• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত লাভেই লাভ এই ৩ৰাশিৰ জাতকৰ, আপুনিও আছে নেকি তালিকাত?

ছেপ্টেম্বৰত লাভেই লাভ এই ৩ৰাশিৰ জাতকৰ, আপুনিও আছে নেকি তালিকাত?

2 years ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

16 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

40 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰত লাভেই লাভ এই ৩ৰাশিৰ জাতকৰ, আপুনিও আছে নেকি তালিকাত?

ছেপ্টেম্বৰত লাভেই লাভ এই ৩ৰাশিৰ জাতকৰ, আপুনিও আছে নেকি তালিকাত?

editor by editor
August 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ছেপ্টেম্বৰত লাভেই লাভ এই ৩ৰাশিৰ জাতকৰ, আপুনিও আছে নেকি তালিকাত?
0
SHARES
406
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰ মাহত বুধে স্বৰাশি কন্যাত প্ৰৱেশ কৰিব৷ জ্যোতিষ গণনা অনুসৰি এই ৰাশিত অহাৰ পাছতেই বুধে ভদ্ৰ ৰাজযোগ তৈয়াৰ কৰিব৷ উল্লেখ্য যে জ্যোতিষ শাস্ত্ৰত অতিশুভ পঞ্চমহাপুৰুষ ৰাজযোগৰ উল্লেখ আছে৷ ইয়াৰ মাজতেই অন্যতম হৈছে ভাদ্ৰ মহাপুৰুষ ৰাজযোগ৷ এই পৰিস্থিতিত সমস্ত ৰাশিৰ জাতকৰ ওপৰত ভদ্ৰ মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ পৰিব৷ এই ৰাজযোগৰ দ্বাৰা কেইটামান ৰাশিৰ ভাগ্য চমকি উঠিব৷ ইয়াৰোপৰি কেৰিয়াৰ আৰু ব্যৱসায়তো উন্নতি হ’ব৷ বুধে তৈয়াৰ কৰা এই ভদ্ৰ মহাপুৰুষ ৰাজযোগে কাৰ কাৰ বাবে সু সংবাদ আনিব? জানি থওক সবিশেষ৷

সিংহ ৰাশি

জ্যোতিষ গণনা অনুসৰি সিংহ ৰাশিৰ জাতকৰ বাবে ভদ্ৰ ৰাজযোগ অত্যন্ত লাভজনক৷ বুধে আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত ভ্ৰমণ কৰিছে৷ এই সময়ত ভাগ্যৰ পূৰ্ণ সংগ পাব সিংহ ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকৰ বাবে এই সময় অনুকূল৷ আয়ৰ নতুন পথ প্ৰশস্ত হ’ব৷ বাণীৰ প্ৰভাৱ বাঢ়িব৷ ইয়াৰ ফলত সকলো আপোনাৰ প্ৰতি ইমপ্ৰেছ হ’ব৷ পাবলগীয়া ধনো লাভ কৰিব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ সমাজত নিজৰ পৃথক পৰিচিতি গঢ়ি উঠিব৷

কন্যা ৰাশি

এই ৰাশিৰ জাতকৰ বাবে ভদ্ৰ মহাপুৰুষ ৰাজযোগ অনুকূল প্ৰমাণিত হ’ব৷ এই ৰাশিৰ লগ্ন স্থানত ৰাজযোগ তৈয়াৰ কৰিব বুধে৷ এই সময়ত কন্যা ৰাশিৰ জাতকৰ ব্যক্তিত্ব উন্নত হ’ব৷ আকস্মিক ধনলাভৰ যোগ আছে৷ ইয়াৰোপৰি সমাজত নিজৰ পৃথক পৰিচয় গঢ়ি তুলিব পাৰিব এই ৰাশিৰ জাতকে৷ মান-সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব পাৰিব৷ কৰ্মশৈলী উন্নত হ’ব৷ কন্যা ৰাশিৰ দাম্পত্য জীৱনত মাধুৰ্য্য বৃদ্ধি পাব৷ অবিবাহিত জাতকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে৷

ধনু ৰাশি

ভদ্ৰ ৰাজযোগ ধনু ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী৷ বুধে আপোনাৰ ৰাশিৰ নৱম স্থানত গোচৰ কৰি এই ৰাজযোগ তৈয়াৰ কৰিব৷ এই সময়ত ভাগ্যৰ সংগ পাব কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলৰ আয়ৰ নতুন পথ প্ৰশস্ত হ’ব৷ ইয়াৰোপৰি চাকৰিত দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে৷ দেশ বিদেশলৈ যাত্ৰা কৰিব পাৰে এই ৰাশিৰ জাতকে৷ চাকৰিয়াল সকলে কোনো ভাল প্ৰস্তাৱ পাব পাৰে৷ ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ প্ৰতিযোগীতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
Next Post
মহাকাশত আৰু কিমান দিন? শৰীৰ লাহে লাহে ভাঙি পৰিছে, সুনীতা উইলিয়ামছক লৈ স্বামীৰ বৃহৎ মন্তব্য

মহাকাশত আৰু কিমান দিন? শৰীৰ লাহে লাহে ভাঙি পৰিছে, সুনীতা উইলিয়ামছক লৈ স্বামীৰ বৃহৎ মন্তব্য

থলুৱাই পাব চাকৰি, কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা

থলুৱাই পাব চাকৰি, কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.