• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা সময়ত কণ্ঠৰ বাবে হাঁহি উৰাইছিল সকলোৱে, আজিৰ দিনত একোটা অনুষ্ঠানৰ বাবদ লয় কোটি কোটি

এটা সময়ত কণ্ঠৰ বাবে হাঁহি উৰাইছিল সকলোৱে, আজিৰ দিনত একোটা অনুষ্ঠানৰ বাবদ লয় কোটি কোটি

1 year ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

22 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

41 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

1 hour ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এটা সময়ত কণ্ঠৰ বাবে হাঁহি উৰাইছিল সকলোৱে, আজিৰ দিনত একোটা অনুষ্ঠানৰ বাবদ লয় কোটি কোটি

editor by editor
June 10, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত
0
এটা সময়ত কণ্ঠৰ বাবে হাঁহি উৰাইছিল সকলোৱে, আজিৰ দিনত একোটা অনুষ্ঠানৰ বাবদ লয় কোটি কোটি
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা সময়ত কণ্ঠৰ বাবে হাঁহি উৰাইছিল সকলোৱে, আজিৰ দিনত একোটা অনুষ্ঠানৰ বাবদ লয় কোটি কোটি

আজি বলীউডৰ অন্যতম জনপ্ৰিয় তথা হিট গানৰ গ্যাৰাণ্টি মিকা সিঙৰ জন্মদিন। আজি ৪৮ বছৰ বয়সত ভৰি দিলে গায়ক গৰাকীয়ে। ১৯৭৭ চনৰ ১০ জুন তাৰিখে পশ্চিমবংগৰ দুৰ্গাপুৰত জন্মগ্ৰহণ কৰিছিল মিকাই।

আজি ৪৮ সংখ্যক জন্মদিন উদযাপন কৰা মিকাই বলীউডৰ গীতৰ লগতে পাঞ্জাবী গীতেৰে অনুৰাগীৰ মাজত সুনাম অৰ্জন কৰিছে। বছৰ বছৰ ধৰি সংগীত জগতত শাসন কৰি অহা মিকাৰ ককায়েকো এগৰাকী জনপ্ৰিয় গায়ক, তেখেত দিলেৰ মেহেন্দী।

আজিৰ তাৰিখত মিকা এটি সু-পৰিচিত নাম যদিও এটা সময়ত দিলেৰ মেহেন্দীৰ ভাতৃ মিকাৰ কণ্ঠৰ বাবে বহুতেই লৈ ঠাট্টা কৰিছিল। এগৰাকী জনপ্ৰিয় গায়কৰ ভাতৃৰ কণ্ঠ গানৰ বাবে নহয় বুলি উল্লেখ কৰিছিল বহুতে। ককায়েক দিলেৰ মেহেন্দীৰ সৈতে তুলনা কৰি হেয় প্ৰতিপন্ন কৰিছিল মিকাৰ।

যাৰ বাবে বলীউডত নাম থকা ককায়েক থকাৰ পাছতো আন শিল্পীৰ দৰে মিকা সিঙেও জীৱনত বহু সংগ্ৰামৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। যি কণ্ঠৰ বাবে মিকা হাঁহিয়াতৰ পাত্ৰ হৈছিল, সেই মিকাৰ আজিৰ তাৰিখত নিজৰ ব্যতিক্ৰম কণ্ঠৰ বাবে তেওঁৰ লাখ লাখ অনুৰাগী।

‘সাৱন মেই লগা গই আগ’, ‘আজ কি পাৰ্টি’, ‘মৌজা হী মৌজা’, ‘ধিং চিকা’, সুবাহ হ’নে না দে’, ‘আপকা ক্যা হোগা’ আদি বিখ্যাত গীতক কণ্ঠদান কৰা মিকাই আজিৰ তাৰিখত একোটা গীতৰ বাবদ লয় ১০ৰ পৰা ১৩ লাখ টকা পৰ্যন্ত। আনহাতে একোখন অনুষ্ঠান বা একোটা শ্ব’ৰ বাবদ লয় কোটিৰ ঘৰত টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: birthdayBollywoodbollywood singerMika SinghStruggle Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
Next Post
গুৱাহাটীৰ পৰা অনলাইন অৰ্ডাৰ কৰিছিল ঘটনাত ব্যৱহৃত সঁজুলি, পত্নী সোনমেই খাৱৈত ঢকিয়াই দিছিল ৰাজক

গুৱাহাটীৰ পৰা অনলাইন অৰ্ডাৰ কৰিছিল ঘটনাত ব্যৱহৃত সঁজুলি, পত্নী সোনমেই খাৱৈত ঢকিয়াই দিছিল ৰাজক

ধোনীলৈ ক্ৰিকেট জগতৰ সৰ্বোচ্চ সন্মান, ভাৰতৰ ১১ সংখ্যক খেলুৱৈ হিচাপে লাভ কৰিলে- ICC Hall of Fame

ধোনীলৈ ক্ৰিকেট জগতৰ সৰ্বোচ্চ সন্মান, ভাৰতৰ ১১ সংখ্যক খেলুৱৈ হিচাপে লাভ কৰিলে- ICC Hall of Fame

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.