• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ কৃত্ৰিম উপগ্ৰহৰ সৈতে মহাকাশলৈ মোদীৰ ফটো

এইবাৰ কৃত্ৰিম উপগ্ৰহৰ সৈতে মহাকাশলৈ মোদীৰ ফটো

6 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

5 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

6 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

6 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

7 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

7 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

8 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

9 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

10 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

11 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

11 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

এইবাৰ কৃত্ৰিম উপগ্ৰহৰ সৈতে মহাকাশলৈ মোদীৰ ফটো

editor by editor
February 15, 2021
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, ভাৰত
0
এইবাৰ কৃত্ৰিম উপগ্ৰহৰ সৈতে মহাকাশলৈ মোদীৰ ফটো
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চলিত বছৰৰ ফেব্ৰুৱাৰীৰ শেষৰ ফালে ভাৰতৰ প্ৰথমখন ব্যক্তিগতখণ্ডৰ কৃত্ৰিম উপগ্ৰহ ‘সতীশ ধৱন’ (Satish Dhawan) উৰণৰ বাবে সাজু হৈ উঠিব। নেনো উপগ্ৰহ সতীশ ধৱনে নিজৰ সৈতে লৈ যাব শ্ৰীভগৱত গীতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো, য’ত তেওঁৰ নাম লিখা থাকিব। মোদীৰ সৈতে আৰু অন্য ২৫ হাজাৰ ব্যক্তিৰ নামো লগত লৈ মহাকাশলৈ যাব উপগ্ৰহটোৱে। ‘প’লাৰ ছেটেলাইট লন্স ভেহিকল’ (PSLV) য়ে এইটো মুকলি কৰিব। উল্লেখ্য যে নেনো ছেটেলাইটোৰ নামৰ ভাৰত মহাকাশ কার্যসূচীক ৰূপদানকাৰী বিখ্যাত ব্যক্তি সতীশ ধৱনৰ নামেৰে ৰখা হৈছে। এই নেনো ছেটেলাইটো স্পেচকিডছ ইণ্ডিয়াই ডেভলপ কৰিছে। স্পেচকিডছ নামৰ সংস্থাটোৱে শিক্ষার্থীৰ মাজত মহাকাশ বিজ্ঞানৰ প্ৰচাৰ কৰে। স্পেচকিডছ ইণ্ডিয়াৰ প্ৰতিষ্ঠাতা তথা CEO ড০ কেচনে কয় যে এই উপগ্ৰহটোৰ উৎক্ষেপণক লৈ সকলোৱে উৎসাহিত হৈ আছে। CEO ড০ কেচনে আৰু কয় যে আমি শ্ৰীভাগৱত গীতা মহাকাশত পঠাবলৈ সিদ্ধান্ত লৈছো। CEO গৰাকীয়ে কয় যে আমি টপ পেনেলত প্রধানমন্ত্ৰী মোডীৰ ফটো আৰু নাম ৰাখিছো, লগতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ অধ্যক্ষ ড০ কে ছিৱন তথা বৈজ্ঞানিক সচিব ড০ আৰ উমামহেশ্বৰৰ নাম অন্তর্ভুক্ত কৰা হৈছে। এই ছেটেলাইটৰ উৎক্ষেপণ ISROই নিজৰ নির্ভৰযোগ্য প’লাৰ ছেটেলাইট উৎক্ষেপণ বাহন PSLV C-51ৰ পৰা দুটি অন্য ব্যক্তিগত উপগ্ৰহৰ সৈতে কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24MODI SATTELITEPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?
বিজ্ঞান

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

October 3, 2026
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ
বিনোদন

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
Next Post
২৩ বছৰ বয়সত ১১টি সন্তানৰ মাতৃ

২৩ বছৰ বয়সত ১১টি সন্তানৰ মাতৃ

আকৌ এবাৰ মোদী চৰকাৰ!

আকৌ এবাৰ মোদী চৰকাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.