• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০০ ৰ বেছি পোৰ্ছে, ৮৫খন লেম্বৰগিনি আৰু বহুকেইটা মডেলৰ দামী দামী বাহন পৰি আছে আটলাণ্টিক মহাসাগৰৰ তলত, কিন্তু কিয়?

১০০০ ৰ বেছি পোৰ্ছে, ৮৫খন লেম্বৰগিনি আৰু বহুকেইটা মডেলৰ দামী দামী বাহন পৰি আছে আটলাণ্টিক মহাসাগৰৰ তলত, কিন্তু কিয়?

9 months ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

10 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

10 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

10 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

11 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

12 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

12 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

13 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

13 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

15 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

15 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

17 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০০ ৰ বেছি পোৰ্ছে, ৮৫খন লেম্বৰগিনি আৰু বহুকেইটা মডেলৰ দামী দামী বাহন পৰি আছে আটলাণ্টিক মহাসাগৰৰ তলত, কিন্তু কিয়?

১০০০ ৰ বেছি পোৰ্ছে, ৮৫খন লেম্বৰগিনি আৰু বহুকেইটা মডেলৰ দামী দামী বাহন পৰি আছে আটলাণ্টিক মহাসাগৰৰ তলত, কিন্তু কিয়?

editor by editor
November 20, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১০০০ ৰ বেছি পোৰ্ছে, ৮৫খন লেম্বৰগিনি আৰু বহুকেইটা মডেলৰ দামী দামী বাহন পৰি আছে আটলাণ্টিক মহাসাগৰৰ তলত, কিন্তু কিয়?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
টাইটানিকৰ কথা আমি প্ৰায় সকলোৱেই জানো৷ প্ৰকৃততে এয়া এক সলিলসমাধিৰ গল্প৷ সেই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছিল আটলাণ্টিক মহাসাগৰত৷ তেনেকৈ আন এক দুৰ্ঘটনাও ঘটিছে এই মহাসাগৰতেই৷ টাইটানিকৰ দৰেই সাগৰতলিত ডুব গৈছিল আন এখন জাহাজ৷ কিন্তু পাৰ্থক্য এটাই যে এই জাহাজ যাত্ৰীবাহী জাহাজ নহয়৷ এই জাহাজ পণ্য পৰিবহনকাৰী জাহাজহে আছিল৷ যাক পোছাকি ভাষাত কোৱা হয় কাৰ্গো৷ এই জাহাজে অৱশ্যে কোনো বৰফৰ টুকুৰাত ধাক্কা মৰা নাছিল৷ এই জাহাজ ডুবি গৈছিল জুই লগাৰ ফলত৷
১৬ ফেব্ৰুৱাৰী ২০২২ তাৰিখে আটলাণ্টিক মহাসাগৰ পাৰ হোৱাৰ সময়ত ফেলিচিটি এছ দুৰ্ঘটনাৰ কবলত পৰে৷ জাহাজখন জাৰ্মানিৰ এমডেনৰ পৰা আমেৰিকাৰ ডেভিছভিলৰ উদ্দেশ্যে বিলাসবহুল বাহন লৈ ৰাওনা হৈছিল৷ কিন্তু হঠাৎ জুই লগাৰ ফলত সকলোবোৰেই ওলট পালট হৈ পৰে৷ অনুমান কৰা হয় যে এয়া কোনো বৈদ্যুতিক বাহনৰ বেটেৰিৰ পৰাই এই জুইৰ সূত্ৰপাত৷ কিন্তু সত্যতা নিশ্চিত কৰা সম্ভৱপৰ হৈ নুঠিল৷ জাহাজখনে প্ৰায় এসপ্তাহ ধৰি আটলাণ্টিক মহাসাগৰত ভাঁহি আছিল৷
