• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান

12 months ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

31 minutes ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

41 minutes ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

54 minutes ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 hour ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

2 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

12 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

13 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

15 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

16 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান

editor by editor
March 31, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান
0
SHARES
549
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান

মুম্বাই বিমান বন্দৰত উদ্ধাৰ হোৱা এটি সদ্যোজাতৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিমান বন্দৰৰ শৌচালয়ৰ ডাষ্টবিনৰ পৰা চাফাই কৰ্মীয়ে উদ্ধৰা কৰে সদ্যোজাতৰ নিথৰ দেহ। যাৰ পাছতে তোলপাৰ লাগি যায় সকলোফালে।

লগে লগে বিমান বন্দৰৰ আৰক্ষীকো ঘটনা সন্দৰ্ভত খবৰ কৰা হয়। আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰে। সেই তদন্ততে পোহৰলৈ আহে সন্তানটিৰ মাতৃৰ পৰিচয়। এগৰাকী ১৬ বছৰীয়া কিশোৰী সেই সন্তানৰ মাতৃ।

চিচি টিভি কেমেৰাত আৱদ্ধ হয় কিশোৰী আৰু কিশোৰীৰ মাতৃৰ চেহেৰা। তাৰ পাচতে বিমানৰ টিকটৰ পৰা জানিব পৰা যায় দুয়োৰে পৰিচয়। মুম্বাইৰ পৰা ৰাঁচীলৈ গৈছিল দুয়ো মাতৃ-কন্যা।

আৰক্ষীয়ে দুয়োকে ধৰা পেলোৱাৰ পছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰী গৰ্ভৱতী হোৱাৰ বাবে অভিযুক্তৰ বিৰুদ্ধে POCSO আইনৰ আধাৰত গোচৰো ৰুজু কৰা হৈছে। আনহাতে কিশোৰীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি, সেই সন্তান জন্মৰ পাছত এৰি যোৱা নহয়, সেয়া মিছকেৰেজ।

৭ মাহৰ গৰ্ভৱতী আছিল কিশোৰী। ৰাঁচীত কোনো পৰিয়ালৰ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে যাব বিচাৰিছিল, কিন্তু দুৰ্ঘটনাবশতঃ কিশোৰী পৰি গৈ দুখ পোৱা বাবে ৰেল যাত্ৰা বাৰণ কৰি বিমানেৰে ৰাঁচীলৈ যাত্ৰা কৰে। কিন্তু যাত্ৰাৰ পূৰ্বে বিমান বন্দৰতে প্ৰসৱ আৰম্ভ হয় কিশোৰীৰ।

চিচি কেমেৰাতো ধৰা পৰিছে বিমানত উঠাৰ পূৰ্বে ছটফটাই ইফাল সিফাল কৰি আছিল কিশোৰী। তাৰ পাছত মহিলাৰ শৌচালয়ত প্ৰৱেশ মাতৃৰ সৈতে। আৰু শৌচালয়ৰ পৰাই কিছু সময় পাছত কাপোৰ সলাই ওলাই আহে কিশোৰী।

মাতৃয়ে দিয়া ভাষ্য অনুসৰি, সেয়া মিছকেৰেজ। সেয়া সন্তান জীৱিত নাছিল, বৰঞ্চ সেয়া ভ্ৰুণ আছিল। সেয়ে ডাষ্টবিনত পেলাই দিয়ে। আৰক্ষীয়ে এতিয়া মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিছে। সেই ফলাফত হে জানিব পৰা যাব সেই সন্তান ভ্ৰুণ আছিল নে জন্মতে মৃত আছিল নেকি!

আৰক্ষীয়ে বৰ্তমানে দুয়ো মাতৃ-কিশোৰীৰে থানাত ভাষ্য সংগ্ৰহ কৰি নটিছ দি যাবলৈ দিয়ে। আনহাতে নিজে তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: airportmumbaiMumbai Airport
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

March 19, 2026
Next Post
সূৰ্য্যৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশ, ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য, লাভ কৰিব আৱদ্ধ হৈ থকা ধন

শোকাৱহ, দুটাকৈ ফটকাৰ ফেক্টৰীত জুই লাগি নিহত ২০ৰো অধিক লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন