডিচেম্বৰ মাহত ধনু ৰাশিত বক্ৰী হৈছে। ইয়াৰ পাছত ২০২৪ চনৰ ২ জানুৱাৰীত মাৰ্গী হ’ব এই গ্ৰহ। নতুন বছৰৰ আৰম্ভনিতে বুধৰ মাৰ্গী দশাত সমস্ত ৰাশিৰ জাতকেই প্রভাৱিত হ’ব। তেওঁলোকৰ আকস্মিক ধন লাভ আৰু উন্নতিৰ যোগ আছে। কোন কোন ৰাশিৰ জাতকৰ ওপৰত বুধৰ বিশেষ আশীৰ্বাদ থাকিব?

তুলা ৰাশি
নতুন বছৰত বুধ মাৰ্গী হ’লে তুলা ৰাশিৰ জাতকসকলৰ লাভৰ যোগ আছে। কাৰণ বুধে আপোনাৰ ৰাশিৰ ধন স্থানত মাৰ্গী হ’ব। ইয়াৰ ফলত বিভিন্ন সময়ৰ মূৰে মূৰে আকস্মিক ধন লাভ কৰিব তুলা ৰাশিৰ জাতকে। ইয়াৰোপৰি আৰ্থিক পৰিস্থিতি মজবুত হ’ব। ব্যৱসায়ত নতুন পৰিকল্পনা অনুযায়ী কাম কৰিলে ভৱিষ্যতে ইয়াৰ দ্বাৰা লাভ হ’ব। এই ৰাশিৰ জাতকে মিডিয়া, গণিত, বেংকিং, শ্বেয়াৰ বজাৰ, মাৰ্কেটিঙৰ সৈতে জড়িত হৈ থকাসকলৰ বাবে এই সময় অত্যন্ত শুভ। বুধ আপোনাৰ ৰাশিৰ নৱম আৰু দ্বাদশ স্থানৰ অধিপতি। সেয়ে এই সময়ত আপুনি ভাগ্যৰ সংগ পাব। ধন সঞ্চয় কৰিলেও সফল হ’ব এই ৰাশিৰ জাতক।

কুম্ভ ৰাশি
বৃশ্চিক ৰাশিত বুধ মাৰ্গী হোৱাৰ ফলত কুম্ভ ৰাশিৰ জাতকসকলে শুভ ফল লাভ কৰিব। আপোনাৰ ৰাশিৰ কৰ্মস্থানত বুধৰ গোচৰ হ’ব। এই সময়ত কাম আৰু ব্যৱসায়ত ভাল ফল লাভ কৰিব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি আয়ৰ উৎস বৃদ্ধি পাব। চাকৰিয়াল সকলে কৰ্মক্ষেত্ৰত ভাল দায়িত্ব লাভ কৰিব। এই ৰাশিৰ ব্যৱসায়ীসকলে ভাল ধন লাভ কৰিব। কুম্ভ ৰাশিৰ অধিপতি হৈছে বুধ। শনিৰ সৈতে বুধৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে এই সময় অত্যন্ত শুভ।

মীন ৰাশি
বুধৰ মাৰ্গী দশাত মীন ৰাশিৰ জাতকসকলৰ বাবে শুভ প্ৰমাণিত হ’ব। বুধে আপোনাৰ গোচৰ কোষ্ঠীৰ নৱম স্থানত বিৰাজ কৰিব। এই সময়ত আপুনিৰ ভাগ্যৰ সংগ লাভ কৰিব। ইয়াৰোপৰি আপোনাৰ কীৰ্তি আৰু প্ৰতিষ্ঠা বৃদ্ধি পাব। দেশ-বিদেশৰ যাত্ৰাৰো যোগ আছে। বুধ আপোনাৰ ৰাশিৰ চতুৰ্থ আৰু সপ্তম স্থানৰ অধিপতি। গাড়ী আৰু সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা থাকিলে সফলতা লাভ কৰিব। পৈতৃক সম্পত্তিৰ দ্বাৰা লাভাম্বিত হ’ব। জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
Next Post
১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া? জানি থওক শুভ সময়

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া? জানি থওক শুভ সময়

নিদাৰুণ সময়, দেশত অমৃতকাল চলি থকাৰ সময়তেই উত্তৰপ্ৰদেশত সন্তান বিক্ৰি কৰিবলৈ ৰাস্তাত বহিল পিতৃ

নিদাৰুণ সময়, দেশত অমৃতকাল চলি থকাৰ সময়তেই উত্তৰপ্ৰদেশত সন্তান বিক্ৰি কৰিবলৈ ৰাস্তাত বহিল পিতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.