• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদীয়ে দিব ২০০০ টকা! সাজু হওক, ২৪ ফেব্ৰুৱাৰীলৈ, একাউণ্টত সোমাব ১৯ নম্বৰ কিস্তিৰ ধন

1 year ago
বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

4 minutes ago
বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

44 minutes ago
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

1 hour ago
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

2 hours ago
কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

3 hours ago
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

4 hours ago
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

5 hours ago
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

6 hours ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোদীয়ে দিব ২০০০ টকা! সাজু হওক, ২৪ ফেব্ৰুৱাৰীলৈ, একাউণ্টত সোমাব ১৯ নম্বৰ কিস্তিৰ ধন

মোদীয়ে দিব ২০০০ টকা! সাজু হওক, ২৪ ফেব্ৰুৱাৰীলৈ, একাউণ্টত সোমাব ১৯ নম্বৰ কিস্তিৰ ধন

editor by editor
February 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মোদীয়ে দিব ২০০০ টকা! সাজু হওক, ২৪ ফেব্ৰুৱাৰীলৈ, একাউণ্টত সোমাব ১৯ নম্বৰ কিস্তিৰ ধন
0
SHARES
585
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী কিষাণ যোজনাত যি সমস্ত কৃষকৰ নাম নথিভুক্ত আছে তেওঁলোকে শীঘ্ৰেই পাব ২০০০ টকা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোজনাৰ ১৯ তম কিস্তিৰ টকা আৰু কিছুদিনৰ ভিতৰতেই একাউণ্টত সোমোৱাই দিব বুলি জনা গৈছে৷ কিছুদিন পূৰ্বে ১৮ নম্বৰ কিস্তিৰ টকা লাভ কৰিছে কৃষকে৷ সংবাদসূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে জনাইছে যে, আগন্তুক ২৪ ফেব্ৰুৱাৰীত মোদীয়ে অসম ভ্ৰমণলৈ আহিব আৰু ইয়াৰপৰাই চুইছ টিপি দেশৰ কৃষকৰ একাউণ্টত সোমোৱাই দিব৷

E-KYC সোনকালে কৰক

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ এই কিস্তিৰ টকা পাবলৈ হ’লে নথিভুক্ত ব্যক্তিসকলে অৱশ্যেই E-KYC কৰিব লাগিব৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মাননিধি যোজনাৰ টকা পাবলৈ এই কাম অৱশ্যেই কৰিব লাগিব৷ ইয়াৰ পূৰ্বে ১৫ অক্টোবৰ ২০২৪ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোজনাৰ ১৮তম কিস্তিৰ টকা সোমোৱাই দিছিল কৃষকৰ একাউণ্টত৷ ইয়াৰপাছতেই সম্ভৱত ফেব্ৰুৱাৰী মাহত আকৌ নতুন কিস্তিৰ টকা পাব কৃষকসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?
অসম

May 4, 2026
বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ
অসম

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান! বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

May 4, 2026
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?
বাণিজ্য

তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

May 4, 2026
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!
বিনোদন

Next Post
ফেব্ৰুৱাৰীত চাৰি গ্ৰহৰ স্থান সলনি! সৌভাগ্যৰ দুৱাৰ খোল খাব ৫ৰাশিৰ, বাঢ়িব ধন

ৰতন টাটাৰ ৫০০ কোটিৰ সম্পদ পাইছে এই ব্যক্তিয়ে, কিন্তু কিয় টাটাই দিলে ৫০০ কোটিৰ সম্পদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন