• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

3 weeks ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

3 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

3 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

4 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

5 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

5 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

6 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

6 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

7 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

7 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

8 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

8 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

নিৰাপত্তাহীনতাত বিনিদ্ৰ ৰজনী

editor by editor
September 15, 2026
in অপৰাধ, অসম, লেখা
0
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰপেটা চহৰৰ সমীপৱৰ্তী বাঁহমূৰা গাঁৱত সংঘটিত এক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, গাঁওখনত বসবাস কৰা এটা হিন্দু বাঙালী পৰিয়ালক একাংশ মিঞাই দলবদ্ধভাৱে আক্ৰমণ কৰে। মাটি খননত বাধা দিয়াক কেন্দ্ৰ কৰিয়েই এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি পৰিয়ালটোৱে অভিযোগ কৰিছে। অভিযোগ অনুসৰি, বাঁহমূৰা গাঁৱৰ বাসিন্দা বুদ্ধেশ্বৰ মজুমদাৰৰ পৰিয়ালৰ মাটিত মেচিনেৰে মাটি খনন কৰিবলৈ চেষ্টা কৰা হৈছিল। এই কামত বাধা দিয়াৰ পাছতে পৰিয়ালটোৰ ওপৰত আক্ৰমণ চলোৱা হয়। আক্ৰমণত বুদ্ধেশ্বৰ মজুমদাৰৰ লগতে গোবিন্দ মজুমদাৰ, শান্তি মজুমদাৰ আৰু ধনঞ্জয় মজুমদাৰ আহত হয় বুলি জানিব পৰা গৈছে।

পৰিয়ালটোৰ অভিযোগ অনুসৰি, মিঞা আক্ৰমণকাৰীসকলে তেওঁলোকক হ*ত্যা আৰু ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ ভাবুকিও দিয়ে। ঘটনাৰ পাছৰে পৰা পৰিয়ালটোৱে নিজৰ মাটি-পথাৰলৈ যাবলৈও ভয় কৰা বুলি জানিব পৰা গৈছে। আনকি নিশাৰ ভাগত ওচৰৰ হিন্দু গাঁৱৰ একাংশ লোকে পৰিয়ালটোৰ ঘৰত পহৰা দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি পৰিয়ালটোৱে দাবী কৰিছে।

ঘটনাটোৰ সৈতে ৰাঙাপানী গাঁৱৰ ছহিদুল হক, মজনু, বাহাৰুল, ছাহানুৰ, জিন্নাতুল, আব্দুল জলিল আদিৰ নাম জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় ১০ জনীয়া এটা মিঞাৰ দল আক্ৰমণত জড়িত আছিল বুলি পৰিয়ালটোৱে অভিযোগ কৰিছে। ইফালে, বাঁহমূৰা আৰু ৰাঙাপানী গাঁৱৰ মাজেৰে বৈ যোৱা চাউলখোৱা নদীৰ খহনীয়াৰ ফলত ইতিমধ্যে পৰিয়ালটোৰ বহু মাটি নদীত জাহ গৈছে। নদীৰ পাৰত মেচিনেৰে মাটি খনন কৰাৰ ফলত খহনীয়া অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰি পৰিয়ালটোৱে সংশ্লিষ্ট বিভাগক অভিযোগ দিছিল। সেই অভিযোগৰ পাছতেই তেওঁলোকৰ ওপৰত আক্ৰমণ আৰু ভাবুকি অহা বুলি পৰিয়ালটোৱে দাবী কৰিছে।

ঘটনাৰ পাছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তসকলৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীয়ে মেটেকাৰ মাজত লুকাই থকা অৱস্থাৰ পৰা ছহিদুল হক, আব্দুল জলিল আৰু হাছেম খান নামৰ তিনিজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। আন চাৰিজন অভিযুক্তৰ সন্ধানতো আৰক্ষীৰ অভিযান অব্যাহত আছে। ইতিমধ্যে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পাছতো পৰিয়ালটোৱে নিৰাপত্তাহীনতাত ভুগি থকা বুলি দাবী কৰিছে। নিজৰ ঘৰ আৰু সম্পত্তি ৰক্ষা কৰাৰ লগতে জীৱন সুৰক্ষাৰ বাবে পৰিয়ালটোৱে মুখ্যমন্ত্ৰীৰ ওচৰতো সহায় বিচাৰিছে।

এতিয়া আৰক্ষীৰ তদন্তত ঘটনাটোৰ প্ৰকৃত কাৰণ কি আছিল, আক্ৰমণত কোন কোন লোক জড়িত আছিল আৰু মাটি খননৰ বিষয়টোৰ সৈতে ঘটনাটোৰ সম্পৰ্ক কিমান, সেয়া স্পষ্ট হ’ব। পৰিয়ালটোৱে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক নিৰাপত্তা প্ৰদানৰ দাবী জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24mob attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ'ব সাৱধান? জানক দৈনিক ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.