• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতুৰ নক্ষত্ৰত গোচৰ বুধৰ, সলনি হ’ব ৩ ৰাশিৰ জীৱন, তালিকাত আছেনে আপুনি?

কেতুৰ নক্ষত্ৰত গোচৰ বুধৰ, সলনি হ’ব ৩ ৰাশিৰ জীৱন, তালিকাত আছেনে আপুনি?

4 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

8 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

8 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

9 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

10 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

10 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

11 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

11 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

12 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

12 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

13 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

14 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেতুৰ নক্ষত্ৰত গোচৰ বুধৰ, সলনি হ’ব ৩ ৰাশিৰ জীৱন, তালিকাত আছেনে আপুনি?

কেতুৰ নক্ষত্ৰত গোচৰ বুধৰ, সলনি হ’ব ৩ ৰাশিৰ জীৱন, তালিকাত আছেনে আপুনি?

editor by editor
November 20, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
কেতুৰ নক্ষত্ৰত গোচৰ বুধৰ, সলনি হ’ব ৩ ৰাশিৰ জীৱন, তালিকাত আছেনে আপুনি?
0
SHARES
559
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি বুধ গ্ৰহ বুদ্ধি, কমিউনিকেছন, ব্যৱসায়, যুক্তি, বুদ্ধিমত্তা আৰু দ্ৰুত চিন্তা-ভাৱনাৰ প্ৰতীক৷ বুধৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ কথা কোৱাৰ ধৰণ, চিন্তা কৰাৰ ক্ষমতা আৰু শিকাৰ প্ৰক্ৰিয়া কেনে হ’ব! সেই বুধ গ্ৰহই এইবাৰ সলনি কৰিছে নিজৰ স্থান৷ গোচৰ হ’ব পাপী গ্ৰহ বুলি কেতুৰ নক্ষত্ৰত৷ যদিও কেতুৱে মানুহক মুক্তিৰ মাৰ্গ দেখুৱাই৷ ২৯ ডিচেম্বৰ মূলা নক্ষত্ৰত প্ৰৱেশ কৰিব বুধে৷ যাৰ প্রভাৱ সমগ্ৰ ৰাশিচক্ৰত পৰিব৷ বিশেষভাৱে প্ৰভাৱ দেখা যাব তিনিটা ৰাশিৰ ওপৰত৷

২৯ ডিচেম্বৰ ২০২৫, সোমবাৰে পুৱা ৭.২৭ মিনিটত মূলা নক্ষত্ৰত প্ৰৱেশ কৰিব বুধে৷ ইয়াৰ ফলত ১২টা ৰাশিৰ ওপৰত শুভ আৰু অশুভ উভয় প্ৰভাৱ পৰিব পাৰে৷ বিশেষকৈ ৩ৰাশিৰ বাবে এই সময় অত্যন্ত শুভ বুলি প্ৰতিপন্ন হ’ব পাৰে৷ জানি থওক কোন ৩ ৰাশিৰ জীৱনত পৰিব শুভ প্ৰভাৱ?

বৃষ ৰাশিৰ জাতকৰ জীৱনত কি প্ৰভাৱ?

কেতুৰ নক্ষত্ৰত বুধৰ গোচৰে বৃষ ৰাশিৰ বাবে শুভ সময় কঢ়িয়াই আনিব পাৰে৷ বুধৰ প্ৰভাৱত ব্যৱসায়িক সাফল্য নিশ্চিত হ’ব৷ এই ৰাশিৰ জাতকৰ কথাবাৰ্তাও আৰু আকৰ্ষণীয় হৈ উঠিব পাৰে৷ অৰ্থ উপাৰ্জনৰ আববে একাধিক পথ খুলিব৷ আয় বাঢ়িব৷ কথাবাৰ্তাত আৰু মিঠা ভাৱ আহিব৷ বাকপটু হোৱাৰ ফল পাব কেৰিয়াৰত৷ কেৰিয়াৰত নতুন উচ্চতা অৰ্জন কৰিব পাৰে৷ জীৱনত সুখ বৃদ্ধি পাব৷ এই সময় বৃষ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব৷

মিথুন ৰাশিৰ জাতকৰ জীৱনত কি প্ৰভাৱ?

মূলা নক্ষত্ৰত বুধৰ গোচৰত লাভৰ পথ খুলিব মিথুন ৰাশিৰ জাতকৰ বাবে৷ ব্যৱসায়িক দিশৰ পৰা বৃহৎ লাভৰ সম্ভাৱনা আছে৷ মিথুন ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব পাৰে৷ নতুন কেৰিয়াৰ আৰম্ভ কৰাৰ বাবে এয়া উপযুক্ত সময়৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে এই সময় ভাল৷ এই ৰাশিৰ জাতকৰ চাঞ্চল্য বাঢ়িব পাৰে৷

সিংহ ৰাশিৰ জাতকৰ জীৱনত কি প্ৰভাৱ?

কেতুৰ নক্ষত্ৰত বুধৰ গোচৰ সিংহ ৰাশিৰ জাতকৰ বাবে সুখবৰ কঢ়িয়াই আনিব৷ কৰ্মজীৱনত বৃহৎ সাফল্য অৰ্জন কৰিব পাৰে৷ ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে এই সময় ভাল৷ পুৰণি পৰিকল্পনা অনুসৰি কাম কৰিলে শুভ ফলাফল পাব৷ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ প্ৰিয় মানুহৰ সৈতে বেছি সময় কটাব৷ সম্পৰ্কৰ বন্ধন দৃঢ় হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
১০০০ ৰ বেছি পোৰ্ছে, ৮৫খন লেম্বৰগিনি আৰু বহুকেইটা মডেলৰ দামী দামী বাহন পৰি আছে আটলাণ্টিক মহাসাগৰৰ তলত, কিন্তু কিয়?

১০০০ ৰ বেছি পোৰ্ছে, ৮৫খন লেম্বৰগিনি আৰু বহুকেইটা মডেলৰ দামী দামী বাহন পৰি আছে আটলাণ্টিক মহাসাগৰৰ তলত, কিন্তু কিয়?

নতুন বছৰত শনিৰ কৃপা থাকিব ৪ৰাশিত, ২০২৬ত শনিৰ কৃপাত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?

নতুন বছৰত শনিৰ কৃপা থাকিব ৪ৰাশিত, ২০২৬ত শনিৰ কৃপাত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.