• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন মন্ত্ৰীক কি দপ্তৰ?

কোন মন্ত্ৰীক কি দপ্তৰ?

5 years ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

41 seconds ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

57 minutes ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

2 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

2 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

3 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

3 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

20 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

21 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

22 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

22 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

23 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কোন মন্ত্ৰীক কি দপ্তৰ?

editor by editor
May 11, 2021
in অসম, ভাৰত, ৰাজনীতি
0
কোন মন্ত্ৰীক কি দপ্তৰ?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ্যত পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে সোমবাৰে শপত ল’লে ড০ হিমন্ত বিশ্ব শর্মাই। নতুন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে শপত ল’লে ১৩ জনকৈ মন্ত্ৰীয়ে। পিছে কোন মন্ত্ৰীক দিয়া হ’ব কি দপ্তৰ? ‘অসম লাইভ ২৪’ৰ হাতত আহি পৰিছে exclusive তথ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ হাততে থাকিব গৃহ, sad, gad, বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, উচ্চ শিক্ষা, নির্বাচন, bad আৰু আন বিতৰণ নোহোৱা দপ্তৰসমূহ। ৰঞ্জিত কুমাৰ দাসক দিয়া হ’ব লোকনির্মাণ, খাদ্য আৰু অসামৰিক যোগান, সংসদীয় পৰিক্ৰমা দপ্তৰ। আনহাতে অতুল বৰাক দিয়া হ’ব কৃষি আৰু পশু কল্যাণ দপ্তৰ। একেদৰে ইউ জি ব্ৰহ্মক দিয়া হ’ব সমাজ কল্যাণ আৰু ভৈয়াম জনজাতি উন্নয় দপ্তৰ। বন আৰু পর্যটন, আবকাৰী দপ্তৰ দিয়া হ’ব পৰিমল শুক্লবৈদ্যক। পৰিবহণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰ থাকিব চন্দ্ৰ মোহন পাটোৱাৰীৰ হাতত। কেশৱ মহন্তক দিয়া হ’ব ভূমি সংৰক্ষণ আৰু জলসম্পদ দপ্তৰ। একেদৰে সঞ্জয় কিষাণক দিয়া হ’ব শ্ৰম উন্নয়ন, চাহ জনজাতি উন্নয়ন দপ্তৰ। জনস্বাস্থ্য কাৰিকৰী আৰু তথ্য জনসংযোগ দপ্তৰ দিয়া হ’ব যোগেন মহনক। অজন্তা নেওগক দিয়া হ’ব গড়কাপ্টানি আৰু ছপাশাল দপ্তৰ। অশোক সিংঘালক দিয়া হ’ব শক্তি, বাণিজ্য আৰু উদ্যোগ দপ্তৰ। একেদৰে হিমন্ত বিশ্ব শর্মাৰ ঘনিষ্ঠ পীয়ূষ হাজৰিকাক দিয়া হ’ব জলসিঞ্চন, প্ৰাথমিক শিক্ষা আৰু যুৱ কল্যাণ দপ্তৰ। বিমল বৰাক দিয়া হ’ব নগৰ উন্নয়ন, ৰাজহ আৰু প্ৰশমন দপ্তৰ। ইতিমধ্যে এই তালিকা সোমবাৰে নিশাই প্ৰেৰণ কৰা হৈছে বিজেপিৰ হাইকমাণ্ডলৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam governmentassam live 24axom live 24cabinet ministershimanta biswa sarmaministers portfolio
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
Next Post
চেলিব্ৰিটীয়ে ক’লেহে GMCHত ICU বেড পায় কোভিড আক্ৰান্তই

চেলিব্ৰিটীয়ে ক’লেহে GMCHত ICU বেড পায় কোভিড আক্ৰান্তই

এটি মৰম লগা দেৱশিশুৰ কাহিনী

এটি মৰম লগা দেৱশিশুৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.