• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্ক জুকাৰবাৰ্গে প্ৰত্যাহ্বান জনাবলৈ সাঁজু হৈছে মাস্কক! এলনৰ ‘টুইটাৰ’ক টক্কৰ দিবলৈ সাঁজু জুকাৰবাৰ্গৰ ‘থ্ৰেডছ’

মাৰ্ক জুকাৰবাৰ্গে প্ৰত্যাহ্বান জনাবলৈ সাঁজু হৈছে মাস্কক! এলনৰ ‘টুইটাৰ’ক টক্কৰ দিবলৈ সাঁজু জুকাৰবাৰ্গৰ ‘থ্ৰেডছ’

3 years ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 minutes ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

45 minutes ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

1 hour ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

3 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

3 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

4 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

5 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

5 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

14 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

14 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

মাৰ্ক জুকাৰবাৰ্গে প্ৰত্যাহ্বান জনাবলৈ সাঁজু হৈছে মাস্কক! এলনৰ ‘টুইটাৰ’ক টক্কৰ দিবলৈ সাঁজু জুকাৰবাৰ্গৰ ‘থ্ৰেডছ’

editor by editor
July 7, 2023
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
মাৰ্ক জুকাৰবাৰ্গে প্ৰত্যাহ্বান জনাবলৈ সাঁজু হৈছে মাস্কক! এলনৰ ‘টুইটাৰ’ক টক্কৰ দিবলৈ সাঁজু জুকাৰবাৰ্গৰ ‘থ্ৰেডছ’
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফেছবুক, ইনষ্টাগ্ৰামৰ পাছতেই সামাজিক মাধ্যমত মেটাই মুকলি কৰিলে নতুন এপ ‘থ্ৰেডছ’৷ মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে জনোৱা অনুসৰি ‘থ্ৰেডছ’ সকলোৰে বাবেই মুকলি এটা প্লেটফৰ্ম হ’ব৷ থ্ৰেডছ মুকলিৰ লগে লগেই একাংশৰ মত, টুইটাৰক টক্কৰ দিবলৈকে থ্ৰেডছৰ জন্ম৷ নিয়মিতভাৱে যিসকলে টুইটাৰ ব্যৱহাৰ কৰে তেওঁলোক কিছু পৰিমানে অতিষ্ঠ হৈছে৷ টুইটাৰৰ সালসলনি, নতুন নতুন নিয়মক লৈ অতিষ্ঠ হৈছে বহু গ্ৰাহক৷ বহুতেই টুইটাৰ ব্যৱহাৰ কৰি বেয়া পোৱাও হৈছে৷ টুইটাৰক লৈ জনতা ক্ষোভিত হৈ থকাৰ মাজতেই মাৰ্ক জুকাৰবাৰ্গে জন্ম দিছে নতুন এটা প্লেটফৰ্ম৷

কি এই মেটা থ্ৰেডছ এপ?
মেটাৰ ইনষ্টাগ্ৰাম টিমেই থ্ৰেডছ এপ তৈয়াৰ কৰিছে৷ সেয়ে থ্ৰেডছ এপ ব্যৱহাৰ কৰিবলৈ হ’লে ইনষ্টাগ্ৰাম একাউণ্ট থকাটো প্ৰাথমিক চৰ্ত৷ এই এপত নিজা কোনো লেখা বা পোষ্ট শ্বেয়াৰ কৰাৰ ওপৰিও অইন ব্যৱহাৰকাৰীৰ সৈতে কথা পাতিবও পাৰিব৷ কিন্তু এই এপত কোনো লেখা দিবলৈ ৫০০ আখৰতকৈ বেছি লেখা দিব নোৱাৰিব৷ কেৱল লেখাই নহয়৷ বিভিন্ন লিংক, ফটো, ভিডিঅ’ও পোষ্ট কৰিব পাৰিব এই এপত৷ থ্ৰেডছ এপ যিহেতু ইনষ্টাগ্ৰাম লিংকৰ সৈতে যুক্ত সেয়ে মেটাৰ নিয়ম অনুসৰি থ্ৰেডছত শ্বেয়াৰ কৰা কোনো প’ষ্ট ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামতো ষ্টৰী হিচাপে দিব পাৰিব৷ ইয়াৰোপৰি ফেছবুক ইনষ্টাগ্ৰামৰ দৰে ইয়াত বন্ধুত্ব স্থাপনৰ সুবিধা থাকিব৷ গুগল প্লে ষ্টৰ আৰু এপল’ প্লে ষ্টৰত গৈ এই এপ ব্যৱহাৰকাৰীয়ে ইনষ্টল কৰিব পাৰিব৷ থ্ৰেডছ এপ ডাইনল’ড কৰিবলৈ কোনো ধনৰ প্ৰয়োজন নাই৷

কেনেকৈ ব্যৱহাৰ কৰিব এই এপ?
এই এপ ব্যৱহাৰ কৰা খুবেই সহজ৷ ইনষ্টাগ্ৰামত একাউণ্ট নাথাকিলে পূৰ্বে এটা ইনষ্টাগ্ৰাম একাউণ্ট খোলক৷ থ্ৰেডছ ছাইন ইন কৰিবলৈ ইনষ্টাগ্ৰাম একাউণ্টৰ প্ৰয়োজন৷ থ্ৰেডছত কৰা পোষ্ট কোনে কোনে দেখিব বা চাব পাৰিব সেয়াও ব্যৱহাৰকাৰীগৰাকীয়ে নিজেই নিয়ন্ত্ৰণ কৰিব পাৰিব৷ কোনো ব্যক্তিক ইচ্ছা কৰিলে আনফ’ল বা ৰিপোৰ্ট আদিও কৰিব পাৰিব৷ ইনষ্টাগ্ৰাম একাউণ্ট বন্ধ কৰিলে কিন্তু থ্ৰেডছৰ একাউণ্টো বন্ধ হৈ পৰিব৷ থ্ৰেডছ এপ মুকলিৰ লগে লগেই প্ৰায় ৫০ লাখতকৈয়ো বেছি লোকে যোগদান কৰিছে৷ মুকলিৰ ৬ঘণ্টাৰ ভিতৰত কেইবাকোটি লোকে থ্ৰেডছত একাউণ্ট খোলা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!
বিনোদন

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ
প্ৰযুক্তি

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

March 23, 2026
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

March 23, 2026
Next Post
‘মই এতিয়া ভাৰতীয়, মই হিন্দু’ জে’লৰ পৰা ওলায়েই পাক বোৱাৰীয়ে ক’লে মই প্ৰেমৰ বাবেই ভাৰতীয়

'মই এতিয়া ভাৰতীয়, মই হিন্দু’ জে’লৰ পৰা ওলায়েই পাক বোৱাৰীয়ে ক’লে মই প্ৰেমৰ বাবেই ভাৰতীয়

দলিত যুৱকক অত্যাচাৰ! মধ্যপ্ৰদেশৰ পাছতেই উত্তৰপ্ৰদেশৰ ঘটনাক লৈ দেশজুৰি চৰ্চা

দলিত যুৱকক অত্যাচাৰ! মধ্যপ্ৰদেশৰ পাছতেই উত্তৰপ্ৰদেশৰ ঘটনাক লৈ দেশজুৰি চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.