• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰফৰ মাজত পৰিছে ধ্বংসাৱশেষ, বাচি থকা নাই এজনো যাত্ৰী, নিখোঁজ বিমানখন ক’ত পোৱা গৈছে?

বৰফৰ মাজত পৰিছে ধ্বংসাৱশেষ, বাচি থকা নাই এজনো যাত্ৰী, নিখোঁজ বিমানখন ক’ত পোৱা গৈছে?

1 year ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

11 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

11 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

12 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

12 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

13 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

14 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

15 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

16 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

17 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

18 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

18 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৰফৰ মাজত পৰিছে ধ্বংসাৱশেষ, বাচি থকা নাই এজনো যাত্ৰী, নিখোঁজ বিমানখন ক’ত পোৱা গৈছে?

বৰফৰ মাজত পৰিছে ধ্বংসাৱশেষ, বাচি থকা নাই এজনো যাত্ৰী, নিখোঁজ বিমানখন ক’ত পোৱা গৈছে?

editor by editor
February 8, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
বৰফৰ মাজত পৰিছে ধ্বংসাৱশেষ, বাচি থকা নাই এজনো যাত্ৰী, নিখোঁজ বিমানখন ক’ত পোৱা গৈছে?
0
SHARES
383
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজ আকাশৰ পৰা নিখোঁজ হৈছিল এখন যাত্ৰীবাহী বিমান৷ অৱশেষত আলাস্কাৰ বৰফৰ স্তূপৰ মাজত পোৱা গৈছে সেই বিমানৰ ধ্বংসাৱশেষ৷ ৯ জন যাত্ৰী আৰু এজন পাইলটক লৈ উৰা মাৰিছিল বিমানখন৷ সেই হেৰুওৱা বিমানৰ সন্ধান অৱশেষত লাভ কৰিলে আমেৰিকাৰ উপকূল ৰক্ষী বাহিনীয়ে৷ ১০ জনৰ কোনো এজনো বাছি থকা নাই বুলিও জনাইছে সেনাৰ দলটোৱে৷ বিমানৰ ধ্বংসস্তূপৰ পৰা দেহ উদ্ধাৰৰ কাম অব্যাহত ৰখাৰ খবৰ প্ৰকাশ কৰিছে আন্তৰাষ্ট্ৰীয় এক সংবাদমাধ্যমে৷

বৃহস্পতিবাৰে দুপৰীয়া ১০ জন যাত্ৰীক লৈ আকাশলৈ উৰা মাৰিছিল Bering Air Passanger বিমানখন৷ ইয়ুনালাকলিটৰ পৰা নোমলৈ গৈছিল বিমানখন৷ আকাশলৈ উৰা মৰাৰ পাছতেই হঠাৎ বিপত্তিয়ে দেখা দিয়ে৷ মাটিৰ পৰা ক্ৰমশ উচ্চতা বাঢ়িছিল বিমানখনৰ একেলগে কমি গৈ আছিল গতিও৷ ইয়াৰপাছতেই বিমানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ যায়৷ সেয়া সেই বিমানেই শেষত আলাস্কাত ভাঙি পৰিছে বুলি জনা গৈছে৷

https://x.com/USCGAlaska/status/1888023010877260283

বিমানখন বিচাৰি লগে লগেই আৰম্ভ হৈছিল অভিযান৷ কিন্তু ঘন কুঁৱলী, তীব্ৰ ঠাণ্ডা আৰু তুষাৰপাতৰ বাবে ব্যাহত হয় উদ্ধাৰকাৰ্য৷ আমেৰিকাৰ উপকূলৰক্ষী বাহিনীয়ে আকাশীপথেৰে নজৰদাৰী চলায়৷ ইয়াৰপাছতেই নেশ্ব্যনেল গাৰ্ড আৰু উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰে বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে৷

আলাস্কাৰ নোম চহৰৰ ৫৫ কিঃমিঃ দক্ষিণ পূবত বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছে৷ Bering Air Passanger Cessna 208B Grand Caravan বিমানখনত যাত্ৰা কৰা প্ৰায়সংখ্যক যাত্ৰীয়েই প্ৰাপ্তবয়স্ক আছিল৷ বিমানৰ ধ্বংসাৱশেষৰ অংশ পোৱাৰ পাছতেই উদ্ধাৰ হৈছে তিনিজনৰ দেহ৷ বাকী ৭গৰাকীৰ দেহ বাতৰি প্ৰকাশৰ সময়লৈকে উদ্ধাৰ হোৱা নাই৷ আমেৰিকাৰ উপকূলৰক্ষী বাহিনীয়ে জনাইছে যে বিমানখনত যাত্ৰা কৰা প্ৰত্যেকজনৰেই মৃত্যু হৈছে৷ তেওঁলোকৰ পৰিয়ালকো ইতিমধ্যে খবৰ দিয়া হৈছে৷

এই ঘটনাত শোক প্ৰকাশ কৰিছে আলাস্কাৰ গভৰ্নৰ মাইক ডানলেভিয়ে৷ এই দুৰ্ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক বুলি জনাইছে তেওঁ৷ এই ঘটনাত দেশৰ বিমান পৰিবহন ব্যৱস্থাত কিছু খেলিমেলি থকাৰো অভিযোগ উঠিছে৷ কাৰণ বিগত সপ্তাহতেই দুখন বিমান দুৰ্ঘটনাত পতিত হৈছে৷ আনকি কিছুদিন পূৰ্বে তাতেই মাজ আকাশত যাত্ৰীবাহী বিমানৰ সৈতে সেনাৰ হেলিকপ্টাৰ ধাক্কা লগা ঘটনাও ঘটিছে৷ তাতেই ৬৭ জনৰ মৃত্যু হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post
দিল্লীৰ উন্নয়নৰ গেৰাণ্টি দিছো, উন্নত ভাৰত গঠনত দিল্লীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ PM মোদী

দিল্লীৰ উন্নয়নৰ গেৰাণ্টি দিছো, উন্নত ভাৰত গঠনত দিল্লীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ PM মোদী

মোদীয়ে দিব ২০০০ টকা! সাজু হওক, ২৪ ফেব্ৰুৱাৰীলৈ, একাউণ্টত সোমাব ১৯ নম্বৰ কিস্তিৰ ধন

মোদীয়ে দিব ২০০০ টকা! সাজু হওক, ২৪ ফেব্ৰুৱাৰীলৈ, একাউণ্টত সোমাব ১৯ নম্বৰ কিস্তিৰ ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.