• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান

মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান

2 years ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

2 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

2 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

2 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

3 hours ago
‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

3 hours ago
চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

4 hours ago
দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

5 hours ago
অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

5 hours ago
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

6 hours ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

7 hours ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

8 hours ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান

editor by editor
March 31, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান
0
SHARES
553
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাই বিমান বন্দৰৰ ডাষ্টবিনত উদ্ধাৰ সদ্যো** , ৪ দিনৰ পাছত ওলাল মাতৃৰ সন্ধান

মুম্বাই বিমান বন্দৰত উদ্ধাৰ হোৱা এটি সদ্যোজাতৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিমান বন্দৰৰ শৌচালয়ৰ ডাষ্টবিনৰ পৰা চাফাই কৰ্মীয়ে উদ্ধৰা কৰে সদ্যোজাতৰ নিথৰ দেহ। যাৰ পাছতে তোলপাৰ লাগি যায় সকলোফালে।

লগে লগে বিমান বন্দৰৰ আৰক্ষীকো ঘটনা সন্দৰ্ভত খবৰ কৰা হয়। আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰে। সেই তদন্ততে পোহৰলৈ আহে সন্তানটিৰ মাতৃৰ পৰিচয়। এগৰাকী ১৬ বছৰীয়া কিশোৰী সেই সন্তানৰ মাতৃ।

চিচি টিভি কেমেৰাত আৱদ্ধ হয় কিশোৰী আৰু কিশোৰীৰ মাতৃৰ চেহেৰা। তাৰ পাচতে বিমানৰ টিকটৰ পৰা জানিব পৰা যায় দুয়োৰে পৰিচয়। মুম্বাইৰ পৰা ৰাঁচীলৈ গৈছিল দুয়ো মাতৃ-কন্যা।

আৰক্ষীয়ে দুয়োকে ধৰা পেলোৱাৰ পছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰী গৰ্ভৱতী হোৱাৰ বাবে অভিযুক্তৰ বিৰুদ্ধে POCSO আইনৰ আধাৰত গোচৰো ৰুজু কৰা হৈছে। আনহাতে কিশোৰীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি, সেই সন্তান জন্মৰ পাছত এৰি যোৱা নহয়, সেয়া মিছকেৰেজ।

৭ মাহৰ গৰ্ভৱতী আছিল কিশোৰী। ৰাঁচীত কোনো পৰিয়ালৰ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে যাব বিচাৰিছিল, কিন্তু দুৰ্ঘটনাবশতঃ কিশোৰী পৰি গৈ দুখ পোৱা বাবে ৰেল যাত্ৰা বাৰণ কৰি বিমানেৰে ৰাঁচীলৈ যাত্ৰা কৰে। কিন্তু যাত্ৰাৰ পূৰ্বে বিমান বন্দৰতে প্ৰসৱ আৰম্ভ হয় কিশোৰীৰ।

চিচি কেমেৰাতো ধৰা পৰিছে বিমানত উঠাৰ পূৰ্বে ছটফটাই ইফাল সিফাল কৰি আছিল কিশোৰী। তাৰ পাছত মহিলাৰ শৌচালয়ত প্ৰৱেশ মাতৃৰ সৈতে। আৰু শৌচালয়ৰ পৰাই কিছু সময় পাছত কাপোৰ সলাই ওলাই আহে কিশোৰী।

মাতৃয়ে দিয়া ভাষ্য অনুসৰি, সেয়া মিছকেৰেজ। সেয়া সন্তান জীৱিত নাছিল, বৰঞ্চ সেয়া ভ্ৰুণ আছিল। সেয়ে ডাষ্টবিনত পেলাই দিয়ে। আৰক্ষীয়ে এতিয়া মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিছে। সেই ফলাফত হে জানিব পৰা যাব সেই সন্তান ভ্ৰুণ আছিল নে জন্মতে মৃত আছিল নেকি!

আৰক্ষীয়ে বৰ্তমানে দুয়ো মাতৃ-কিশোৰীৰে থানাত ভাষ্য সংগ্ৰহ কৰি নটিছ দি যাবলৈ দিয়ে। আনহাতে নিজে তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: airportmumbaiMumbai Airport
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 25, 2026
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ
বিনোদন

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

October 25, 2026
চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?
জীৱনশৈলী

চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

October 25, 2026
দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ
ভাৰত

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

October 25, 2026
Next Post
সূৰ্য্যৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশ, ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য, লাভ কৰিব আৱদ্ধ হৈ থকা ধন

সূৰ্য্যৰ ৰেৱতী নক্ষত্ৰত প্ৰৱেশ, ৩ ৰাশিৰ জিলিকি উঠিব ভাগ্য, লাভ কৰিব আৱদ্ধ হৈ থকা ধন

শোকাৱহ, দুটাকৈ ফটকাৰ ফেক্টৰীত জুই লাগি নিহত ২০ৰো অধিক লোক

শোকাৱহ, দুটাকৈ ফটকাৰ ফেক্টৰীত জুই লাগি নিহত ২০ৰো অধিক লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.