জাহাজৰ ভিতৰত বিভিন্ন দেশত অপেক্ষা কৰি থকা গ্ৰাহকৰ প্ৰায় ৪০০০ অত্যন্ত পাৰ্ছোনেলাইজড যানবাহন আছিল৷ এই আৰ্থিক ক্ষতিৰ পৰিমাণ আছিল ৩৩৫ ৰ পৰা ৪০০ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত এই ক্ষতি আছিল ২৯৬২-৩৫৩৭ কোটি টকা৷ ফেলিছিটি এছ ভক্সৱাগেন গ্ৰুপৰ অধীনত কেইবাখনো দামী ব্ৰেণ্ডৰ বাহনো আছিল এই ডুব যোৱা জাহাজত৷ এই বাহনসমূহৰ মাজত আছিল পোৰ্ছে, অডি, বেণ্টলি, লেম্বৰগিনি আৰু ভক্সৱাগন৷ এই বাহনসমূহৰ সকলো নতুন, বিশ্বজুৰি ক্ৰেতাসকলৰ দ্বাৰা বিশেষভাৱে অনুৰোধ কৰা বহু অত্যাধুনিক ফিচাৰ সমৃদ্ধ বাহন আছিল৷
এই বিশেষ বাহন কঢ়িওৱা জাহাজত জুই লগাৰ খবৰ পোৱাৰ সময়ত জাহাজখনত ঠিক ৩৯৬৫খন বাহন আছিল৷  ইয়াৰ মাজত আছিল ১৯৪৪ টা অডি বাহন, আৰু ১১১৭ খন পোৰ্ছে বাহন৷ জাহাজখনত ১৮৯ খন বেণ্টলি বাহন আৰু ৮৫খন লেম্বৰগিনি বাহনো আছিল৷ টপ গিয়েৰৰ এক প্ৰতিবেদনত ডুব যোৱা দুৰ্ভাগ্যজনক বাহনসমূহৰ মডেলসমূহৰ বিষয়েও উল্লেখ কৰা হৈছিল৷ ভক্সৱেগন বাহনৰ মাজত পাঁচখন ID.4 ইউনিট আছিল৷ যি পৰীক্ষামূলক বাহন হিচাপে চিহ্নিক আছিল আৰু তাৰে এখন টাইগো, যি পৰীক্ষাৰ বাবে লেবেলযুক্ত আছিল, এনে মডেল মাৰ্কিন যুক্তৰাষ্ট্ৰত বিক্ৰি নহয়৷
জাহাজখনত ৮৩খন ভক্সৱেগন গল্ফো আছিল, কোনো বাহনেই কিন্তু ভাঙিচিগি যোৱা নাই৷ জাহাজৰ সৈতে ডুবি যোৱাৰ বাহনৰ ভিতৰত পোৰ্ছে কাৰখানা নিৰ্ধাৰিত ইউনিটসমূহৰ এক বিস্তাৰিত তালিকাও পোৱা গৈছে৷ ব্ৰতিশ্লাভাৰ ১২৬ খন বাহন আছিল৷ যি সম্ভৱত ব্ৰতিশ্লাভা কাৰখানাত নিৰ্মিত কেয়েন মডেল৷ জাহাজখনত ২৩ খন জুফেনহাউছেনৰ ৮৫টা ইউনিটো বহন কৰা হৈছিল৷ যি ৭১৮, ৯১১ আৰু টাইকান লাইনৰ মাজত পৰে৷
জাহাজখনত বেণ্টলিৰ কেইবাখনো বাহন আছিল৷ তালিকাত তিনিখন বেণ্টলি কণ্টিনেণ্টেল ফ্লাইং স্পাৰ্ছ, ছয়খন বেণ্টলি কণ্টিনেণ্টেল জিটি আৰু ১২ খন বেণ্টলি কণ্টিনেণ্টেল জিটিছি আছিল৷ ইয়াৰোপৰি ১২খন বেণ্টলি বেণ্টেগাছো আছিল৷ নতুন বিলাসবহুল বাহনৰ ওপৰিও কেইবাখনো পুৰণি বাহনো এই জাহাজত আছিল৷ ইয়াৰ মাজত আছিল ২০১৫ চনৰ পোৰ্ছ কেয়েন, এখন ২০১৫ চনৰ ফৰ্ড মুস্তাং, এখন ২০১৪ চনৰ কিয়া ছোল আৰু এখন ২০১৮ চনৰ নিছান ভাৰ্ছা নোট৷ আটাইবোৰ বাহনসহিতে আটলাণ্টিকৰ তলদেশত প্ৰায় ৩৫০০ মিটাৰ গভীৰত এতিয়াও ডুব গৈ আছে এই জাহাজ৷ এই বাহনসমূহ সমগ্ৰ বিশ্বৰ ৰাস্তাত চলাৰ বাবে তৈয়াৰ কৰা হৈছিল৷ কিন্তু এতিয়া সমুদ্ৰৰ তলদেশত পৰি নিয়তিৰ পৰিহাসৰ কথা মনত পেলাই আছে এই জাহাজত থকা বাহনসমূহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
Next Post
নতুন বছৰত শনিৰ কৃপা থাকিব ৪ৰাশিত, ২০২৬ত শনিৰ কৃপাত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?

নতুন বছৰত শনিৰ কৃপা থাকিব ৪ৰাশিত, ২০২৬ত শনিৰ কৃপাত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?

চীনৰ পৰা ৮খন নতুন ছাবমেৰিন ক্ৰয় কৰিলে পাকিস্তানে, ভাৰতক ভয় দেখুওৱাৰেই প্ৰস্তুতি নেকি পাকিস্তানৰ?

চীনৰ পৰা ৮খন নতুন ছাবমেৰিন ক্ৰয় কৰিলে পাকিস্তানে, ভাৰতক ভয় দেখুওৱাৰেই প্ৰস্তুতি নেকি পাকিস্তানৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.